General Knowledge Question Answer For All Competition Exam
অসম আৰু ভাৰতৰ ৰাজনৈতিক, ইতিহাস,বুৰঞ্জী, ভূগোল, সাধাৰণ বিজ্ঞান আদি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞান প্ৰশ্ন সমূহ উত্তৰ তলত উল্লেখ কৰা হৈছে অসম তথা ভাৰতৰ আহিবলগীয়া বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষৰ বাবে অতি দৰকাৰী সাধাৰণ উত্তৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে ।
General Knowledge MCQ'S They Are Mentioned Below
প্ৰশ্নঃ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ'বলৈ নুন্যতম বয়স কিমান হোৱা উচিত ?
(ক) ২৫ বছৰ
(খ) ১৮ বছৰ
(গ) ৩৫ বছৰ
(ঘ) ৪০ বছৰ
উত্তৰঃ (গ) ৩৫ বছৰ ।
প্ৰশ্নঃ অর্থনৈতিকভাৱে উন্নত অথচ প্ৰাকৃতিক সম্পদত দুখীয়া এখন দেশ হ'ল—
(ক) জাপান
(খ) ভাৰত
(গ) দক্ষিণ আফ্রিকা
(ঘ) ভূটান
উত্তৰঃ (ক) জাপান ।
প্ৰশ্নঃ ৰাজ্যৰ মন্ত্ৰীসভাৰ মুৰব্বী হ'ল—
(ক) মুখ্যমন্ত্রী
(খ) ৰাজ্যপাল
(গ) অধ্যক্ষ
(ঘ) ওপৰৰ কোনোৱে নহয়
উত্তৰঃ (ক) মুখ্যমন্ত্ৰী ।
প্ৰশ্নঃ ভাৰতত জাতীয় জনসংখ্যা নীতি ঘোষণা কৰা চনটো হ'ল—
(ক) ১৯৭৬ চন
(খ) ১৯৮০ চন
(খ) ১৯৯১ চন
(ঘ) ১৯৯৩ চন
উত্তৰঃ (ক) ১৯৭৬ চন ।
প্ৰশ্নঃ ৰাজ্যিক মন্ত্ৰীসভাৰ মন্ত্ৰীসকলক পদবী বিতৰণ কৰে—
(ক) ৰাজ্যপালে
(খ) মুখ্যমন্ত্ৰীয়ে
(গ) বিধানসভাই
(ঘ) মুখ্যমন্ত্ৰীৰ উপদেশত ৰাজ্যপালে
উত্তৰঃ (খ) মুখ্যমন্ত্ৰীয়ে ।
প্ৰশ্নঃ ভাৰতৰ প্ৰথম কয়লা খনি প্রকল্প থকা ৰাজ্যখন হৈছে—
(ক) ধানবাদ
(খ) ৰাণীগঞ্জ
(গ) আহমেদাবাদ
(ঘ) চিংগেৰনী
উত্তৰঃ (খ) ৰাণীগঞ্জ ।
প্ৰশ্নঃ ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে—
(ক) মুখ্যমন্ত্ৰীয়ে
(খ) ৰাজ্যপালে
(গ) সংসদীয় পৰিক্ৰমা মন্ত্ৰীয়ে
(ঘ) ওপৰৰ কোনোৱেই নহয়
উত্তৰঃ (ক) মুখ্যমন্ত্ৰীয়ে ।
প্ৰশ্নঃ ভাৰতৰ আটাইতকৈ ক্ষুদ্রতম ৰাজ্য কোনখন ?
(ক) গোৱা
(খ) দিল্লী
(গ) অসম
(ঘ) মিজোৰাম
উত্তৰঃ (ক) গোৱা ।
প্ৰশ্নঃ ৰাজ্যিক বিধানসভাৰ সদস্য নোহোৱাকৈ এজন লোকে কিমান দিন ৰাজ্যিক মন্ত্ৰীসভাৰ সদস্য হৈ থাকিব পাৰে ?
