ভাৰতৰ দীৰ্ঘতম,উচ্চতম,নিম্নতম,বৃহত্তম,নদী, হ্ৰদ,শৃংগ,পৰ্বত সমূহৰ নাম General Knowledge About Indain 2023
GENERAL KNOWLEDGE ABOUT INDIA 2023
Ans: গডউইন অষ্টিন (৮৬১১ মিঃ)।
2. ভাৰতৰ বৃহত্তম হ্রদ কি ?
Ans: কাল্পেক।
3. ভাৰতৰ বৃহত্তম ব-দ্বীপ কি ?
Ans: সুন্দৰবন ।
4. ভাৰতৰ বৃহত্তম নদীদ্বীপ কি ?
Ans: মাজুলী।
5. ভাৰতৰ বৃহত্তম মহানগৰ কি ?
Ans: মুম্বাই।
6. ভাৰতৰ বৃহত্তম গম্বুজ কি ?
Ans: গোল গম্বুজ (বিজাপুৰ)।
7. ভাৰতৰ বৃহত্তম ৰেল ষ্টেচন কি ?
Ans: গোৰখপুৰ বেল ষ্টেচন (উত্তৰ প্ৰদেশ)।
8. ভাৰতৰ বৃহত্তম মৰুভূমি কি ?
Ans: থৰ মৰুভূমি।
9. ভাৰতৰ বৃহত্তম পর্বতমালা কি ?
Ans: হিমালয়।
10. ভাৰতৰ বৃহত্তম বিমান বন্দৰ কি ?
Ans: কুশোক বাকুলা ৰিম্পোচি বিমান বন্দৰ (লেহ, লাডাখ)।
11. ভাৰতৰ বৃহত্তম ৰাজ্য কি ?
Ans: ৰাজস্থান (মাটিকালিৰ ক্ষেত্ৰত)।
12. ভাৰতৰ বৃহত্তম মন্দিৰ কি ?
Ans: মীনাক্ষী মন্দিৰ ।
13. ভাৰতৰ উচ্চতম গিৰিপথ কি?
Ans: কার্গিল।
14. ভাৰতৰ ক্ষুদ্রতম নদীদ্বীপ কি ?
Ans: উমানন্দ।
15. ভাৰতৰ ক্ষুদ্রতম ৰাজ্য কি ?
Ans: গোৱা ।
16. ভাৰতৰ ক্ষুদ্রতম জনসংখ্যাৰ ৰাজ্যৰ কি ?
Ans: চিকিম।
17.ভাৰতৰ ক্ষুদ্রতম কেন্দ্রীয় শাসিত অঞ্চল কি ?
Ans: লাক্ষাদ্বীপ।
18. ভাৰতৰ উচ্চতম জলপ্রপাত কি ?
Ans: গাৰচোখা, কৰ্ণাটক।
19. ভাৰতৰ দীৰ্ঘতম ৰেলপথ কি ?
Ans: উত্তৰ ৰেলপথ।
20. ভাৰতৰ দীৰ্ঘতম খাল কি ?
Ans: বিকানীৰ খাল।
21. ভাৰতৰ দীৰ্ঘতম দলং কি ?
Ans: ধলা-শদিয়া দলং (অসম)।
22. ভাৰতৰ দীৰ্ঘতম বান্ধ কি ?
23. ভাৰতৰ দীৰ্ঘতম খাল কি ?
Ans: তেহৰি বান্ধ, উত্তৰাখণ্ড ।
24.ভাৰতৰ দীৰ্ঘতম ৰাজপথ কি ?
Ans: গ্ৰেণ্ড ট্রাংক ৰোড ।
25. ভাৰতৰ দীৰ্ঘতম সুৰংগপথ কি ?
Ans: জৱাহৰ টানেল।
26. ভাৰতৰ দীৰ্ঘতম ৰে'ল দলং কি ?
Ans: চেনাব ব্রীজ, উধামপুৰ-শ্ৰীনগৰ।
27. ভাৰতৰ বৃহত্তম গুহা কি ?
Ans: ইলোৰা।
28 ভাৰতৰ বৃহত্তম মছজিদ কি ?
Ans: দিল্লী জামা মছজিদ ।
29.ভাৰতৰ বৃহত্তম মহাসাগৰ কি ?
Ans: ভাৰত মহাসাগৰ ।
30.ভাৰতৰ বৃহত্তম গ্রন্থকাৰ কি ?
অসমৰ ক্ৰীড়া জগত সাধাৰণ জ্ঞান সমূহ
Click 👉অসমৰ ক্ৰীড়া জগত MCQ
Ans: নেচনেল লাইব্ৰেৰী, কলকাতা।
31. ভাৰতৰ বৃহত্তম গুৰুদুৱাৰ কি ?
