Best Science Gk Questions And Answers Assamese language 2023

Best Science Gk Questions And Answers Assamese Language 2023 Upcoming 32+ New Vacancy

Best Science Gk Questions And Answers  Assamese language 2023

অসমৰ নিযুক্ত পৰীক্ষাত আহি থকা কেইটা মান সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে।



প্ৰশ্নঃ আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো ?

উত্তৰঃ Liver .

প্ৰশ্নঃ কেটেৰেক্ট কিহৰ ৰোগ হয় ?

উত্তৰঃ চকুৰ ।

প্ৰশ্নঃ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহ কোন ?

উত্তৰঃ শুক্ৰ ।

প্ৰশ্নঃ
 জীৱবিজ্ঞানৰ কোনটো শাখাই কোষক লৈ গৱেষণা কৰে ?

উত্তৰঃ চাইটোলজি।

প্ৰশ্নঃ সূৰ্যৰ কিৰণৰ দ্বাৰা ৰোগ চিকিৎসা কৰা পদ্ধতিটোক কি বুলি জনা যায় ?

উত্তৰঃ হেলিওথেৰিপি ।

প্ৰশ্নঃ প্রাণী, উদ্ভিদ আৰু জীৱৰ বিষয়ে অধ্যয়ন কৰা শাখাটোৰ নাম কি ?

উত্তৰঃ ইক'লজি ।

প্ৰশ্নঃ সাপক লৈ অধ্যয়ন কৰা বিজ্ঞানক কি বুলি জনা যায় ?

উত্তৰঃ হাৰপেট’'লজি ।

প্ৰশ্নঃ মাছক লৈ অধ্যয়ন কৰা বিজ্ঞানৰ নাম কি ?

উত্তৰঃ ইকটাও'জি ।

প্ৰশ্নঃ শব্দৰ তীব্ৰতা জোখা যন্ত্র নাম কি ?

উত্তৰঃ অডিঅ'মিটাৰ ।

প্ৰশ্নঃ জলীয় পদাৰ্থৰ আকৰ্ষণৰ ঘনত্ব জোখা যন্ত্ৰ নাম কি ?

উত্তৰঃ হাইড্ৰমিটাৰ ।

প্ৰশ্নঃ হৃদপিণ্ড আৰু হাওঁফাওঁৰ সঞ্চালন জোখা যন্ত্র নাম কি ?

উত্তৰঃ ষ্টেথ'স্ক' । 

প্ৰশ্নঃ চকুৰে মনিব নোৱৰা বস্তুক ডাঙৰকৈ দেখা যন্ত্ৰ টোৰ নাম কি ?

উত্তৰঃ মাইক্র 'স্কপ ।

প্ৰশ্নঃ সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰঙটো কি ?

উত্তৰঃ সেউজীয়া ।

প্ৰশ্নঃ মানৱ দেহত কেইটা বৃক্ক থাকে ?

উত্তৰঃ ২ টা ।

প্ৰশ্নঃ কোনবীদ প্ৰাণীয়ে ছালৰ সহায়ত উশাহ লয় ?

উত্তৰঃ ভেকুলী, কেঁচু ।

প্ৰশ্নঃ মানোহৰ দেহৰ সাধাৰণ উষ্ণতা কিমান ?

উত্তৰঃ ৩৭° 

প্ৰশ্নঃ কি ভিটামিনৰ অভাৱত মানৱ দেহত বেৰি-বেৰি ৰোগ হয় ?

উত্তৰঃ B ভিটামিনৰ অভাৱত ।

প্ৰশ্নঃ প্রবাহ চালিত বৃত্তাকাৰ কুণ্ডলীৰ কেন্দ্ৰৰ মাজেৰে যোৱা চুম্বকীয় ক্ষেত্ৰবেখাবোৰ হ'ল ?

উত্তৰঃ অর্ধবৃত্তাকাৰ ।

প্ৰশ্নঃ কোনখন ঠাইত ঘূর্ণী বতাহৰ কোপত পৰাৰ সম্ভাৱনা নাই ।

উত্তৰঃ অমৃতস ।

প্ৰশ্নঃ বোৰ বৃদ্ধিৰ হাৰক কোৱা কি কোৱা হয় ?

উত্তৰঃ ত্বৰণ ।

প্ৰশ্নঃ বৈদ্যুতিক শক্তিৰ একক কি ?

উত্তৰঃ KWH 

প্ৰশ্নঃ ৰাস্তাৰ লাইটৰ প্ৰতিফলক হিচাপে ব্যৱহাৰ কৰা হয় ?

উত্তৰঃ উত্তল দাপোন ।

প্ৰশ্নঃ লেনছৰ ক্ষমতাৰ একক কি ?

উত্তৰঃ ডাযয়প্টাৰ ।

প্ৰশ্নঃ কোনটো মাধ্যমত শব্দৰ গতিবেগ কম হয় ?

উত্তৰঃ গেছ ।

প্ৰশ্নঃ শব্দ তৰংগ কোন প্ৰকাৰৰ তৰংগ ?

উত্তৰঃ অনুদৈর্ঘ্য ।

প্ৰশ্নঃ দুটা বা ততোধিক কোষৰ সংযোজনক কোৱা কি কোৱা হয় ?

