Indian Polity Gk For APDCL,DHS,DME,APSC,ASSAM POLICE,GARDE 3,GRADE 4 For All Competition Exam
ভাৰতীয় ৰাজনৈতিকৰ কিছুমান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নৰ উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা উপৰিও ই আপোনাক আপোনাৰ জ্ঞান বৃদ্ধি কৰাত বহু সহায় কৰিব।
Indian Polity Gk For All Competition Exam
প্ৰশ্নঃ ভাৰতৰ জাতীয় পতাকা সর্ব প্রথম কেতিয়া উত্তোলন কৰা হয় ?
(ক) ১৯১০ চনত
(খ) ১৯১৫ চনত
(গ) ১৯০৭ চনত
(ঘ) ১৯০৬ চনত
উত্তৰঃ (গ) ১৯০৭ চনত ।
প্ৰশ্নঃ সংবিধানৰ কোনটো অনুসূচীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বিষয়ে উল্লেখ আছে ?
(ক) প্রথম অনুসূচী
(খ) তৃতীয় অনুসূচী
(গ) সপ্তম অনুসূচী
(ঘ) অষ্টম অনুসূচী
উত্তৰঃ (ক) প্রথম অনুসূচী ।
প্ৰশ্নঃ 'সেৱা-সংঘ' নামৰ সংগঠনটো তলৰ কোনজন জাতীয়তাবাদী নেতাই স্থাপন কৰিছিল ?
(ক) মাণিক চন্দ্ৰ বৰুৱা
(খ) অম্বিকাগিৰী ৰায় চৌধুৰী
(গ) গোপীনাথ বৰদলৈ
(ঘ) ৰাজা প্রতাপ চন্দ্ৰ বৰুৱা
উত্তৰঃ (খ) অম্বিকাগিৰী ৰায় চৌধুৰী ।
প্ৰশ্নঃ বিত্ত বিল এখন ৰাজ্যসভাই কিমান দিনৰ ভিতৰত অনুমোদন কৰিব লাগে ?
(ক) ১০ দিনৰ ভিতৰত
(খ) ১২ দিনৰ ভিতৰত
(গ) ১৪ দিনৰ ভিতৰত
(ঘ) ১৫ দিনৰ ভিতৰত
উত্তৰঃ (গ) ১৪ দিনৰ ভিতৰত ।
প্ৰশ্নঃ সংসদৰ যুটীয়া অধিৱেশন হ'লে তাত সভাপতিত্ব কোনে কৰে ?
(ক) ৰাষ্ট্ৰপতিয়ে
(খ) উপ-ৰাষ্ট্ৰপতিয়ে
(গ) লোকসভাৰ অধ্যক্ষই
(ঘ) প্রধানমন্ত্রীয়ে
উত্তৰঃ (গ) লোকসভাৰ অধ্যক্ষই ।
প্ৰশ্নঃ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপতিয়ে কিমান বছৰ বয়সত অৱসৰ লয় ?
(ক) ৬০ বছৰ বয়সত
(খ) ৬২ বছৰ বয়সত
(গ) ৬৫ বছৰ বয়সত
(ঘ) ৬৭ বছৰ বয়সত
উত্তৰঃ (খ) ৬২ বছৰ বয়সত ।
প্ৰশ্নঃ ভাৰতৰ এটর্নী জেনেৰেল জনক কোনে নিযুক্তি দিয়ে ?
(ক) ৰাষ্ট্ৰপতিয়ে
(খ) উপ-ৰাষ্ট্ৰপতিয়ে
(গ) প্রধানমন্ত্রীয়ে
(ঘ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিয়ে ।
প্ৰশ্নঃ আমাৰ দেশত বৰ্তমান ভোটাধিকাৰৰ নিম্নতম বয়স হৈছে-
(ক) 12 বছৰ
(খ) 18 বছৰ
(গ) 21 বছৰ
(ঘ) 25 বছৰ
উত্তৰঃ (খ) 18 বছৰ ।
প্ৰশ্নঃ সংবিধানৰ ২৪৫-২৬৩ নং অনুচ্ছেদ অনুসৰি ভাৰতৰ কেন্দ্ৰ আৰু ৰাজ্যৰ মাজৰ সম্পৰ্কৰ ভিতৰত তলৰ কোনটো নহয় ?
