100+ Most Important Assam Sports Gk MCQ For 32+ Post 2023

Assam 32+ New Vacancy Assam Most Important MCQ 2023 |ASSAM GK 18 

অসমৰ ক্ৰীড়া জগতৰ অসমৰ নিযুক্ত পৰীক্ষাত আহি থকা কেইটা মান সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে।


100+ Most Important Assam Sports Gk MCQ For 32+ Post 2023

Upcoming 32+ New Post Most Important MCQ 2023

আহিবলগীয়া ৩২+ পদৰ বাবে অসমৰ ক্ৰীড়া জগত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ সমূহ MCQ'ৰ  ৰূপত উল্লেখ কৰা হৈছে।


প্ৰঃ কোন তাৰিখত ‘অসমত ক্রীড়া দিৱস' উৎযাপন কৰা হয় ?
উঃ ১৭ অক্টোবৰ

প্ৰঃ ‘ডুগৰ শিল্ড ফুটবল' প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?

উঃ ১৯৬২ চনত।

প্ৰঃ অসমৰ স্বাধীনতা কাপ ফুটবল প্রতিযোগিতা কিমান চনত আৰম্ভ হৈছিল ?

উঃ ১৯৪৭ চনত ।

প্ৰঃ ‘বৰদলৈ ট্ৰফী' প্ৰতিযোগিতা'ৰ প্ৰথমবাৰ দূৰদৰ্শনত ৰাষ্ট্ৰীয় সম্প্ৰচাৰ কিমান চনত কৰা হৈছিল ? 
উঃ ১৯৯৩ চনত ।

প্ৰঃ কোন চনত গুৱাহাটীত সর্বপ্রথম এদিনীয়া আন্তর্জাতিক ক্রিকেট প্রতিযোগিতাৰ খেল অনুষ্ঠিত হৈছিল ?
উঃ ১৯৮৩ চনত।

প্ৰঃ ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযোগিতাত ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ? 
উঃ অনুপ ঘটক।

প্ৰঃ উজনি অসমৰ ‘মেগৰ ফুটবল একাডেমী' কাৰ দ্বাৰা গঠন কৰা হৈছিল ?
উঃ উইলিয়াম মেগৰ দ্বাৰা

প্ৰঃ ‘ভাৰতীয় ফুটবল সংস্থা'ৰ সভাপতি হোৱা অসমৰ প্ৰথম
ব্যক্তিজন কোন ?
 উঃ নুৰুল আমিন।

 প্ৰঃ ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন ? 
উঃ মিঠু বৰুৱা।

প্ৰঃ এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া খেলুৱৈ কোন ?
উঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)

প্ৰঃ অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ? 
উঃ নিপ বৰুৱা।

প্ৰঃ ২০০১ চনত কলম্বোেত অনুষ্ঠিত এছিয়ান জুনিয়ৰ টেনিচ চেম্পিয়নশ্বিপত চেম্পিয়নৰ সন্মান লাভ কৰা অসমীয়া খেলুৱৈজনৰ নাম কি ?
উঃ অংশুমান দত্ত (১৪ বছৰ বয়সত)।

প্ৰঃ ১৯৯৪ চনত ছিনিয়ৰ ৰাষ্ট্ৰীয় বেডমিন্টন চেম্পিয়নশ্বিপত পুৰুষৰ খিতাপ অৰ্জন কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ? 
উঃ দীপাংকৰ ভট্টাচার্য।

প্ৰঃ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত দুটা সোণৰ পদক আৰু চেম্পিয়নৰ খিতাপ অৰ্জন কৰা অসমৰ ছোৱালী প্ৰতিযোগী গৰাকী কোন আছিল ? 
উঃ অৰুনিমা মজুমদাৰ (১৯৯৭ চন)।


The Film Industry Of Assam



Click To Read More :




প্ৰঃ ‘অসম হকী এছ'চিয়েচন' কিমান চনত সংগঠিত হৈছিল ?
উঃ ১৯৫৫ চনত ।

প্ৰঃ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ?
উঃ ১৬ টা।

প্ৰঃ অসমৰ ক'ত বশী বোৱাৰ এখন বার্ষিক প্রতিযোগিতা অনুষ্ঠিত হয় ? 
উঃ জীয়া ভৰলীত।

প্ৰঃ প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন ?
উঃ বাবুল বার্মিজ।

প্রঃ গুৱাহাটীত প্রথম এদিনীয়া আন্তঃর্জাতিক ক্রিকেট খেলখন কাৰ কাৰ মাজতঅনুষ্ঠিত হৈছিল ?
 উঃ ওৱেষ্ট ইণ্ডিজ আৰু ভাৰতৰ মাজত।

