50+ General Knowledge Assam And India History For All Competition Exam

50+ General Knowledge Assam And India History For All Competition Exam 

অসম আৰু ভাৰতৰ বিভিন্ন সাধাৰণ নিযুক্ত পৰীক্ষাত আহিবলগীয়া অসম তথা ভাৰতৰ ইতিহাসৰ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ কিছুমান অধিকাৰী প্ৰশ্নসমূহ উত্তৰ তলত উল্লেখ কৰা হৈছে।

50+ General Knowledge Assam And India History For All Competition Exam


General Knowledge Question They Are Mentioned Below


প্ৰশ্নঃ জাৰ্মানীৰ ইণ্ডো-জার্মান 'Film Week' ত অসমৰ কোনগৰাকী অভিনেতাই শ্রেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছে ? 


উত্তৰঃ আদিল হুছেইন ।


প্ৰশ্নঃ অসম ৰাজ্যৰ আধ্যাত্মিক পৰ্যটনৰ উৎকৰ্ষ সাধনৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিটোৰ নাম কি ?


উত্তৰঃ অসম দর্শন ।


প্ৰশ্নঃ বাংলাদেশত কোনে অসমীয়া সমাজৰ প্ৰাণকেন্দ্ৰ নামঘৰ স্থাপন কৰিছে ?


 উত্তৰঃ সুবোধ চন্দ্ৰ দাস ।


প্ৰশ্নঃ ২০২১ বৰ্ষৰ কোন দুইগৰাকী ব্যক্তিয়ে ‘শিল্পী বঁটা' লাভ কৰিছে ? 

উত্তৰঃ ইন্দ্ৰেশ্বৰ পেগু আৰু নমিতা ভট্টাচার্য ।


প্ৰশ্নঃ গুৱাহাটী মহানগৰত মহিলা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে বিনামূলীয়া চিটি বাছ সেৱাটোৰ নাম কি ?


উত্তৰঃ গোলাপী বাছ সেৱা ।


প্ৰশ্নঃ অসম সাহিত্য সন্মিলনীৰ নৱনিৰ্বাচিত সভাপতিগৰাকীৰ নাম কি ?


উত্তৰঃ ড° সাগৰ বৰুৱা ।


প্ৰশ্নঃ বৰ্তমান অসম চৰকাৰৰ মুখ্য সচিব গৰাকীৰ নাম কি ?


উত্তৰঃ জিষ্ণু বৰুৱা ।


প্ৰশ্নঃ ২০২০ বৰ্ষৰ বীৰাংগনা মূলাগাভৰু বঁটা কোনে লাভ কৰিছে ? 


উত্তৰঃ ৰতিপ্ৰভা গগৈ ।


প্ৰশ্নঃ ২০২০ বৰ্ষৰ সতী সাধনী বঁটা কোনে লাভ কৰিছে ?


উত্তৰঃ মিনতি বৰঠাকুৰ ৷


প্ৰশ্নঃ শেহতীয়াকৈ অসমৰ কোন দুখন অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্রদান কৰিছে ?


উত্তৰঃ দিহিং পাটকাই আৰু ৰাইমনা ।


প্ৰশ্নঃ ২০২০ বৰ্ষৰ ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য বঁটা কোনে লাভ কৰিছে ? 


উত্তৰঃ প্ৰদীপ বৰুৱা ।


প্ৰশ্নঃ ২০২০ বৰ্ষৰ ছ্যু-কা-ফা বঁটা কোনে লাভ কৰিছে ?


উত্তৰঃ য়েছে দৰজে ঠংচি ।


প্ৰশ্নঃ ভাৰতৰ তৃতীয় শ্ৰেষ্ঠ পৰিৱেশ বিজ্ঞানী হিচাপে অসমৰ কোনগৰাকী ব্যক্তিয়ে সন্মান লাভ কৰিছে ?


উত্তৰঃ ড০ কৃষ্ণ গোপাল ভট্টাচার্য ।


প্ৰশ্নঃ বায়ুসেনাত অসমৰ প্ৰথম মহিলা উইং কমাণ্ডাৰ হিচাপে অসমৰ কোনে নিযুক্তি লাভ কৰিছে ?


উত্তৰঃ বৰ্ণালী গগৈ ৷


প্ৰশ্নঃ ‘অমিত শ্বাহ আৰু অগ্রগামী বিজেপি' নামৰ গ্ৰন্থখনৰ অনুবাদক কোন ? 


উত্তৰঃ ড০ হিমন্ত বিশ্ব শৰ্মা । 


প্ৰশ্নঃ প্ৰথম ভাৰতীয় ডেয়াৰী কোম্পানী হিচাপে কোনটো কোম্পানীয়ে ‘Rabobank's Global Top 20 Companies' তালিকাত ১৬ তম স্থান অধিকাৰ কৰিছে ?