(ক) প্রশাসনিক সম্পর্ক
(খ) ৰাজনৈতিক সম্পর্ক
(গ) বিত্তীয় সম্পর্ক
(ঘ) আইন প্রণয়ন সম্পর্ক
উত্তৰঃ (খ) ৰাজনৈতিক সম্পর্ক ।
প্ৰশ্নঃ ভাৰতীয় সংবিধানত উল্লিখিত মৌলিক অধিকাৰৰ সংখ্যা হৈছে ?
(ক) চাবিটা
(খ) আঠটা
(গ) ছয়টা
(ঘ) দহটা
উত্তৰঃ (গ) ছয়টা ।
প্ৰশ্নঃ অসম বিধানসভাৰ মুঠ আসনৰ সংখ্যা কিমান ?
(ক) ১২৫ খন
(খ) ১২৬ খন
(গ) ১২৭ খন
(ঘ) ১২৮ খন
উত্তৰঃ (খ) ১২৬ খন ।
প্ৰশ্নঃ কোন দলৰ নেতৃত্বত ভাৰতত সৰ্বপ্ৰথম সম্মিলিত চৰকাৰ গঠিত হয়?
(ক) কংগ্ৰেছ দলৰ নেতৃত্বত ১৯৭০ চনত
(খ) জনতা দলৰ নেতৃত্বত ১৯৭৭ চনত
(গ) কংগ্ৰেছ দলৰ নেতৃত্বত ১৯৭২ চনত
(ঘ) বিজেপি দলৰ নেতৃত্বত ১৯৭৭ চনত
উত্তৰঃ (খ) জনতা দলৰ নেতৃত্বত ১৯৭৭ চনত ।
প্ৰশ্নঃ ভাৰতীয় জনতা পাৰ্টিৰ সন্মিলিত প্ৰথমখন চৰকাৰৰ প্ৰধানমন্ত্রী কোন আছিল ?
(ক) লাল কৃষ্ণ আদবানি
(খ) অটল বিহাৰী বাজপেয়ী
(গ) ইন্দৰ কুমাৰ গুজবাল
(ঘ) মনমোহন সিং
উত্তৰঃ (খ) অটল বিহাৰী বাজপেয়ী ।
প্ৰশ্নঃ সন্মিলিত চৰকাৰক___নামেৰেও জনা যায় ।
(ক) গণতান্ত্ৰিক চৰকাৰ
(খ) ৰাজ্যিক চৰকাৰ
(গ) মৰ্চা চৰকাৰ
(ঘ) কেন্দ্ৰীয় চৰকাৰ
উত্তৰঃ (গ) মৰ্চা চৰকাৰ ।
প্ৰশ্নঃ পঞ্চায়তী ৰাজ আইন ব্যৱস্থা তলৰ কোনখন ৰাজ্যত প্ৰৱৰ্তন হোৱা নাই ?
(ক) মিজোৰাম
(খ) নাগালেও
(গ) মেঘালয়
(ঘ) আটাইকেইখন ৰাজ্য
উত্তৰঃ (ঘ) আটাইকেইখন ৰাজ্য ।
প্ৰশ্নঃ ছাঁয়া চৰকাৰ (Shadow Govt.) প্রভাৱশালী দেশখনৰ নাম –
(ক) ভাৰত
(খ) ছুইজাৰলেণ্ড
(গ) আমেৰিকা
(ঘ) ম্যানমাৰ
উত্তৰঃ (গ) আমেৰিকা ।
প্ৰশ্নঃ ভাৰতীয় সংবিধানখনৰ বৰ্তমান অনুসূচী কিমান ?
(ক) ১২ টা
(খ) ১৩ টা
(গ) ১৪ টা
(ঘ) ১৫ টা
উত্তৰঃ (ক) ১২ টা ।
প্ৰশ্নঃ তলত উল্লেখ কৰা কোনটো পদবী সংবিধান স্বীকৃত নহয় ?
(ক) উপ-ৰাষ্ট্ৰপতি
(খ) ৰাজ্যপাল
(গ) লোকসভাৰ অধ্যক্ষ
(ঘ) উপ-প্রধানমন্ত্রী
উত্তৰঃ (ক) উপ-প্রধানমন্ত্রী ।
প্ৰশ্নঃ কেন্দ্রীয় শাসিত ৰাজ্যৰ পৰা লোকসভালৈ কিমানজন সদস্য নির্বাচিত হয় ?
(ক) ১৩ জন
(খ) ১৫ জন
(গ) ২০ জন
(ঘ) ১৭ জন
উত্তৰঃ (গ) ২০ জন ।
প্ৰশ্নঃ নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমান ধাৰাত অন্তৰ্ভুক্ত কৰা হৈছে ?