প্ৰঃ ‘লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল' প্রতিযোগিতা অসমত
কেতিয়া আৰম্ভ হৈছিল ? 
উঃ ১৯৫২ চনত ।

প্ৰঃ ৰঞ্জী ট্ৰফী চেম্পিয়নশ্বিপত ১০০০ ৰাণ আৰু ১০০ টা উইকেট লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ?
উঃ গৌতম দত্ত ।

প্রঃ অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা অসমৰ প্ৰথম খেলুৱৈ গৰাকী কোন ?
উঃ টালিমেৰণ আও (১৯৪৮ চন)।

প্ৰঃ অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?
উঃ এলভিচ আলী হাজৰিকা।

প্ৰঃ ৰাষ্ট্ৰীয় জুডো চেম্পিয়নশ্বিপত অসমৰ কোন গৰাকী খেলুৱৈয়ে প্ৰথম পদক অৰ্জন কৰিছিল ? 
উঃ মানস দাস (১৯৮৯ চন)।

প্ৰঃ ইংলণ্ডত প্ৰচলিত হোৱা ডেট টাইগা' নামৰ খেলবিধ অসমত কোনে আৰম্ভ কৰিছিল ? 
উঃ সুখদেৱ গোস্বামী।

প্ৰঃ ১৯৮৫ চনত ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত পদক পোৱা অসমীয়া খেলুৱৈজন কোন ?
উঃ মিঠু বৰুৱা।

প্ৰঃ এছিয়ান গেমচত সোণৰ পদক পোৱা প্ৰথম অসমীয়া
খেলুৱৈ কোন ?
উঃ ভোগেশ্বৰ বৰুৱা (১৯ ৬৬ চন)।

প্ৰঃ অসমৰ কোন গৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ এজন যশস্বী চলচ্চিত্ৰ পৰিচালক হিচাপে খ্যাত ? 
উঃ নিপ বৰুৱা।

প্ৰঃ ভাৰতীয় টেবুল টেনিচ দলক প্রতিনিধিত্ব কৰা অসমৰ প্ৰথম গৰাকী খেলুৱৈ কোন ?
 উঃ নন্দিনী বৰুৱা।

প্ৰঃ ভাৰতীয় স্কুল ক্রিকেট দলত স্থান লাভ কৰা প্ৰথম অসমীয়া খেলুৱৈ গৰাকী কোন ? 
উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

প্ৰঃ ১৯৯৬ চনত ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত তিনিটা মীড ৰেকৰ্ডসহ নটা স্বর্ণ পদক বিজয়ী অসমীয়া
খেলুৱৈজন কোন ?
উঃ এলভিছ আলী হাজৰিকা।

প্ৰঃ ভাৰত ‘এ’ দলত অন্তৰ্ভুক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ কোন ?
 উঃ জাবেদ জামান ।

প্ৰঃ ভাৰতীয় ফুটবল দলক অলিম্পিকত প্রতিনিধিত্ব কৰা
অসমৰ প্ৰথম ফুটবলাৰ কোন ? 
উঃ বীৰেন বড়ো।

প্ৰঃ কোন চনত বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতা অনুষ্ঠিত হোৱা নাছিল ?
উঃ ১৯৮০ চনত ।

প্ৰঃ বিশ্ব টেবুল টেনিচ প্ৰতিযোগিতাৰ জুনিয়ৰ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰা অসমীয়া খেলুৱৈ গৰাকী কোন ? 
উঃ পল্লৱী পৰাশ।

প্ৰঃ অসমৰ ক্ৰীড়া জগতৰ পিতৃস্বৰূপ কোন ?
 উঃ আৰ, জি. বৰুৱা।

প্ৰঃ এদিনীয়া আন্তর্জাতিক ক্রিকেট প্রতিযোগিতাত আম্পায়াৰৰ দায়িত্ব বহন কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন ? 
উঃ সুৰেণৰাম ফুকন ।

প্ৰঃ বৰদলৈ ট্ৰফী প্ৰতিযোগিতাত ক্ৰমে দুবাৰকৈ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ অৰ্জন কৰা খেলুৱৈ গৰাকী কোন ? 
উঃ তোষেশ্বৰ দত্ত ।

প্ৰঃ অর্জুন বঁটা লাভ কৰা অসমীয়া খেলুৱৈ দুজন কোন ? 
উঃ ভোগেশ্বৰ ভৰালী আৰু মনালিছা।

