৮০ টা অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assam Gk MCQ 2023 For All Competitive Exams

৮০ টা অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ|| Assam Gk MCQ'S 2023 For All Competitive Exams

অসমৰ বুৰঞ্জীৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ আহিবলগীয়া বিভিন্ন ধৰণৰ  নিযুক্ত পৰীক্ষৰ বাবে অতি প্ৰয়োজনীয় সাধাৰণ উত্তৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে ।

৮০ টা অসম বুৰঞ্জীৰ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ || Assam Gk MCQ 2023 For All Competitive Exams


Assam Gk MCQ'S 2023 For All Competitive Exams


1. অসমৰ পুৰণি নাম কি ?

(A) ৰত্নপীঠ

(B) বিদর্ভ

(C) প্রাগজ্যোতিষ

(D) থানেশ্বৰ


Ans: (C) প্রাগজ্যোতিষ ।


2. প্ৰাগজ্যোতিষৰ ৰাজধানী ক'ত আছিল ?

(A) প্রাগজ্যোতিষ

(B) প্ৰাগজ্যোতিষপুৰ

(C) কামৰূপ

(D) ৰত্নপীঠ


Ans: (B) প্ৰাগজ্যোতিষপুৰ ।


3. কামৰূপৰ প্ৰথম ৰজাজনৰ নাম কি ?

(A) ভাস্কৰ বৰ্মন

(B) ঘটকাসুৰ

(C) মহীৰংগ দানৱ

(D) চুকাফা


Ans: (C) মহীৰংগ দানৱ ।


4. ৰজা নৰকাসুৰে কাক বিয়া কৰাইছিল ?

(A) ইন্দুমতী

(B) মায়ামতী

(C) লক্ষ্মীবাঈ

(D) বিদৰ্ভ ৰাজকুমাৰী মায়া


Ans: (D) বিদৰ্ভ ৰাজকুমাৰী মায়া ।


5. নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

(A) দানৱ

(B) বর্মন

(C) পাল

(D) ভৌম


Ans : (D)ভৌম ।


6. ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অহা চীনা পৰিব্ৰাজকৰ নাম লিখা ?

(A) হিউয়েন-চাং

(B) ভাস্ক-ডা-গামা

(C) ফা-হিয়েন

(D) চন্দ্রপল।


Ans: (A) হিউয়েন-চাং ।


7. ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল ?

(A) ভাস্কৰ বৰ্মন

(B) কনিষ্ক

(C) শীলভদ্র

(D) হিউ-য়েন-চাং


Ans: (C) শীলভদ্র ।


 8. হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত বন্ধুত্ব স্থাপন কৰা কটকীজনৰ নাম কি ?

(A) শীলভদ্র 

(B) হংসবেগ

(C) ইন্দ্ৰজিৎ

(D) পুষ্পদত্ত


Ans: (B) হংসবেগ ।


9. হিউয়েন-চাঙৰ কামৰূপৰ বিষয়ে লিখা টোকাখনৰ নাম কি ? 

(A) চি-ইউ-কি

(B) ৰামায়ণ

(C) অর্থশাস্ত্র

(D) যোগিনীতন্ত্র


Ans: (A) চি-ইউ-কি ।


10. শালস্তম্ভ বংশৰ শেষ ৰজাজনৰ নাম কি ?

(A) ভাস্কৰ বৰ্মন

(B) শীলভদ্র

(C) ত্যাগ সিংহ

(D) হংসবেগ


Ans: (C) ত্যাগ সিংহ ।


11. পাল বংশৰ প্ৰতিষ্ঠাতা কোন ? 

(A) ব্রহ্মপাল

(B) বৈদ্যদেৱ

(C) ত্যাগ সিংহ 

(D) শীলভদ্র


Ans: (A) ব্রহ্মপাল ।


12. মহম্মদ-বিন-বখতিয়াৰে কেতিয়া কামৰূপ আক্ৰমণ কৰিছিল ?

(A) 1138

(B) 1250

(C) 1270

(D) 1206


Ans: (D) 1206 


13. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ?

(A) ৰজা সন্ধ্যা

(B) পৃথু

(C) বৈদ্যদেৱ

(D) বল্লভদেৱ


Ans: (A) ৰজা সন্ধ্যা ।


14. তাবাকাত-ই-নীছিৰী' গ্ৰন্থৰ ৰচক কোন ?