(ক) ছয়মাহ
(খ) এবছৰ
(গ) তিনিমাহ
(ঘ) এমাহ
উত্তৰঃ (ক) ছয়মাহ ।
প্ৰশ্নঃ ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন ?
(ক) ৰাজস্থান
(খ) মেঘালয়
(গ) মণিপুৰ
(ঘ) হিমাচল প্রদেশ
উত্তৰঃ (ক) ৰাজস্থান ।
প্ৰশ্নঃ তলৰ কোনটো মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় ?
(ক) মুখ্যমন্ত্ৰীয়ে কোনো বিভাগৰ দায়িত্ব নলবও পাৰে
(খ) ৰাজ্যখনৰ প্ৰশাসনৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাতত থাকে
(গ) মুখ্যমন্ত্ৰীয়ে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সভাপতিত্ব কৰে
(ঘ) মুখ্যমন্ত্ৰীয়ে অন্ততঃ এটা বিভাগৰ দায়িত্ব ল'বই লাগিব
উত্তৰঃ (ঘ) মুখ্যমন্ত্ৰীয়ে অন্ততঃ এটা বিভাগৰ দায়িত্ব ল'বই লাগিব ।
প্ৰশ্নঃ ভাৰতৰ কোন ঠাইত বনগাধ পোৱা যায় ?
(ক) মালৱা মালভূমিত
(খ) কচ্ছ উপসাগৰত
(গ) নীলগিৰি অঞ্চলত
(ঘ) সুন্দৰবনত
উত্তৰঃ (খ) কচ্ছ উপসাগৰত ।
প্ৰশ্নঃ ৰাজ্যৰ বিধান পৰিষদৰ সদস্য হ'বলৈ প্ৰয়োজন হোৱা বয়সৰ নুন্যতম সীমা হ’ব—
(ক) ৩০ বছৰ
(খ) ৩৫ বছৰ
(গ) ৫০ বছৰ
(ঘ) ৪০ বছৰ
উত্তৰঃ (ক) ৩০ বছৰ ।
প্ৰশ্নঃ মাউন্ট এভাৰেষ্ট ক'ত অৱস্থিত ?
(ক) চিকিমত
(খ) ৰাজস্থানত
(গ) টাৱাঙত
(ঘ) নেপালত
উত্তৰঃ (ঘ) নেপালত ।
প্ৰশ্নঃ পঞ্চায়ত ব্যৱস্থা ক'ত প্ৰতিষ্ঠা কৰা হৈছে ?
(ক) গাঁৱত
(খ) নগৰত
(গ) পাহাৰ অঞ্চলত
(ঘ) সৰু চহৰত
উত্তৰঃ (ক) গাঁৱত ।
প্ৰশ্নঃ লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ উৎপত্তি স্থান হৈছে—
(ক) বোকাৰ পৰা
(খ) চূণশিলৰ পৰা
(গ) প্রবালৰ পৰা
(ঘ) আগ্নেয়গিৰিৰ পৰা
উত্তৰঃ (গ) প্রবালৰ পৰা ।
প্ৰশ্নঃ ৭৩ তম সংশোধনীমতে সকলো ৰাজ্যতে পঞ্চায়তৰ কাৰ্যকাল কিমান ধাৰ্য কৰা হৈছে ?
(ক) ছবছৰ
(খ) তিনি বছৰ
(গ) পাঁচ বছৰ
(ঘ) চাৰি বছৰ
উত্তৰঃ (গ) পাঁচ বছৰ ।
প্ৰশ্নঃ সাৰুৱা মাটিত তলৰ কোনবিধ পোৱা যায় ?
(ক) লো
(খ) ফছফৰাছ
(গ) পটাছ
(ঘ) (খ) আৰু (গ)
উত্তৰঃ (ঘ) (খ) আৰু (গ) ।
প্ৰশ্নঃ তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয় ?