উত্তৰঃ আমূল ।


প্ৰশ্নঃ অসমৰ কোনগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক ২০২০ চনত মৰণোত্তৰভাৱে পদ্মভূষণ সন্মান প্ৰদান কৰিছে ?


উত্তৰঃ তৰুণ গগৈ ।


প্ৰশ্নঃ অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষগৰাকীৰ নাম কি ?


উত্তৰঃ ৰাজীৱ কুমাৰ বৰা ।


প্ৰশ্নঃ অসমৰ কোনগৰাকী আৰক্ষী বিষয়াই বিশিষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতি আৰক্ষী পদক লাভ কৰিছে ?


উত্তৰঃ ভায়’লেট বৰুৱা ।


প্ৰশ্নঃ বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশজনৰ নাম কি ? 


উত্তৰঃ সুধাংশু ধুলীয়া ।


প্ৰশ্নঃ আমেৰিকাৰ বিশ্ববিখ্যাত ষ্টেনফ'ৰ্ড বিশ্ববিদ্যালয়ে সমগ্ৰ পৃথিৱীৰ ২ শতাংশ সম্ভাৱনাময় বিজ্ঞানীৰ তালিকাত সন্নিৱিষ্ট হোৱা অসমৰ ব্যক্তিগৰাকীৰ নাম কি ?


উত্তৰঃ ড° ফাইজুদ্দিন আহমেদ ৷


প্ৰশ্নঃ সতী সাধিনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে নিযুক্তি লাভ কৰিছে –


উত্তৰঃ ডা° গৌৰৱ শৰ্মা ।


প্ৰশ্নঃ নিউজিলেণ্ডত কোনগৰাকী ভাৰতীয় মূলৰ নৱনিৰ্বাচিত সাংসদে সংস্কৃত ভাষাত শপত গ্ৰহণ কৰিছে ?


উত্তৰঃ ড° জ্যোতি প্ৰসাদ শ‍ইকীয়া ।


প্ৰশ্নঃ আমেৰিকাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি ?


উত্তৰঃ যো. বাইডেন ।


প্ৰশ্নঃ ২০২০ চনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বঁটা' লাভ কৰা ব্যক্তিগৰাকীৰ নাম কি ? 


উত্তৰঃ ভৱপ্ৰসাদ চলিহা ।


প্ৰশ্নঃ বর্তমান ‘National School of Drama (NSD)' ৰ অধ্যক্ষগৰাকীৰ নাম কি ? 


উত্তৰঃ পৰেশ ৰাওয়াল ।


প্ৰশ্নঃ অসম চৰকাৰে কোনগৰাকী খেলুৱৈক 'Deputy Superintendent of Police' ৰ মৰ্যাদা প্ৰদান কৰিছে ?


উত্তৰঃ হিমা দাস ।


প্ৰশ্নঃ ১৯০২ চনৰ পিছত তিনিচুকীয়াৰ মাগুৰি-মতাপুঙত প্ৰথমবাৰলৈ দেখিবলৈ পোৱা বিৰল প্ৰজাতিৰ নাম কি ?


উত্তৰঃ Mandarin Duck.


প্ৰশ্নঃ অসমীয়া ভাষাৰ বিকাশৰ বাবে অসম প্ৰকাশন পৰিষদে কি নামেৰে ছপাযোগ্য ফণ্ট মুকলি কৰিছে ?


উত্তৰঃ বাণীকান্ত অসমীয়া ইউনিক'ড ফণ্ট ।


প্ৰশ্নঃ অসমৰ সপ্তমখন অভিযান্ত্ৰিক মহাবিদ্যালয়খন ক'ত প্ৰতিষ্ঠা কৰা হৈছে ? 


উত্তৰঃ ধেমাজি ।


প্ৰশ্নঃ অসম দক্ষতা বিশ্ববিদ্যালয়খন ক'ত স্থাপন কৰা হ'ব ?


 উত্তৰঃ মঙলদৈ ।


প্ৰশ্নঃ তৃতীয়খন বড়ো চুক্তি কিমান চনত স্বাক্ষৰ কৰা হৈছে ?


উত্তৰঃ ২৭ জানুৱাৰী, ২০২০ত ।


প্ৰশ্নঃ BTAD ৰ নতুন নাম কি ?


উত্তৰঃ BTR (Bodoland Territorial Region)


প্ৰশ্নঃ অসম সাহিত্য সভাৰ নতুন সভাপতিজনৰ নাম কি ?


উত্তৰঃ কুলধৰ শ‍ইকীয়া ।


প্ৰশ্নঃ অসমৰ কোনখন জিলালৈ প্লাষ্টিক আৱৰ্জনা নিষ্কাশন বঁটা ২০২০ আগবঢ়োৱা হৈছে ?