Ans: স্বর্ণ মন্দিৰ
32.ভাৰতৰ বৃহত্তম নদী কি ?
Ans: গংগা।
33.ভাৰতৰ বৃহত্তম ভৱন কি ?
Ans : ৰাষ্ট্ৰপতি ভৱন ।
34. ভাৰতৰ বৃহত্তম যাদুঘৰ কি ?
Ans: ভাৰতীয় যাদুঘৰ, কলকাতা
35.ভাৰতৰ উচ্চতম মিনাৰ কি?
Ans: কুতুবমিনাৰ ।
36.ভাৰতৰ উচ্চতম বান্ধ কি ?
Ans: ভাক্রা নাঙ্গল ।
37.ভাৰতৰ উচ্চতম দুৰাৰ কি ?
Ans: বুলন্দ দৰৱাজা ।
38. ভাৰতৰ উচ্চতম স্তম্ভ কি ?
Ans: জলন্ধৰৰ টিভি টাৱাৰ।
39.ভাৰতৰ উচ্চতম মূৰ্ত্তি কি ?
Ans: Statue of Unity, গুজৰাট
40. ভাৰতৰ দীৰ্ঘতম ৰাষ্ট্ৰীয় ঘাইপথ কি ?
Ans : 44 নং ৰাষ্ট্ৰীয় ঘাইপথ।
41. ভাৰতৰ দীৰ্ঘতম ৰেলৱে প্লেটফৰ্ম কি?
Ans: হাওড়া, কলকাতা।
42.ভাৰতৰ দীৰ্ঘতম নদী কি ?
Ans: গংগা।
43. ভাৰতৰ দীৰ্ঘতম জিলা কি ?
Ans: কচ্ছ জিলা, গুজৰাট ।
44. ভাৰতৰ দীৰ্ঘতম ময়দান কি ?
Ans: গঁড়ৰ মাঠ, কলকাতা।
44. ভাৰতৰ দীৰ্ঘতম ওলোমা দলং কি ?
Ans: ৰবীন্দ্ৰ সেতু, কলকাতা।
45.ভাৰতৰ দীৰ্ঘতম বাৰান্দা কি ?
Ans: ৰামেশ্বৰম মন্দিৰ ।
46. ভাৰতৰ দীৰ্ঘতম চিৰিয়াখানা কি ?
Ans: জুলজিকেল গার্ডেন, কলকাতা ।
47. ভাৰতৰ দীৰ্ঘতম যাত্রীবাহী ৰেলপথ কি ?
Ans: ডিব্ৰুগড়-কন্যাকুমাৰী ।
48. ভাৰতৰ দীৰ্ঘতম ষ্টেডিয়ামৰ নাম কি ?
Ans: নৰেন্দ্ৰ মোডী ষ্টেডিয়াম, আহমেদাবাদ, গুজৰাট।
49- পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিৱলিংগৰ মন্দিৰটোৰ নাম কি ?
Ans: মহামৃত্যুঞ্জয় মন্দিৰ, নগাঁও, অসম।
50. ভাৰতৰ বৃহত্তম কাৰাগাৰ কি ?
Ans: তিহাৰ জে'।
51. ভাৰতৰ দীৰ্ঘতম ৰাপৰে ক'ত অৱস্থিত ?
Ans: গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগকাৰী ৰোগ ৱে (ব্ৰহ্মপুত্ৰৰ ওপৰত অৱস্থিত), অসম।
52.২০২১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যা কিমান ?
Ans.১.৩৯ বিলিয়ন (১৩৯ কোটি) হ'ব বুলি অনুমান কৰা হৈছে।
53.ভাৰতৰ বৃহত্তম হ্ৰদ ?
Ans.কাল্লেৰু ।
54. পৃথিৱীৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি?
Ans .হামিং বার্ড
55. পৃথিৱীৰ আটাইতকৈ ব্যস্ত ব্যৱসায়িক নদীখনৰ নাম কি?
Ans.ৰাইন নদী
56. পৃথিৱীৰ আটাইতকৈ ডাঙৰ লেগুনৰ নাম কি?
Ans. লাগোয়া ডছ পাটোচ (ব্রাজিল)
57. পৃথিৱীৰ সৰ্বোচ্চ চহৰখনৰ নাম কি ?
Ans.ৱেইন চুয়ান (চীন)
58. ভাৰতৰ আটাইতকৈ ডাঙৰ চৰাইটোৰ নাম কি ?
Ans. গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড।
59.ভাৰতৰ আটাইতকৈ সৰু চৰাইটোৰ নাম কি ?
And.flowerpeckers.
60. ভাৰতৰ আটাইতকৈ ডাঙৰ জন্তু কি ?
Ans.হাতী।