(ক) ধাৰা ৩৬ ৰ পৰা ৫১ লৈ
(খ) ধাৰা ৩৫ ৰ পৰা ৫১ লৈ
(গ) ধাৰা ৩৮ ৰ পৰা ৫১ লৈ
(ঘ) ধাৰা ৩৭ ৰ পৰা ৫১ লৈ
উত্তৰঃ (খ) ধাৰা ৩৬ ৰ পৰা ৫১ লৈ ।
প্ৰশ্নঃ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ সংবিধানৰ কিমানতম সংশোধনীত মৌলিক অধিকাৰ সমূহৰ ওপৰত গৃহীত কৰা হৈছে ?
(ক) ৪৪ তম় সংশোধনীত
(খ) ৪৮ তম় সংশোধনীত
(গ) ৪২ তম় সংশোধনীত
(ঘ) ৪৬ তম় সংশোধনীত
উত্তৰঃ (গ) ৪২ তম় সংশোধনীত ।
প্ৰশ্নঃ ৰাজ্য গঠনৰ নির্দেশাত্মক নীতিসমূহ সংবিধানৰ কোন অংশত ধৰা হৈছে ?
(ক) পঞ্চম অধ্যায়ত
(খ) ষষ্ঠ অধ্যায়ত
(গ) সপ্তম অধ্যায়ত
(ঘ) অষ্টম অধ্যায়ত
উত্তৰঃ (ক) পঞ্চম অধ্যায়ত ।
প্ৰশ্নঃ মৌলিক অধিকাৰত অন্তর্নিহিত থকা স্বাধীনতা অধিকাৰটো সংবিধানৰ কিমান নম্বৰ ধাৰাত পৰে ?
(ক) ধাৰা ১৩ ৰ পৰা ২২ লৈ
(খ) ধাৰা ১৯ ৰ পৰা ২২ লৈ
(গ) ধাৰা ২১ ৰ পৰা ২২ লৈ
(ঘ) ধাৰা ২৪ ৰ পৰা ২২ লৈ
উত্তৰঃ (খ) ধাৰা ১৯ ৰ পৰা ২২ লৈ ।
প্ৰশ্নঃ তলৰ কোনটো শক্তিশালী অনুষ্ঠান সংবিধান স্বীকৃত নহয় ?
(ক) নির্বাচনী আয়োগ
(খ) নীটি আয়োগ
(গ) জনজাতি উন্নয়ন আয়োগ
(ঘ) কেন্দ্ৰীয় লোক সেৱা আয়োগ
উত্তৰঃ (খ) নীটি আয়োগ ।
প্ৰশ্নঃ মৌলিক অধিকাৰ সমূহ নিৰীক্ষণ কৰিবলৈ কেইজনীয়া কমিটি গঠন কৰা হৈছিল ?
(ক) দুজনীয়া কমিটি
(খ) তিনিজনীয়া কমিটি
(গ) ছজনীয়া কমিটি
(ঘ) পাঁচজনীয়া কমিটি
উত্তৰঃ (গ) ছজনীয়া কমিটি ।
প্ৰশ্নঃ ভাৰতৰ কোনখন ৰাজ্যৰ পৰা লোকসভালৈ অধিক সংখ্যক সদস্য নির্বাচিত হয় ?
(ক) উত্তৰ প্ৰদেশ
(খ) মধ্যপ্রদেশ
(গ) পশ্চিমবংগ
(ঘ) অসম
উত্তৰঃ (ক) উত্তৰ প্ৰদেশ ।
প্ৰশ্নঃ আসাম এচোছিয়েচন' কোন চনত গঠন হয় ?
(ক) ১৯০২ চনত
(খ) ১৯০৩ চনত
(গ) ১৯০৪ চনত
(ঘ) ১৯০৫ চনত
উত্তৰঃ (খ) ১৯০৩ চনত ।
প্ৰশ্নঃ এখন বিত্ত বিল কত উত্থাপন কৰিব পাৰে ?
(ক) ৰাজ্যসভাত
(খ) লোকসভাত
(গ) বিধানসভাত
(ঘ) উচ্চতম ন্যায়ালয়ত
উত্তৰঃ (খ) লোকসভাত ।
প্ৰশ্নঃ স্বাধীন ভাৰতৰ প্ৰথম গৰাকী এটর্নি জেনেৰেলৰ নাম কি ?