(ক) গাঁও পঞ্চায়ত
(খ) জিলা পৰিষদ
(গ) পৌৰ নিগম
(ঘ) গাঁওসভা
উত্তৰঃ (গ) পৌৰ নিগম ।
প্ৰশ্নঃ পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ স্থলভাগ ভাৰতে আগুৰি আছে ?
(ক) ২.৪
(খ) ৫.০
(গ) ৩.৯
(ঘ) ৭.৬
উত্তৰঃ (ক) ২.৪ ।
প্ৰশ্নঃ অসম পঞ্চায়তীৰাজ আইন কেতিয়া পাছ কৰা হৈছিল ?
(ক) ১৯৯০ চনত
(খ) ১৯৯২ চনত
(গ) ১৯৯৫ চনত
(ঘ) ১৯৯৪ চনত
উত্তৰঃ (ঘ) ১৯৯৪ চনত ।
প্ৰশ্নঃ অসমৰ ফৰেন্ছিক লেব'ৰেটৰী থকা ঠাইখনৰ নাম হৈছে ?
(ক) গুৱাহাটী
(খ) নলবাৰী
(গ) ছয়গাঁও
(ঘ) হাজো
উত্তৰঃ (ক) গুৱাহাটী ।
প্ৰশ্নঃ ১৯৯৪ চনৰ আইনৰ আগতে অসমত কিমান চনৰ পঞ্চায়তীৰাজ আইন আছিল ?
(ক) ১৯৯২চনৰ
(খ) ১৯৭৫ চনৰ
(গ) ১৯৮০ চনৰ
(ঘ) ১৯৮৬ চনৰ
উত্তৰঃ (ঘ) ১৯৮৬ চনৰ ।
প্ৰশ্নঃ গেছ বিদ্যুৎ প্রকল্প স্থাপিত হৈছিল—
(ক) তিতাবৰত
(খ) আঁহতগুৰিত
(গ) বৰাপানীত
(ঘ) কঁঠালগুৰিত
উত্তৰঃ (ঘ) কঁঠালগুৰিত ।
প্ৰশ্নঃ ১৯৯৪ চনৰ পঞ্চায়তীৰাজ আইনে কেইকীয়া পঞ্চায়তৰ ব্যৱস্থা কৰিছে ?
(ক) দুতৰপীয়া
(খ) তিনি তৰপীয়া
(গ) চাৰি তৰপীয়া
(ঘ) কোনোটো নহয়
উত্তৰঃ (খ) তিনি তৰপীয়া ।
প্ৰশ্নঃ অসমৰ পেট্ৰ'কেমিকেল প্রকল্প আছে—
(ক) লাকুৱা, চন্দ্ৰপুৰ
(খ) নামৰূপ, বঙাইগাঁও
(গ) ডিব্ৰুগড়, ডুলীয়াজান
(ঘ) ডিগবৈ, নুনমাটি
উত্তৰঃ (খ) নামৰূপ, বঙাইগাঁও ।
প্ৰশ্নঃ আঞ্চলিক পঞ্চায়তৰ ভিত্তি কি ?
(ক) গাঁওঋ
(খ) কেইবাখনো গাঁও
(গ) ৰাজহ গাঁও
(ঘ) উন্নয়ন খণ্ড
উত্তৰঃ (ঘ) উন্নয়ন খণ্ড ।
প্ৰশ্নঃ জিলা পৰিষদৰ ভিত্তি কি ?
(ক) কেইবাখনো গাঁও
(খ) কেইবাখনো ৰাজহ গাঁও
(গ) দুটা বা ততোধিক উন্নয়ন খণ্ড
(ঘ) জিলা
উত্তৰঃ (ঘ) জিলা ।
প্ৰশ্নঃ তলত দিয়া কোনবিধ সম্পদ নৱীকৰণযোগ্য ?
(ক) ইউৰেনিয়াম
(খ) পেট্ৰ'ল
(গ) কয়লা
(ঘ) বায়ুত থকা অক্সিজেন
উত্তৰঃ (ঘ) বায়ুত থকা অক্সিজেন ।
প্ৰশ্নঃ কুইক চিলভাৰ কি ?