(A) মিনহাজ উদ্দিন চিৰাজ 

(B) আৰিমত্ত

(C) মহম্মদ-বিন-বখতিয়াৰ

(D) নীলধ্বজ


Ans : (A) মিনহাজ উদ্দিন চিৰাজ ।


15. গৌড় ৰাজ্য ক'ত আছিল ?

(A) কমতা ৰাজ্যত

(B) কামৰূপ

(C) গৌড় ৰাজ্যত

(D) চুতীয়া


Ans : (A) কমতা ৰাজ্যত ।


16. কোনে খান বা সেন বংশ প্রতিষ্ঠা কৰিছিল ?

(A) আৰিমত্ত

(B) নীলধ্বজ

(C) ভাস্কৰ সিংহ

(D) বৈদ্যদেৱ


Ans: (B) নীলধ্বজ ।


17. সৰ্বপ্ৰথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি ? 

(A) নীলধ্বজ

(B) বখতিয়াৰ খিলিজী 

(C) আৰিমত্ত

(D) বৈদ্যদেৱ


Ans: (B) বখতিয়াৰ খিলিজী ।


18. কেতিয়া চুতীয়া ৰাজ্য প্ৰতিষ্ঠা হৈছিল ?

(A) 1189

(B) 1120

(C) 1150

(D) 1170


Ans: (A) 1189


19. চতুীয়াসকলৰ শেষৰজন ৰজাৰ নাম কি ?

(A) নিত্যপাল

(B) নীলপাল

(C) ব্রজপাল

(D) ইন্দ্ৰপাল।


Ans: (A) নিত্যপাল ।


20. কোচ শব্দৰ উৎপত্তি ক'ৰ পৰা আহিছে ?

(A) কুৱাজ বা কম্বোজ

(B) কোচ

(C) কুজ

(D) কৰাজ


Ans: (A) কুৱাজ বা কম্বোজ ।


21. কোচ ৰাজ্য কোনে প্রতিষ্ঠা কৰিছিল ?

(A) নৰনাৰায়ণ

(B) চিলাৰায়

(C) বিশ্বসিংহ

(D) গড়গঞা


Ans: (C) বিশ্বসিংহ ।


22. নৰনাৰায়ণৰ আচল নাম কি ?

(A) চুখামফা

(B) মল্লদেৱ

(C) শুক্লধ্বজ

(D) তামধ্বজ


Ans: (B) শুক্লধ্বজ ।


23. শুক্লধ্বজক কি নামেৰে জনা যায় ?

(A) নৰনাৰায়ণ

(B) বিশ্বসিংহ

(C) চিলাৰায়

(D) লক্ষ্মীনাৰায়ণ


Ans: (C) চিলাৰায় ।


24. নৰনাৰায়ণ সিংহাসনত উঠাৰ সময়ত আহোম স্বৰ্গদেউ কোন আছিল ?

(A) চুকাফা

(B) চুমিফা

(C) চুখামফা

(D) চুক্লেনমু


Ans: (D) চুক্লেনমু ।


25. কোচ ৰজা ৰঘুদেৱৰ জীয়েকৰ নাম কি আছিল ?

(A) শংকলা

(B) ভানুমতী

(C) বিমলা

(D) বিপাসা


Ans: (A) শংকলা ।


26. চিলাৰায় কাৰ হাতত বন্দী হৈছিল ?

(A) হোছেন শ্বাহ 

(B) কছাৰী ৰজা

(C) চুলেইমান কৰৰাণী

(D) আহোমৰ


Ans: (C) চুলেইমান কৰৰাণী ।


27. কোচৰাজ্য কেতিয়া বিভক্ত হৈছিল ?

(A) 1228

(B) 1582

(C) 1581

(D) 1585


Ans: (C) 1581 


28. কছাৰী ৰাজ্য ক'ত আছিল ?

(A) ৰত্নপীঠত

(B) দিখৌৰ পৰা কলওলৈ

(C) কলঙলৰ পৰা দিখৌৰ মাজত


Ans: (B) দিখৌৰ পৰা কলওলৈ ।


29. কছাৰী ৰাজ্যৰ ৰাজধানী ক'ত আছিল ?

(A) কামৰূপ

(B) শদিয়া

(C) হিৰিম্বাৰ

(D) কমতাপুৰ


Ans: (C) হিৰিম্বাৰ ।


30. কেতিয়া আহোম শাসন আৰম্ভ হৈছিল ?

(A) 1221

(B) 1228

(C) 1225

(D) 1226


Ans: (B) 1228 


31. প্রথম আহোম স্বৰ্গদেউ কোন আছিল ?

