INDIA GEOGRAPHY GK IN ASSAMESE IN LANGUAGE
অসমৰ নিযুক্ত পৰীক্ষাত আহি থকা ভাৰতৰ ভূগোলৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ সমুহ অসমীয়া ভাষাত উল্লেখ কৰা হৈছে ।
ভাৰতৰ ভূগোলৰ সাধাৰণ জ্ঞান সমূহ তলত আলোচনা কৰা হৈছে। INDIA GEOGRAPHY GK IN ASSAMESE LANGUAGE
প্ৰশ্নঃ ভাৰতৰ আটাইতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ নাম কি ?
(ক) পণ্ডিচেৰী
(খ) লক্ষদ্বীপ
(গ) আন্দামান নিকোবৰ দ্বীপপুঞ্জ
(ঘ) চণ্ডীগড়
উত্তৰঃ (খ) লক্ষ দ্বীপ ।
প্ৰশ্নঃ কিমানটা দ্বীপেৰে লক্ষ দ্বীপ নামৰ কেন্দ্ৰীয় শাসিত অঞ্চলটো গঠিত ?
(ক) ৪২ টা
(খ) ৩৬ টা
(গ) ৩৮ টা
(ঘ) ৪৫ টা
উত্তৰঃ (খ) ৩৬ টা ।
প্ৰশ্নঃ তলৰ কোনখন ৰাজ্য প্ৰাকৃতিক ৰবৰ উৎপাদনত ভাৰতৰ ভিতৰত প্ৰথম ?
(ক) কেৰালা
(খ) অন্ধ্রপ্রদেশ
(গ) তামিলনাডু
(ঘ) অসম
উত্তৰঃ (গ) তামিলনাডু ।
প্ৰশ্নঃ সর্বাধিক অনুসূচিত জনজাতিৰ লোক বাস কৰা ৰাজ্যখন-
(ক) হিমাচল প্রদেশ
(খ) অবশাচল প্রদেশ
(গ) মধ্যপ্রদেশ
(ঘ) নাগালেণ্ড
উত্তৰঃ (গ) মধ্যপ্রদেশ ।
প্ৰশ্নঃ দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগটো –
(ক) মাকুটি
(খ) আনাইমুডি
(গ) নন্দাদেবী
(ঘ) দোডাবেটা
উত্তৰঃ (খ) আনাইমুডি ।
প্ৰশ্নঃ পশ্চিমঘাট আৰু পূর্বঘাটৰ সংযোগস্থলত তলৰ কোনটো পৰ্বত অৱস্থিত ?
(ক) আনাইমালাই পর্বত
(খ) নীলগিৰি
(গ) জাভেদী পর্বত
(ঘ) বিন্ধ্য পর্বত
উত্তৰঃ (খ) নীলগিৰি ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম নদী গংগা বাংলাদেশত কি নামেৰে পৰিচিত ?
(ক) পদ্মা
(খ) ভাগীৰথী
(গ) মেঘনা
(ঘ) গোদাবৰী
উত্তৰঃ (ক) পদ্মা ।
প্ৰশ্নঃ 'ভাগফলছ' জলপ্ৰপাত তলৰ কোনখন ৰাজ্যত অৱস্থিত-
(ক) মহাৰাষ্ট্ৰ
(খ) কর্ণাটক
(গ) তামিলনাডু
(ঘ) কেৰালা
উত্তৰঃ (খ) কর্ণাটক ।
প্ৰশ্নঃ ভৌগোলিক ইতিহাস অনুসৰি ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতটোৰ নাম কি ?
(ক) নীলগিৰি
(খ) আৰাৱলী
(গ) বিন্ধ্য
(ঘ) সাতপুৰা
উত্তৰঃ (খ) আৰাৱলী ।
প্ৰশ্নঃ ভাৰতত বলা দক্ষিণ-পশ্চিম মৌচুমী বতাহ ক'ৰ পৰা উৎপত্তি হয় ?
(ক) বংগোপসাগৰৰ পৰা
(খ) ভাৰত মহাসাগৰৰ পৰা
(গ) পাৰস্য উপসাগৰৰ পৰা
(ঘ) আৰৱ সাগৰৰ পৰা
উত্তৰঃ (খ) ভাৰত মহাসাগৰৰ পৰা ।
প্ৰশ্নঃ অৰুণাচল প্ৰদেশত অৱস্থিত অভয়াৰণ্যখনৰ নাম
(ক) সোণাই ৰূপাই অভয়াৰণ্য
(খ) মানস অভয়াৰণ্য
(গ) নামদফা অভয়াৰণ্য
(ঘ) লাওখোৱা অভয়াৰণ্য
উত্তৰঃ (গ) নামদফা অভয়াৰণ্য ।
প্ৰশ্নঃ ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লো-তীখা কাৰখানাটো তলৰ কোন ঠাইত আছে ?
(ক) ভিলাই
(খ) দুর্গাপুৰ
(গ) বোকানো
(ঘ) বলকেল্লা
উত্তৰঃ (খ) দুর্গাপুৰ
প্ৰশ্নঃ বর্তমানেও তেল উৎপাদন কৰি থকা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো—
(ক) অংকলেশ্ব শোধনাগাৰ
(খ) মুম্বাই হাই শোধনাগাৰ
(গ) ডিগবৈ শোধনাগাৰ
(ঘ) বাউনী শোধনাগাৰ
উত্তৰঃ (গ) ডিগবৈ শোধনাগাৰ ।
প্ৰশ্নঃ মধ্যপ্ৰদেশৰ চাৰিসীমাত কিমানখন ৰাজ্য আছে ?