উত্তৰঃ ডিব্ৰুগড় জিলা ।


প্ৰশ্নঃ ৭১ সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অংশ লোৱা কোনখন ৰাজ্যৰ প্রতীকপটলৈ প্ৰথম পুৰস্কাৰ আগবঢ়োৱা হৈছে ?


উত্তৰঃ অসম । 


প্ৰশ্নঃ তৃতীয় খোলো ইণ্ডিয়া যুৱ গেমছত অসমৰ কোনে পাঁচটা স্বর্ণ লাভ কৰিছে ?


উত্তৰঃ শিৱাংগী শৰ্মা (সাঁতেৰ)।


প্ৰশ্নঃ গুৱাহাটীত অনুষ্ঠিত হোৱা তৃতীয় খোলো ইণ্ডিয়া যুৱ গেমছত অসমে লাভ কৰিছে মুঠ কিমানটা পদক ?


 উত্তৰঃ মুঠ ৭৬ টা পদক ।


প্ৰশ্নঃ আৰ্মী কলেজৰ প্ৰথম মহিলা ডীন হিচাপে কোনে নিযুক্তি লাভ কৰিছে ? 


উত্তৰঃ মেজৰ জেনেৰেল মাধুৰী কানিটকৰ ।


প্ৰশ্নঃ চতুর্থ খোলো ইণ্ডিয়া যুৱ গেমছ কোনেখন ৰাজ্যই আয়োজন কৰিব ? 


উত্তৰঃ মেঘালয়ে ।


প্ৰশ্নঃ দিল্লী চৰকাৰে ৰাজ্যখনৰ পৰিবহণ নিগমৰ বাছত মহিলাৰ বাবে বিনামূলীয়া যাতায়াতৰ ব্যৱস্থা কৰিছে। কেতিয়াৰ পৰা এয়া কাৰ্যকৰী হয় ? 


উত্তৰঃ ২০২০ চনৰ ২৯ অক্টোবৰৰ পৰা ।


প্ৰশ্নঃ বিশ্ব চাইকেল দিৱস কোন তাৰিখে পালন কৰা হয় ?


উত্তৰঃ ৩ জুন ।


প্ৰশ্নঃ বিগত বছৰত ‘আই অ’চি’ অন জি চি’ৰ ভিতৰত কোনটো প্ৰতিষ্ঠানে অধিক লাভ মুখ দেখিছিল ? 


উত্তৰঃ অ'এন জি চি ।


প্ৰশ্নঃ উৰিষাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কোন দলৰ ?


উত্তৰঃ বিজু জনতা দল ।


প্ৰশ্নঃ কোনখন দেশে ভাৰতক ‘জি এছ পি' তালিকাৰ পৰা নাম কৰ্ত্তন কৰি শেহতীয়াকৈ চৰ্চালৈ আহিছিল ?


উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰ ।


প্ৰশ্নঃ বৰ্ত্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপদেষ্টা গৰাকীক কোন পৰ্যায়ৰ মন্ত্ৰীৰ মর্যাদা প্ৰদান কৰা হৈছে ? 


উত্তৰঃ কেবিনেট পৰ্যায়ৰ ।


প্ৰশ্নঃ দেশৰ তিনি কোটি ক্ষুদ্ৰ ব্যৱসায়ীলৈ আৰ্থিক সাহাৰ্য্য দিব বিচৰা প্ৰধান মন্ত্ৰীৰ আঁচনিখন কি ?


উত্তৰঃ পেঞ্চন যোজনা ।


প্ৰশ্নঃ বিশ্ব ধপাত বিৰোধী দিৱস কোন দিন পালন কৰা হয় ?


উত্তৰঃ ৩১ মে'ৰ দিনা । 


প্ৰশ্নঃ পাকিস্তানে শেহতীয়াকৈ সম্পৰীক্ষা কৰা ক্ষেপনাস্ত্ৰটোৰ নাম কি ?


উত্তৰঃ ‘চাহিন দ্বিতীয়'।


প্ৰশ্নঃ ভাৰতৰ বৰ্ত্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ উপদেষ্টা কোন ?


উত্তৰঃ অজিত ডোভাল ।


প্ৰশ্নঃ বিশ্ব স্বাস্থ্য সংস্থাৰ বাহ্যিক হিচাপ পৰীক্ষকৰ পদ লাভ কৰা ভাৰতীয় চৰকাৰী বিষয়াজনৰ নাম কি ?


উত্তৰঃ ৰাজীৱ মেহঋষি ।


প্ৰশ্নঃ অৰুণাচল প্ৰদেশৰ দশমজন মুখ্যমন্ত্ৰীৰ নাম কি ?