(A) চুকাফা

(B) চুমিফা

(C) চুক্লেনমু

(D) চুখামফা


Ans: (A) চুকাফা ।


32. আহোমসকল কোন নৃ-গোষ্ঠীয় লোক ?

(A) টাই

(B) ইন্দো

(C) দ্রাবিড়

(D) টাই-মংগোলীয়


 Ans: (D) টাই-মংগোলীয় ।


33. বুৰঞ্জী শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে ?

(A) আহোম

(B) লেটিন

(C) গ্রীক

(D) বার্মা


Ans: (A) আহোম ।


34. আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?

(A) 650

(B) 600

(C) 660

(D) 1228-1826 (প্রায় ৬০০) 


Ans: (D) 1228-1826 (প্রায় ৬০০) ।


35. আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি ?

(A) জয়ধ্বজ সিংহ

(B) পুৰন্দৰ সিংহ

(C) চন্দ্ৰকান্ত

(D) ৰুদ্ৰ সিংহ


Ans: (B) পুৰন্দৰ সিংহ ।


36. কোন স্বৰ্গদেউ প্রথম হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ?

(A) জয়ধ্বজ

(B) ৰুদ্ৰ সিংহ

(C) চন্দ্ৰকান্ত

(D) স্বৰ্গ নাৰায়ণ


Ans: (A) জয়ধ্বজ ।


37. অসমীয়া ভাষাত বুৰঞ্জী লিখোতা প্রথম স্বৰ্গদেউ কোন আছিল ?

(A) ৰুদ্ৰ সিংহ

(B) লক্ষ্মীনাৰাষণ

(C) স্বৰ্গ নাৰায়ণ

(D) প্রতাপ সিংহ


Ans: (C) স্বৰ্গ নাৰায়ণ ।


38. কোন স্বৰ্গদেউ বৰা, শ‍ইকীয়া, হাজৰিকা পদবীৰ সৃষ্টি কৰিছিল ?

(A) চুকাফা

(B) চুতেনফা

(C) চুফিমফা

(D) চুহুংমু


Ans: (B) চুতেনফা ।


39. কাৰ শাসনকালত মীৰজুমলাই গড়গাঁও অধিকাৰ কৰিছিল ?

(A) ৰুদ্ৰ সিংহ

(B) প্ৰতাপ সিংহ

(C) জয়ধ্বজ

(D) গদাধৰ


Ans : (C) গদাধৰ ।


40. কেতিয়া শৰাইঘাট যুদ্ধ হৈছিল ?

(A) 1671

(B) 1662

(C) 1672

(D) 1670


Ans: (A) 1671 


41. শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল ?

(A) গদাপাণি

(B) লাচিত বৰফুকন

(C) বাঘ হাজৰিকা

(D) ইছমাইল শ্বেখ


Ans: (B) লাচিত বৰফুকন ।


42. বাঘ হাজৰিকাৰ আচল নাম কি ? 

(A) ইছমাইল হোছেন 

(B) ইছমাইল ছিদ্দিক

(C) ইছমাইল আলী

(D) ইছমাইল শ্বেখ


Ans: (B) ইছমাইল ছিদ্দিক ।



43. গদাধৰ সিংহৰ পত্নীৰ নাম কি আছিল ?

(A) ভানুমতী 

(B) জয়মতী

(C) স্বর্ণমতী

(D) মায়ামতী


Ans: (B) জয়মতী ।


44. জয়মতীক ক'ত হত্যা কৰা হৈছিল ?

(A) জয়সাগৰ

(B) গৌৰী সাগৰ

(C) জেৰেঙা পথাৰত

(D) ৰংঘৰ


Ans: (C) জেৰেঙা পথাৰত ।


45. জয়দল, জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল ?

(A) গদাধৰ সিংহ

(B) জয়ধ্বজ সিংহ

(C) প্রতাপ সিংহ

(D) ৰুদ্ৰ সিংহ


Ans: (D) ৰুদ্ৰ সিংহ ।


46. কোন স্বৰ্গদেউৰ সময়ত প্ৰথম মোৱামৰীয়া যুদ্ধ হৈছিল ?

(A) গদাধৰ সিংহ

(B) ৰুদ্ৰ সিংহ

(C) ৰাজেশ্বৰ সিংহ

(D) শিৱ সিংহ


Ans: (C) ৰাজেশ্বৰ সিংহ ।


47. গুৱাহাটীৰ শুক্ৰেশ্বৰ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ?