প্ৰঃ ৰঞ্জী ট্ৰফী ক্রিকেট প্রতিযোগিতাত অংশ গ্ৰহণ কৰা অসমৰ কনিষ্টতম খেলুৱৈ গৰাকী কোন ?
 উঃ মাধুৰ্য প্ৰসাদ বৰুৱা।

প্ৰঃ ‘আকাঙ্খাৰ আটলান্টিক' নামৰ ক্ৰীড়া ভিত্তিক উপন্যাসখনৰ লিখক কোন ?
উঃ শ্যামা প্রসাদ শর্মা।

প্ৰঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টেনিচ প্ৰতিযোগিতাত জয় লাভ কৰা
অসমৰ প্ৰথম খেলুৱৈ কোনজন ?
উঃ চুচেন দাস।

প্ৰঃ ১৯৮৫ চনত বেংককত অনুষ্ঠিত ফুটবল প্রতিযোগিতাত ভাৰতীয় জুনিয়ৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰা অসমীয়া
ফুটবলাৰ্জন কোন ? 
উঃ ফ্ৰান্সিচ বৰুৱা।

প্ৰঃ ফুটবল খেলৰ জন্মস্থান ক'ত ?
উঃ ৰোমত
প্ৰঃ কোন অলিম্পিকত সৰ্বপ্ৰথমে ভাৰতীয় মহিলাই অংশগ্রহণ কৰিছিল ?
উঃ 1952 চনৰ হেলচিংকি অলিম্পিকত। 

প্ৰঃ বিশ্বৰ সর্বপ্রথম আন্তঃৰাষ্ট্ৰীয় ক্রিকেট মেছ কেতিয়া আৰু কাৰ মাজত অনুষি হৈছিল ?

উঃ 1844 চনত, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ মাজত ।

প্ৰঃ111 ৰাণটোক ক্ৰিকেটৰ ভাষাত কি বোলা হয় ?
উঃ নেলচন

প্ৰঃ মহিলা ক্রিকেট প্রতিযোগিতা সর্বপ্রথমে কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল। 
উঃ ১৯৩৪ চনত ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত ব্ৰিচবেনত ।

প্ৰঃ ভাৰতৰ প্ৰথম টেষ্ট ক্রিকেট দলৰ অধিনায়ক কোন আছিল?
উঃ চি কে নাইডু।

প্ৰঃ কোন ভাৰতীয় খেলুৱৈয়ে সর্বপ্রথমে অর্জুন বঁটা লাভ কৰিছিল ?
উঃ চেলিম ডুৰাণীয়ে ইং 1961 চনত।

প্ৰঃ কোন ভাৰতীয় ক্রিকেট খেলুৱৈয়ো সর্বপ্রথমে টেষ্ট মেচত উইকেট লাভ কৰিছিল?
উঃ এম নাচেৰ ।

প্ৰঃ প্রথম অসমীয়া ফিফা ৰেফাৰী কোন ?
উঃ বাবুল বাৰ্মিজ।

প্ৰঃ ‘ডুগৰ শিল্ড ফুটবল’ প্রতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল ?
উঃ ১৯৬২ চনত।

প্ৰঃ অসমৰ কোন গৰাকী সাঁতোৰবিদে ৯ টা সোণৰ পদক পাইছিল ?
 উঃ এলভিচ আলী হাজৰিকা।
বিশ্বৰ প্ৰাচীনতম ফুটবল ক্লাৱটোৰ নাম কি ?
Ans: কে বি ফুটবল ক্লাব (1876 চনত)।

প্ৰঃ প্রথম বিশ্বকাপ ফুটবল প্রতিযোগিতাত বিজয়ী আৰু ৰানাছ আপ হোৱা দল দুটা কি কি আছিল ?
উঃ 1930 চনত বিজয়ী দল ---উৰুগুৱে আৰু ৰানাছ আপ দল আছিল আর্জেন্টিনা।

প্ৰঃ ডুৰান্ত কাপ' প্রতিযোগিতাৰ জন্ম ক'ত হৈছিল ?
উঃ 1888 চনত ছিমলাত ।

প্ৰঃ  ফুটবল 'মহিলা পেলো' কোন ?
উঃ বিভাৰলি ৰেঞ্জাৰ (ইংলেণ্ড)।

প্ৰঃ স্পেইনৰ জাতীয় কেল কি ?
উঃ বুল ফাইটিং।

assam gk book pdf
assam gk book 2023
best assam gk book


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.