Top 50+ Assam History MCQ's With Answer

Top 50+ Assam History MCQ's With Answer 

Top 50+ Assam History MCQ's With  Answer

অসমৰ ইতিহাসৰ আহিবলগীয়া নিযুক্ত পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমুহ তলত উল্লেখ কৰা হৈছে  ।



প্ৰশ্নঃ অসমীয়া 'মিছন চাইনা' ছবিখনৰ পৰিচালক কোন ?
(খ) ৰুদ্ৰসিংহ
(ক) পাপন মহন্ত
(খ) জুবিন গাৰ্গ
(গ) গৰিমা শ‍ইকীয়া গাৰ্গ
(ঘ) মুনীন বৰুৱা

উত্তৰঃ (খ) জুবিন গাৰ্গ ।

প্ৰশ্নঃ তলৰ কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত বৃটিছ আৰ্হিত এটা সশস্ত্র বাহিনী গঢ়ি তোলা হৈছিল ?
(ক) শৰৎ চন্দ্ৰ বৰকটকী
(খ) ৰুদ্ৰসিংহ 
(গ) কমলেশ্বৰ সিংহ
(ঘ) নৰহৰি ব্ৰহ্ম

উত্তৰঃ (গ) কমলেশ্বৰ সিংহ ।

প্ৰশ্নঃ ৰাজ্যৰ দ্বি-সদনীয় বিধানমণ্ডলৰ উচ্চ সদনৰ নাম—
(ক) বিধান পৰিষদ
(খ) বিধান সভা
(গ) ৰাজ্যিক পৰিষদ
(ঘ) ওপৰৰ কোনোটোৱে নহয়

উত্তৰঃ (ক) বিধান পৰিষদ ।

প্ৰশ্নঃ ভাৰতৰ কেইখন ৰাজ্যত বৰ্তমান দ্বি-সদনীয় বিধানমণ্ডল আছে ?
(ক) সকলো ৰাজ্যত
(খ) কেৱল ৫ খন ৰাজ্যত
(ঘ) কেৱল ৮ খন ৰাজ্যত
(গ) কেৱল ১০ খন ৰাজ্যত

উত্তৰঃ (খ) কেৱল ৫ খন ৰাজ্যত ।

প্ৰশ্নঃ হাফলং চহৰ অৱস্থিত— 
(ক) কাৰ্বি পাহাৰত
(খ) গাৰো পাহাৰত
(গ) জয়ন্তীয়া পাহাৰত
(ঘ) বৰাইল পাহাৰত

উত্তৰঃ (ঘ) বৰাইল পাহাৰত ।

প্ৰশ্নঃ তলৰ কোনখন দেশক ‘পনীয়া সোণৰ দেশ' বুলি কোৱা হয় ?
(ক) মিজোৰামক
(খ) ছিকিমক
(গ) অসমক
(ঘ) নাগালেণ্ডক

প্ৰশ্নঃ (গ) অসমক ।

প্ৰশ্নঃ তলৰ কোনখন সংসদীয় সমিতি নহয় ?
(ক) নিয়মাৱলী সংক্রান্ত সমিতি
(খ) ব্যয় পৰীক্ষা সমিতি
(গ) চৰকাৰী হিচাপ পৰীক্ষা সমিতি 
(ঘ) সাংসদ ভ্রমণ বানচ সমিতি

উত্তৰঃ (ঘ) সাংসদ ভ্রমণ বানচ সমিতি ।

প্ৰশ্নঃ ৰন্ধন গেছৰ বটলিং প্লেন্ট আছে—
(ক) পূৱ গুৱাহাটীত
(খ) বঙাইগাঁৱত
(গ) উত্তৰ গুৱাহাটীত
(ঘ) ছাংচাৰিত

উত্তৰঃ (গ) উত্তৰ গুৱাহাটীত ।

প্ৰশ্নঃ পাগুনিয়া কিহৰ নাম ?
(ক) ইটালিৰ উত্তৰাঞ্চলৰ নাম
(খ) কেঞ্চাৰৰ এবিধ প্ৰকাৰৰ নাম
(গ) এবিধ বেক্টেৰিয়াৰ নাম
(ঘ) আফ্ৰিকাৰ এবিধ জন্তুৰ নাম

উত্তৰঃ (ক) ইটালিৰ উত্তৰাঞ্চলৰ নাম ।

প্ৰশ্নঃ ভাৰতৰ প্ৰাচীনতম নাম কি ?
(ক) প্ৰাগজ্যোতিষপু
(খ) আর্যবর্ত
(গ) বৰাহ মিহিৰ
(ঘ) কামৰূপ

উত্তৰঃ (খ) আৰ্যৱৰ্ত ।

প্ৰশ্নঃ সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদৰ কাৰ্যকাল—
(ক) ৫ বছৰ
(খ) ৬ বছৰৰ
(গ) ৭ বছৰ 
(ঘ) ৮ বছৰ 

উত্তৰঃ (খ) ৬ বছৰ ।

প্ৰশ্নঃ কেন্দ্রীয় সূচীত কিমানটা বিষয় অন্তর্ভুক্ত কৰা হৈছে ?
(ক) ৯০ টা
(খ) ৯১ টা
(গ) ৯৫ টা
(ঘ) ৯৯ টা