(ক) ৰূপ
(খ) পাৰা
(গ) চূণ
(ঘ) এলুমিনিয়াম
উত্তৰঃ (ঘ) এলুমিনিয়াম ।
প্ৰশ্নঃ তলৰ কোনটো চনত অসম পঞ্চায়ত আইন অনুসৰি গাঁওসমূহৰ বাবে তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল ?
(ক) ১৯৯৩ চনত
(খ) ১৯৯৪ চনত
(গ) ১৯৯৫ চনত
(ঘ) ১৯৯৬ চনত
উত্তৰঃ (খ) ১৯৯৪ চনত ।
প্ৰশ্নঃ পৰিস্থিতি তন্ত্ৰ নামটো কোনে দিছিল ?
(ক) Danish
(খ) Odum
(গ) Tansley
(ঘ) Hackel
উত্তৰঃ (খ) Odum .
প্ৰশ্নঃ বতৰৰ পৰিঘটনাটো ক'ত ঘটে ?
(ক) মেছ'স্ফিয়াৰত
(খ) থার্ম’স্ফিয়াৰত
(গ) ষ্ট্রেট’স্ফিয়াৰত
(ঘ) ট্ৰপ’স্ফিয়াৰত
উত্তৰঃ (ঘ) ট্ৰপস্ফিয়াৰত ।
প্ৰশ্নঃ অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থাৰ তৰপবোৰ হ'ল—
(ক) গাঁও পঞ্চায়ত, জিলা পঞ্চায়ত, ৰাষ্ট্ৰীয় পঞ্চায়ত
(খ) গাঁও পঞ্চায়ত, নগৰ পঞ্চায়ত, ৰাষ্ট্ৰীয় পঞ্চায়ত
(গ) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ
(ঘ) উক্ত এটাও নহয়
উত্তৰঃ (গ) গাওঁ পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ ।
প্ৰশ্নঃ এছাছাইটত কাৰ্বনৰ পৰিমাণ শতকৰা কিমান ?
(ক) ৯৫
(খ) ১০৫
(গ) ৮৮
(ঘ) ৭৬
উত্তৰঃ (ক) ৯৫ ।
প্ৰশ্নঃ খাদ্য শৃংখলত শক্তি কিদৰে প্ৰৱেশ কৰে ?
(ক) উৎপাদকৰ জৰিয়তে
(খ) গৌণ উপভোক্তাৰ জৰিয়তে
(গ) প্রাথমিক উপভোক্তাৰ জৰিয়তে
(ঘ) বিয়োজকৰ জৰিয়তে
উত্তৰঃ (ক) উৎপাদকৰ জৰিয়তে ।
প্ৰশ্নঃ স্থানীয় স্বায়ত্বশাসনৰ গোটসমূহৰ কাৰ্যকাল কিমান ?
(ক) কেইবাখনো গাঁও
(খ) কেইবাখনো ৰাজহ গাঁও
(গ) দুটা বা ততোধিক উন্নয়ন খণ্ড
(ঘ) জিলা
উত্তৰঃ (ঘ) জিলা ।
প্ৰশ্নঃ পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা জীৱাষ্ম ইন্ধন হৈছে—
(ক) পেট্ৰ'লিয়াম
(খ) প্রাকৃতিক গেছ
(গ) ইউৰেনিয়াম
(ঘ) কয়লা
উত্তৰঃ (ঘ) কয়লা ।
প্ৰশ্নঃ গাঁও পঞ্চায়ত এলেকাত কিমান জনসংখ্যা থাকিব লাগে ?