(A) শিৱ সিংহ

(B) প্রমত্ত সিংহ

(C) ৰাজেশ্বৰ সিংওঁ

(D) ৰুদ্ৰ সিংহ


Ans : (B) প্রমত্ত সিংহ ।


48. মানে কেইবাৰ অসম আক্ৰমণ কৰিছিল ?

(A) 17 বাৰ

(B) 5 বাৰ

(C) 3 বাৰ

(D) 1 বাৰ


Ans: (C) 3 বাৰ ।



49. অসমলৈ কোনে মান আনিছিল ?

(A) ৰুচিনাথ

(B) লাচিত

(C) বদনচন্দ্ৰ

(D) ফ্রানচেংমুং


Ans: (C) বদনচন্দ্ৰ ।


50. ফ্রানচেংমুং বৰপাত্ৰ গোহাঁইৰ পত্নীৰ নাম কি ?

(A) মূলাগাভৰু

(B) জয়মতী

(C) ভানুমতী

(D) ভুৱনেশ্বৰী


Ans: (A) মূলাগাভৰু ।


51. ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল ?

(A) 1826

(B) 1827

(C) 1825

(D) 1830


Ans: (A) 1826 


52. ইয়াণ্ডাবু সন্ধি কোন দেশত হৈছিল ?

(A) ব্ৰহ্মদেশত

(B) চীনত

(C) ভাৰতত

(D) পাকিস্তানত


Ans: (A) ব্ৰহ্মদেশত ।


53. ' বেগম ৰহমত বাণু' কোন অসমীয়া জীয়েকৰ নাম ?

(A) মূলাগাভৰু

(B) ৰমণী গাভৰু

(C) ভানুমতী

(D) ইন্দ্ৰমতী


Ans : (B) ৰমণী গাভৰু ।


54. বান ৰজাৰ জীয়েকৰ নাম কি ?

(A) ঊষা

(B) চিত্রলেখা

(C) ৰুক্মিণী

(D) ৰাধা


Ans : (A) ঊষা ।


55. ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল ?

(A) শদিয়া

(B) কছাৰী

(C) অসম

(D) বিদর্ভ


Ans: (D) বিদর্ভ ।


56. ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল।

(A) গদাধৰ সিংহ

(B) ৰুদ্ৰ সিংহ

(C) শিৱ সিংহ

(D) সর্বানন্দ সিংহ


Ans : (A)গদাধৰ সিংহ ।



57. ৰংপুৰ শব্দৰ অৰ্থ কি ?

(A) বিশাল নগৰী

(B) আনন্দ নগৰী

(C) শিল্প নগৰী

(D) উদ্যোগ নগৰী


Ans : (B) আনন্দ নগৰী ।



58. ইটাখুলিৰ ৰণ কেতিয়া হৈছিল ?

(A) 1680

(B) 1869

(C) 1682

(D) 1684


Ans: (C) 1682


59. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?

(A) মীৰজুমলা

(B) ৰাম সিংহ

(C) হোছেন শ্বাহ

(D) ফিৰোজ শ্বাহ


Ans: (B) ৰাম সিংহ ।


60. ‘তাৰিখ-ই-আছাম' বা 'ফাতিয়াহ-ই-ইব্রিয়া' গ্ৰন্থৰ ৰচক কোন ?

(A) মিৰজুমলা

(B) ফিদৌসি

(C) চিহাবুদ্দিন তালিছ

(D) এটাও নহয়


Ans: (C) চিহাবুদ্দিন তালিছ ।


61. পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল ?

(A) ঊষা

(B) জয়মতী

(C) মূলাগাভৰু

(D) ফুলেশ্বৰী


Ans : (D) ফুলেশ্বৰী ।


62. ভীমপুত্র ঘটোৎকোচ কোন ৰাজ্যৰ অধিকাৰী আছিল ?

(A) কুণ্ডিল

(B) হিড়িম্বাপুৰ

(C) কামৰূপ

(D) কমতা


Ans: (B) হিড়িম্বাপুৰ ।


63. আহোম ৰাজত্ব পতনৰ কাৰণ কি ?

(A) গৃহ কন্দল

(B) অদক্ষ সেনাপতি

(C) দুৰ্বল অধিকাৰী

(D) এটাও নহয়


Ans: (A) গৃহ কন্দল ।


64. আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিল ?

(A) ৰংপুৰ

(B) কামৰূপ

(C) চৰাইদেউ

(D) কমতাপুৰ


Ans: (C) চৰাইদেউ ।


65. শেষ আহোম স্বৰ্গদেউ কোন আছিল ?