উত্তৰঃ (খ) ৯৯ টা ।

প্ৰশ্নঃ ভাৰতৰ সংবিধানে ৰাষ্ট্ৰৰ কাৰ্যপালিকাৰ কৰ্তৃত্ব প্ৰদান কৰিছে ?
(ক) ৰাষ্ট্ৰপতিক
(খ) মন্ত্ৰী পৰিষদক
(গ) প্ৰধানমন্ত্ৰী
(ঘ) সদনৰ অধ্যক্ষক 

উত্তৰঃ (ক) ৰাষ্ট্ৰপতিক ।

প্ৰশ্নঃ সংবিধানমতে বিধানসভাৰ সদস্য সংখ্যা থাকিব পাৰে ?
(ক) ৬০-৫০০ জন
(খ) ৫০-২০০ জন
(গ) ১০০-২৫০ জন
(ঘ) ২৫০-৩৫০ জন

উত্তৰঃ (ক) ৬০-৫০০ জন ।

প্ৰশ্নঃ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে ?
(ক) উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ ক্ৰমে ৰাজ্যপালে নিযুক্তি দিয়ে
(খ) ৰাজ্যপালে নিযুক্তি দিয়ে
(গ) ৰাজ্যিক বিধানসভাৰ দ্বাৰা নিৰ্বাচিত
(ঘ) ৰাষ্ট্ৰপতিয়ে নির্বাচিত কৰে

উত্তৰঃ (খ) ৰাজ্যপালে নিযুক্তি দিয়ে ।

প্ৰশ্নঃ ভগনীয়া ৰজা বুলি কাক কোৱা হৈছিল ?
(ক) ৰাম সিংহক
(খ) ৰুদ্ৰ সিংহক
(গ) বিক্রম সিংহক
(ঘ) জয়ধ্বজ সিংহক

উত্তৰঃ (ঘ) জয়ধ্বজ সিংহক ।

প্ৰশ্নঃ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰথমজন যুটীয়া আয়ুক্ত হ'ল—
(ক) নিৰঞ্জন শ‍ইকীয়া
(খ) বসন্ত কুমাৰ চলিহা
(গ) এন এফ এ এছ এম হক 
(ঘ) সৌৰভ কুমাৰ চলিহা

উত্তৰঃ (গ) এন এফ এ এছ এম হক ।

প্ৰশ্নঃ আহোমৰ প্ৰথম ৰাজধানী আছিল—
(ক) চৰাইদেউ
(খ) গড়গাঁও 
(গ) চামুগুৰি
(ঘ) জয়সাগৰ

উত্তৰঃ (ক) চৰাইদেউ ।

প্ৰশ্নঃ ৰাজ্যৰ বিধান পৰিষদ গঠন বা ভংগ হয়— 
(ক) সংবিধানৰ ১৬৯ অনুচ্ছেদ অনুসৰি
(খ) সংবিধানৰ ৫০ অনুচ্ছেদ অনুসৰি
(গ) সংবিধানৰ ৬৯ অনুচ্ছেদ অনুসৰি
(ঘ) ওপৰৰ কোনোটোৱে নহয়

উত্তৰঃ (ক) সংবিধানৰ ১৬৯ অনুচ্ছেদ অনুসৰি ।

প্ৰশ্নঃ ৰজা নৰনাৰায়াণৰ মৃত্যু হৈছিল—
(ক) ১৫৩০ চনত
(খ) ১৫৮৭ চনত
(গ) ১৫৩২ চনত
(ঘ) ১৫১৮ চনত

উত্তৰঃ (খ) ১৫৮৭ চনত ।

প্ৰশ্নঃ লালুকসোলা বৰফুকনে গুৱাহাটী কাক সমৰ্পণ কৰিছিল ?
(ক) ৰামসিংহক
(খ) ৰুদ্ৰ সিংহক
(গ) ৰাজকুমাৰ আজমতাৰাক
(ঘ) মিনাৱাৰ খানক

উত্তৰঃ (গ) ৰাজকুমাৰ আজমতাৰাক ।

প্ৰশ্নঃ কাৰ অনুমোদন বা পৰামৰ্শমতে সাধাৰণতে ৰাজ্যৰ বিধান পৰিষদ গঠন হয় ?
(ক) ৰাজ্যৰ বিধানসভাৰ
(খ) মন্ত্ৰী পৰিষদ
(গ) ৰাজ্যপালৰ
(ঘ) মুখ্যমন্ত্ৰীৰ

উত্তৰঃ (ক) ৰাজ্যৰ বিধানসভাৰ ।

প্ৰশ্নঃ বিশ্ব ক্রিকেট এদিনীয়াত ২০০ ৰান কৰা প্ৰথমজন খেলুৱৈ আছিল-
(ক) ৰাহুল দ্রাবিড়
(খ) শচীন তেণ্ডুলকাৰ
(গ) গাংগুলী
(ঘ) কপিল দেৱ

উত্তৰঃ (খ) শচীন তেণ্ডুলকাৰ ।

প্ৰশ্নঃ সংসদত দলত্যাগ বিৰোধী আইন গৃহীত হয়—
(ক) সংবিধানৰ ৫১ তম সংশোধনী মতে
(খ) সংবিধানৰ ৫২ অনুচ্ছেদ অনুসৰি
(গ) সংবিধানৰ ৫৯ তম সংশোধনী মতে
(ঘ) সংবিধানৰ ৬৫ তম সংশোধনী মতে

উত্তৰঃ (খ) সংবিধানৰ ৫২ অনুচ্ছেদ অনুসৰি ।





Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.