উত্তৰঃ বেটাৰী ।

প্ৰশ্নঃ কুলম্ব কোনটো ৰাশিৰ একক ?

উত্তৰঃ আধান ।

প্ৰশ্নঃ যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ কোনে ৰূপান্তৰ কৰে ?

উত্তৰঃ জেনেৰেটৰ ।

প্ৰশ্নঃ দ্ৰুতি এটা  কি হয় ?

উত্তৰঃ স্কেলাৰ ৰাশি ।

প্ৰশ্নঃ নিউম'নিয়া ৰোগ কিহৰ পৰা সূষ্ঠি হয় ?

উত্তৰঃ বেক্টেৰিয়া পৰা ।

প্ৰশ্নঃ সূৰ্যৰ ৰশ্মিৰ পৰা আমি কি ভিটামিন লাভ কৰোঁ ? 

উত্তৰঃ ভিটামিন D

প্ৰশ্নঃ মানুহৰ শৰীৰত কিমান প্ৰকাৰৰ তেজ পোৱা যায় ?

উত্তৰঃ ৪ প্ৰকাৰৰ ।

প্ৰশ্নঃ গাখীৰত কোনটো ভিটামিন পোৱা যায় ?

উত্তৰঃ C ভিটামিন ।

প্ৰশ্নঃ কেঁচা আমত কোনটো ভিটামিন থাকে ?

উত্তৰঃ  C ভিটামিন ।

প্ৰশ্নঃ কোনটো জীৱ‌ই ৬ দিন উশাহ বন্ধ কৰি ৰাখিব পাৰে ?

উত্তৰঃ বিচ্ছ ।

প্ৰশ্নঃ তৰল ধাতুৰ নাম কি ?

উত্তৰঃ পাৰা ।

প্ৰশ্নঃ লি‌টমাছৰ প্ৰকৃত ৰং কি ?

উত্তৰঃ বেঙুনীয়া ।

প্ৰশ্নঃ কিহৰ ৰাসায়নিক নাম কেলচিয়াম ছালফেট হেমিহাইড্ৰেট হয় ?

উত্তৰঃ প্লাষ্ঠাৰ অফ পেৰিছ ।

প্ৰশ্নঃ কিহৰ অভাৱত ৰক্তহীনতা ৰোগ হয় ?

উত্তৰঃ আইৰনৰ অভাৱত ।

প্ৰশ্নঃ সূৰ্যৰ শক্তিৰ উৎস কি ?

উত্তৰঃ নিউক্লীয় সংযোজন ।

প্ৰশ্নঃ চন্দ্ৰয়ান ৩ মিছনৰ বাবে ভাৰতৰ কিমান টকা খৰচ হ'ল ?

উত্তৰঃ ৬১৫ CR

প্ৰশ্নঃ ধাতুক পাতল আকাৰলৈ পিটিব পৰা ধৰ্মটোক কি কোৱা হয় ?

উত্তৰঃ ঘাতসহনীয়তা ।

প্ৰশ্নঃ অধাতু ব্যবহাৰ কৰা হয় ?

উত্তৰঃ সাৰত ।

প্ৰশ্নঃ থাম'মিটাৰত ব্যবহাৰ  কৰা ধাতুৰ নাম কি ?

উত্তৰঃ পাৰা

প্ৰশ্নঃ সকলো এছিড়ত থকা সাধাৰণ মৌলটোৰ নাম কি ?

উত্তৰঃ হাইড্ৰ'জেন  ।

প্ৰশ্নঃ PH ত P  যে বুজায় ?

উত্তৰঃ ক্ষমতা ।

প্ৰশ্নঃ সাধাৰণতে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা সূচকবিধ হ'ল ?

উত্তৰঃ সার্বিক সূচক ।

প্ৰশ্নঃ চিল্কৰ আঁহত পাতত কি থাকে ?

উত্তৰঃ প্র'টিন ।

প্ৰশ্নঃ কোনটো জন্তুৰ ঊল লাডখ আৰু তিব্বতৰ উমৈহতীয়া ?

উত্তৰঃ Yak wool (যাক উল) ।

প্ৰশ্নঃ সাংশ্লেষিক আহঁ প্রস্তুত কৰোতে ব্যৱহাৰ কৰা সৰু গোটটো হ'ল ?

উত্তৰঃ বহুযোগী ।

প্ৰশ্নঃ শক্তিশালী আহঁবিধক কি কোৱা হয় ?

উত্তৰঃ নাইলন ।

প্ৰশ্নঃ কোনবিধ সাংশ্লেষিক আঁহক কৃত্রিম পাত বুলি কোৱা হয় ?

উত্তৰঃ এক্রিলিক ্

প্ৰশ্নঃ যিবোৰ প্লাষ্টিক পুনৰ গলাব আৰু সাঁচত দিব নোৱাৰি তাক কি কোৱা হয় ?

উত্তৰঃ থাম‌ʼছেটিং প্লাষ্টিক ।

প্ৰশ্নঃ সাধাৰণতে প্লাষ্টিক তৈয়াৰ কৰা হয় ?

উত্তৰঃ পেট্রলিয়াম  ।

Read More:- ASSAM POLICE GK 


Read More:- POLITY 
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.