(ক) ৬,০০০ ৰ পৰা ১০,০০০ লৈ
(খ) ৫,০০০ ৰ পৰা ৮,০০০ লৈ
(গ) ৮,০০০ ৰ পৰা ১০,০০০ লৈ
(ঘ) ১০,০০০ ৰ পৰা ১২,০০০ লৈ
উত্তৰঃ (ক) ৬,০০০ ৰ পৰা ১০,০০০ লৈ ।
প্ৰশ্নঃ গাঁও পঞ্চায়ত এলেকাক কেইটা সমষ্টিত ভাগ কৰা হয় ?
(ক) চাৰিটা
(খ) ছয়টা
(গ) দহটা
(ঘ) বাৰটা
উত্তৰঃ (গ) দহটা ।
প্ৰশ্নঃ পেট্ৰ'ল আৰু ডিজেল হৈছে—
(ক) শক্তিৰ মুখ্য উৎস
(খ) নৱীকৰণযোগ্য শক্তিৰ উৎ
(গ) নৱীকৰণ অযোগ্য শক্তিৰ উৎস
(ঘ) প্ৰদূষণবিহীন শক্তিৰ উৎস
উত্তৰঃ (গ) নৱীকৰণ অযোগ্য শক্তিৰ উৎস ।
প্ৰশ্নঃ গাঁও পঞ্চায়তত ১৯৯১ চনৰ সংশোধনী মতে কিমান আসন অনুসূচিত জাতি আৰু জনজাতিৰ বাবে সংৰক্ষণ কৰা হয় ?
(ক) দুই-চতুর্থাংশ
(খ) এক-তৃতীয়াংশ
(গ) দুই-তৃতীয়াংশ
(ঘ) পঞ্চাশ শতাংশ
উত্তৰঃ (ঘ) পঞ্চাশ শতাংশ ।
প্ৰশ্নঃ প্ৰাকৃতিক গেছৰ প্ৰধান উপাদান কি ?
(ক) প্রপেন
(খ) মিথেন
(গ) বিউটেন
(ঘ) ইথেন
উত্তৰঃ (খ) মিথেন ।
প্ৰশ্নঃ ১৯৯৪ চনৰ আইনৰ অধীনত গাঁও পঞ্চায়তৰ বাবে এখন গাঁও পঞ্চায়তৰ সংখ্যা হ'ব লাগিব ?
(ক) ২ হেজাৰৰ কম আৰু ৫ হেজাৰৰ বেছি হ'ব নালাগিব
(খ) ৩ হেজাৰৰ কম আৰু ৫ হেজাৰৰ বেছি হ'ব নালাগিব
(গ) ৪ হেজাৰৰ কম আৰু ৬ হেজাৰ বেছি হ'ব নালাগিব
(ঘ) ৬ হেজাৰৰ কম আৰু ১০ হেজাৰ বেছি হ'ব নালাগিব
উত্তৰঃ (ঘ) ৬ হেজাৰৰ কম আৰু ১০ হেজাৰ বেছি হ'ব নালাগিব ।
প্ৰশ্নঃ তলত দিয়াবোৰৰ ভিতৰত স্বপোষী কোনটো ?
(ক) মাটি
(খ) বতাহ
(গ) সেউজীয়া উদ্ভিদ
(ঘ) সৌৰ বিকিৰণ
উত্তৰঃ (গ) সেউজীয়া উদ্ভিদ ।
প্ৰশ্নঃ ১৯৯৪ চনত কিমান ধাৰাত গাঁও পঞ্চায়তৰ কাৰ্যসমূহ বৰ্ণনা কৰা আছে ?
(ক) ২০ ধাৰা
(খ) ৩০ ধাৰা
(গ) ৩৫ ধাৰা
(ঘ) ১৯ ধাৰা
উত্তৰঃ (গ) ৩৫ ধাৰা ।
প্ৰশ্নঃ তলত দিয়া কোনবিধ মূল্যৱান উদ্ভিদ পৰ্ণপাতী বনাঞ্চলত পোৱা যায় ?
(ক) শাল
(খ) আজাৰ
(গ) শিমলু
(ঘ) আম
উত্তৰঃ (ক) শাল ।
Read More:Assam And India History Gk