(ক) নবিন চাওলা
(খ) এম চি চেটাভাদ
(গ) কে এন সিং
(ঘ) এইচ জে কানিয়া
উত্তৰঃ (খ) এম চি চেটাভাদ ।
প্ৰশ্নঃ ভাৰতৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি ?
(ক) জন মাথাই
(খ) ৰাজকুমাৰী অমৃত কৌৰ
(গ) এচ পি মুখার্জী
(ঘ) এনি বেচাস্ত
উত্তৰঃ (খ) ৰাজকুমাৰী অমৃত কৌৰ
প্ৰশ্নঃ ভাৰতৰ বৰ্তমান লোকসভাৰ আসন কেইখন ?
(ক) ৫৪৭ খন
(খ) ৫৪৮ খন
(গ) ৫৪৯ খন
(ঘ) ৫৫০ খন
উত্তৰঃ (ক) ৫৪৭ খন ।
প্ৰশ্নঃ ৰাষ্ট্ৰপতিৰ অপসাৰণৰ বিৰুদ্ধে অনা অভিযোগ প্রথমে কোনটো সদনত উত্থাপন হয় ?
(ক) লোকসভাত
(খ) ৰাজ্যসভাত
(গ) সংসদৰ যুটীয়া অধিৱেশনত
(ঘ) যিকোনো সদনত
উত্তৰঃ (ঘ) যিকোনো সদনত ।
প্ৰশ্নঃ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায় ?
(ক) প্রধানমন্ত্রীয়ে
(খ) উপ-ৰাষ্ট্ৰপতিয়ে
(গ) লোকসভাৰ অধ্যক্ষই
(ঘ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে
উত্তৰঃ (ঘ) উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ।
প্ৰশ্নঃ ৰাজ্যসভাৰ সভাপতি কোন ?
(ক) ৰাষ্ট্ৰপতি
(খ) উপ-ৰাষ্ট্ৰপতি
(গ) প্রধানমন্ত্রী
(ঘ) ৰাজ্যসভাৰ যিকোনো সদস্য
উত্তৰঃ (খ) উপ-ৰাষ্ট্ৰপতি ।
প্ৰশ্নঃ মন্ত্ৰী পৰিষদ কাৰ আস্থাৰ ওপৰত জীয়াই থাকে ?
(ক) লোকসভাৰ
(খ) ৰাজ্যসভাৰ
(গ) প্রধানমন্ত্ৰীৰ
(ঘ) সংসদৰ
উত্তৰঃ (ক) লোকসভাৰ ।
প্ৰশ্নঃ মন্ত্ৰী পৰিষদ কাৰ ওচৰত দায়ী থাকিব লাগে ?
(ক) ৰাষ্ট্ৰপতি
(খ) উপ-ৰাষ্ট্ৰপতি
(গ) প্রধানমন্ত্রী
(ঘ) লোকসভা
উত্তৰঃ (ঘ) লোকসভা ।
প্ৰশ্নঃ মূল সংবিধানত থকা সাতটা মৌলিক অধিকাৰৰ সম্পত্তিৰ অধিকাৰটো কেতিয়া বিলোপ কৰা হয় ?
(ক) ৪২ তম সংশোধনীত
(খ) ৪৪ তম সংশোধনীত
(গ) ৪৬ তম সংশোধনীত
(ঘ) ৪৮ অসংশোধনীত
উত্তৰঃ (খ) ৪৪ তম সংশোধনীত ।
প্ৰশ্নঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক প্ৰথম কেতিয়া
সংশোধন কৰা হয় ?
(ক) ১৯৫৬ চনৰ ৩৮ তম্ সংশোধনীত
(খ) ১৯৭৬ চনৰ ৪৪ তম় সংশোধনীত
(গ) ১৯৭৬ চনৰ ৪২ তম় সংশোধনীত
(ঘ) ১৯৭৬ চনৰ ৪৬ তম় সংশোধনীত
উত্তৰঃ (খ) ১৯৭৬ চনৰ ৪২ তম় সংশোধনীত ।
প্ৰশ্নঃ ৰাষ্ট্ৰপতিক কোনে অপসাৰণ কৰে ?
(ক) লোকসভা
(খ) সংসদে
(গ) ৰাজ্যসভা
(ঘ) ৰাজ্যিক বিধানসভাবোৰে
উত্তৰঃ (খ) সংসদে ।
READ MORE:ASSAM HISTORY GK
READ MORE:ENVIRONMENT SCIENCE GK