(ক) চাৰিখন
(খ) পাঁচখন
(গ) ছয়খন
উত্তৰঃ (খ) পাঁচখন ।
(গ) ডামবাক্চু পাহাৰ
(ঘ) বৰাইল পাহাৰ
উত্তৰঃ (ঘ) বৰাইল পাহাৰ ।
প্ৰশ্নঃ পানীত সৰ্বাধিক পৰিমাণে লোণ থকা (অতিকে লুণীয়া) হ্ৰদটোৰ নাম কি ?
(ক) ছিলা
(খ) সম্বৰ
(গ) উলুৰ
(ঘ) ডাল
উত্তৰঃ (খ) সম্বৰ ।
প্ৰশ্নঃ দেশৰ মুঠ কয়লা উৎপাদনৰ সৰহভাগ (60 শতাংশৰো অধিক) তলৰ কোন দুখন ৰাজ্যত উৎপাদন
হয় ?
(ক) অসম আৰু মধ্যপ্রদেশ
(খ) মহাৰাষ্ট্ৰ আৰু অন্ধ্ৰপ্ৰদেশ
(গ) মধ্য প্ৰদেশ আৰু মেঘালয়
(ঘ) বিহাৰ আৰু পশ্চিমবংগ
উত্তৰঃ (ঘ) বিহাৰ আৰু পশ্চিমবংগ ।
প্ৰশ্নঃ কিমান চনত চৰকাৰে দেশৰ কয়লাখনিসমূহ ৰাষ্ট্ৰীয়কৰণ কৰে ?
(ক) 1970 চনত
(খ) 1975 চনত
(গ) 1979 চনত
(ঘ) 1980 চনত
উত্তৰঃ (খ) 1975 চনত ।
প্ৰশ্নঃ তেল আৰু প্ৰাকৃতিক গেছ আয়োগ (ONGC ) কিমান চনত স্থাপন কৰা হয় ?
(ক) 1955 চনত
(খ) 1956 চনত
(গ) 1957 চনত
(ঘ) 1958 চনত
উত্তৰঃ (খ) 1956 চনত ।
প্ৰশ্নঃ উত্তৰ-পূব ভাৰতৰ কোন ঠাইত ক্ৰমাইট বেছিকৈ পোৱা যায় ?
(ক) অসমত
(খ) মেঘালয়ত
(গ) মণিপু
(ঘ) নাগালেণ্ডত
উত্তৰঃ (গ) মণিপুৰত ।
প্ৰশ্নঃ ভাৰতৰ অ-ব্যৱসায়িক শক্তি উৎপাদনৰ প্ৰধান উৎস হ'ল -
(ক) কয়লা
(খ) পেট্ৰ'লিয়ামজাত সামগ্ৰী
(গ) খৰি-কাঠ
(ঘ) এটাও নহয়।
উত্তৰঃ (গ) খৰি-কাঠ ।
প্ৰশ্নঃ তলৰ কোনটো ব্যৱসায়িক শক্তিৰ উৎস নহয় ?
(ক) লিগনাইট
(খ) কয়লা
(গ) ইউৰেনিয়াম
(ঘ) খৰি-কাঠ
উত্তৰঃ (ঘ) খৰি-কাঠ ।
প্ৰশ্নঃ ভাৰতৰ দীৰ্ঘতম নদীখনৰ নাম কি ?
(ক) গংগা নদী
(খ) ব্ৰহ্মপুত্র
(গ) সিন্ধু নদী
(ঘ) কাবেৰী
উত্তৰঃ (ক) গংগা নদী ।
প্ৰশ্নঃ দক্ষিণ ভাৰতৰ দীৰ্ঘতম নদীখন –
(ক) নর্মদা
(খ) গোদাবৰী
(গ) মহানদী
(ঘ) তাণ্ডী
উত্তৰঃ (খ) গোদাবৰী ।
প্ৰশ্নঃ ভাৰতৰ উচ্চতম হ্রদ-
(ক) ছিলা
(খ) উলাৰ
(গ) দেবতাল
(ঘ) তালী
উত্তৰঃ (গ) দেবতাল ।
প্ৰশ্নঃ ভাৰতৰ উচ্চতম শৃংগ-
(ক) কাঞ্চনজংঘা
(খ) নন্দাদেবী
(গ) দোদা বেটা
(ঘ) মাউন্ট এভাৰেষ্ট
উত্তৰঃ (ক) কাঞ্চন জংঘা ।
প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বনাঞ্চল আছে?
(ক) মধ্যপ্রদেশ
(খ) অসমত
(গ) উত্তৰ প্ৰদেশ
(ঘ) অৰুণাচল প্রদেশ
উত্তৰঃ (গ) মধ্যপ্রদেশ ।
READ MORE:-ASSAM HISTORY MCQ GK
READ MORE:-BEST SCIENCE GK
READ MORE:-INDIA POLITY GK