(A) ৰুদ্ৰসিংহ

(B) স্বৰ্গনাৰায়ণ

(C) শিৱ সিংহ

(D) পুৰন্দৰ সিংহ


Ans: (D) পুৰন্দৰ সিংহ ।


66. কোনজন আহোম স্বৰ্গদেৱে নিজৰ পিতৃক হত্যা কৰি ৰাজপাটত বহিছিল ?

(A) চুহুং

(B) চুক্লেনমু

(C) চুখিমখা

(D) এটাও নহয়


Ans: (B) চুক্লেনমু ।


67. আহোম প্রথামতে হোৱা বিবাহক কি বুলি কোৱা হয় ?

(A) চকলং

(B) গন্ধৰ

(C) প্রজাপতি

(D) এটাও নহয়


Ans: (A) চকলং ।


68. ল'ৰা ৰজাৰ প্ৰকৃত নাম কি ?

(A) গদাধৰ সিংহ

(B) চুলিকফা

(C) ৰুদ্ৰ সিংহ

(D) এটাও নহয়


Ans: (B) চুলিকফা ।


69. ৰংঘৰ কোনে নিৰ্মাণ কৰাইছিল ?

(A) ৰুদ্ৰসিংহ

(B) গদাধৰ সিংহ

(C) প্রতাপ সিংহ

(D) প্ৰমত্ত সিংহ


Ans: (D) প্ৰমত্ত সিংহ ।


70. শিৱদৌল আৰু শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল ?

(A) প্রমত্ত সিংহ

(B) শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা

(C) ৰুদ্ৰ সিংহ

(D) প্রতাপ সিংহ


Ans: (B) শিৱ সিংহৰ পত্নী ৰাণী অম্বিকা ।


71. চক্ৰৰী ফেঁটী বুৰঞ্জী কোনে ৰচনা কৰিছিল ?

(A) কীর্তিনাথ

(B) বদনচন্দ্র

(C) নুমলী বৰগোহাঁই

(D) এটাও নহয়


Ans: (C) বদনচন্দ্র ।


72. দিহিংগীয়া ৰজাৰ প্ৰকৃত নাম কি ?

(A) চুহুংমুং

(B) চুক্লেনমু

(C) চুখামখা

(D) চুকাফা


Ans: (A) চুহুংমুং ।


73. খোৰা ৰজা কোন ?

(A) চুহুংমুং

(B) চুখ্ৰাফা

(C) চুকাফা

(D) এটাও নহয়


Ans: : (B) চুখ্ৰাফা ।


74. ভগনীয়া ৰজা কোন ?

(A) জয়ধ্বজ

(B) শুক্লধ্বজ

(C) তাম্র ধ্বজ

(D) ৰাজেশ্বৰ


Ans: (A) জয়ধ্বজ ।


75. উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল ?

(A) গদাধৰ সিংহ

(B) ৰুদ্ৰ সিংহ

(C) জয়ধ্বজ সিংহ

(D) প্রমত্ত সিংহ


Ans: (A) গদাধৰ সিংহ ।


76. কুৰুক্ষেত্ৰৰ যুদ্ধত অংশ গ্ৰহণ কৰা অসমৰ ৰজা কোন ?

(A) ব্ৰজদত্ত

(B) ভগদত্ত

(C) হৰদত্ত

(D) এটাও নহয়


Ans: (B) ভগদত্ত ।


77. কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল ?

(A) বাণৰজা

(B) ভগদত্ত

(C) নৰকাসুৰ

(D) এটাও নহয়


Ans: (C) নৰকাসুৰ ।


78. কোন আহোম ৰজাক ইংৰাজে বন্দী কৰি ৰাখিছিল ?

(A) সর্বানন্দ সিংহ

(B) ৰুদ্ৰ সিংহ

(C) চন্দ্ৰকান্ত সিংহ

(D) পুৰন্দৰ সিংহ


Ans: (D) পুৰন্দৰ সিংহ ।


79. লতা কটা ৰণ কাৰ দিনত হৈছিল ?

(A) চক্ৰধ্বজ সিংহ

(B) ৰাজেশ্বৰ সিংহ

(C) প্রমত্ত সিংহ

(D) এটাও নহয়


Ans: (B) ৰাজেশ্বৰ সিংহ ।


80. বদনচন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল ?

(A) হোছেন শাহ

(B) ইছমাইল ছিন্দিক

(C) ৰূপসিংহ চুবেদাৰ

(D) এটাও নহয়


Ans: (C) ৰূপসিংহ চুবেদাৰ ।


Read More: Assam Polity Gk








Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.