উত্তৰঃ প্রেমা খান্দু ।


প্ৰশ্নঃ কোনগৰাকী ভাৰতীয় মহিলা ৰেফাৰীক আই চি চি ৰ দ্বাৰা আর্ন্তজাতিক ৰেফাৰী ৰূপে নিযুক্ত কৰা হয় ?


 উত্তৰঃ ৱাই এছ লক্ষ্মী ।


প্ৰশ্নঃ শেহতীয়াকৈ ডনাল্ড ট্রাম্পে ‘গ্রীণকার্ড' ব্যৱস্থাৰ অন্ত পেলাই কিহৰ ভিত্তিত অনুপ্ৰৱেশৰ ব্যৱস্থা কৰিছে ?


 উত্তৰঃ মেধা ভিত্তিত ।


প্ৰশ্নঃ জোকা আলহাটিয়ে কোনখন উপন্যাসৰ বাবে মেন বুকাৰ বঁটা লাভ কৰিছে ?


 উত্তৰঃ চেলেষ্টিয়েল বড়ি ।


প্ৰশ্নঃ বিগত বছৰত ‘অ’ এন জি চিৰ লাভৰ বৃদ্ধিৰ পৰিমান কিমান আছিল ? 


উত্তৰঃ ছয়ত্রিশ শতাংশ ।


প্ৰশ্নঃ কোনগৰাকী ভাৰতীয় বুৰঞ্জীবিদলৈ আমেৰিকান ফিলছফিকেল ছ'চাইটিৰ সদস্য পদ আগবঢ়োৱা হৈছে ?


উত্তৰঃ ৰমিলা থাপাৰ ।


প্ৰশ্নঃ বর্তমান নিটি আয়োগৰ অধ্যক্ষ কোন ?


উত্তৰঃ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ।


প্ৰশ্নঃ বিশ্ব ঐতিহ্য দিৱস পালন কৰা দিন কোনটো ?


উত্তৰঃ ১৮ এপ্রিল ।


প্ৰশ্নঃ ভাৰতৰ কোনখন চুবুৰীয়া দেশে প্ৰথমটো কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণৰ সিদ্ধান্ত লৈছে ?


উত্তৰঃ নেপাল ।


প্ৰশ্নঃ উত্তৰ পূৱৰ কোনখন ৰাজ্যত শেহতীয়াকে পর্যাপ্ত পৰিমানে গ্রেফাইট মজুত থকা বুলি জৰীপত প্ৰকাশ হৈছে ? 


উত্তৰঃ অৰুণাচল প্রদেশত ।


প্ৰশ্নঃ আমেৰিকা যুক্তৰাষ্ট্ৰই 'জি এছ পি' তালিকাৰ পৰা নাম কৰ্তন কৰাৰ ফলত কি ক্ষেত্ৰত ব্যয় বাঢ়িব বুলি আশংকা কৰা হৈছ ?


উত্তৰঃ ৰপ্তানী ক্ষেত্ৰখন ।


প্ৰশ্নঃ এইবাৰৰ বিশ্ব ধপাত বিৰোধী দিবস মূলমন্ত্র কি ?


 উত্তৰঃ ধপাত নহয়, জীবনল ভাল পাওক ।


প্ৰশ্নঃ আই পি এল ২০২০ কোন দেশত অনুষ্ঠিত হৈছিল  ?


উত্তৰঃ UAE (United Arab Emirates) 


প্ৰশ্নঃ ২০২৩ চনৰ এছিয়া ফুটবল কাপ কোনখন দেশে অনুষ্ঠিত কৰা হৈছিল ? 


উত্তৰঃ চীন ।


প্ৰশ্নঃ একেৰাহে পঞ্চমবাৰৰ বাবে দায়িত্ব লোৱা উৰিষ্যাৰ মুখ্যমন্ত্ৰী জনৰ নাম কি ?


উত্তৰঃ নবীন পাটনায়ক ।


প্ৰশ্নঃ বিশ্ব ৰে'ডক্ৰছ দিবস কোনদিনা পালন কৰা হয় ? 


উত্তৰঃ ৮ মে'ৰ দিনা ।


প্ৰশ্নঃ ইৰাণৰ পৰা খাৰুৱা তেল আমদানী কৰা দেশসমূহৰ ভিতৰত কোনখন দেশ শীৰ্ষত ?


উত্তৰঃ ভাৰত ।


প্ৰশ্নঃ এভাবেই দিবস কোন গৰাকী পবৰ্তাৰোহীৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি পালন কৰা হয় ?


উত্তৰঃ ছাৰ এডমাণ্ড হিলাৰী ।


Read More: GEOGRAPHY HISTORY GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.