GEOGRAPHY OF INDAI GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023

GEOGRAPHY OF INDAI GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023


Geography Of India ৰ সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমুহ MCQ ৰূপত তলত আলোচনা কৰা হৈছে।


প্ৰশ্ন. পৃথিৱীৰ মুঠ ভূ-ভাগৰ ভাৰতবৰ্ষই কিমান শতাংশ অধিকাৰ কৰিছে ?

উত্তৰ. ২.৪ শতাংশ ।

প্ৰশ্ন. মাটিকালি হিচাপত ভাৰতবৰ্ষৰ স্থান পৃথিবীৰ ভিতৰত  কিমান আছে ?

উত্তৰ. সপ্তম ।

প্ৰশ্ন. ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ পৰিমাণ —

উত্তৰ. ৩.৬৭ নিযুত বর্গ কিঃমিঃ ।

প্ৰশ্ন. ভাৰতৰ উত্তৰৰ পৰা দক্ষিণলৈ দৈৰ্ঘ্য কিমান ?

উত্তৰ. ৩২১৪ কিঃমিঃ ।

প্ৰশ্ন. ভাৰতবৰ্ষৰ উপকূলৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান ?

উত্তৰ. ৬০৮৩ কিঃমিঃ ।

প্ৰশ্ন. ভাৰতবৰ্ষৰ মুঠ স্থলভাগৰ কিমান শতাংশ বনাঞ্চলৰ অন্তৰ্গত ?

উত্তৰ. 22 শতাংশ ।

প্ৰশ্ন. ভাৰতীয় মান সময় (Indian Standard Time) তলৰ কোনখন ঠাইত স্থানীয় সময় হিচাপে ধৰা হয় ?

উত্তৰ. এলাহাবাদ ।

প্ৰশ্ন. ভাৰতীয় মান সময় (IST) গ্রীনউইচ মান সময়তকৈ (GMT) কিমান সময় আগবঢ়া বা পিছপৰা ?

উত্তৰ. ৫ ঘণ্টা ৩০ মিনিট আগবঢ়া ।

প্ৰশ্ন. জনসংখ্যাৰ দিশৰপৰা অসমে ভাৰত কিমানতম স্থান দখল কৰিছে ?

উত্তৰ. চতুর্দশ ।

প্ৰশ্ন. মাটিকালি ফালৰ পৰা অসমৰ স্থান ভাৰতৰ ভিতৰত কিমান আছে ?

উত্তৰ. ষষ্ঠদশ ।

প্ৰশ্ন. বিশ্বৰ সম্প্ৰতি দ্বিতীয় জনবহুল দেশ  কোন খন ?

উত্তৰ. ভাৰতবৰ্ষ ।

প্ৰশ্ন. ভাৰতৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ সৰ্বাধিক ?

উত্তৰ. কেৰালা ।

প্ৰশ্ন. ভাৰতৰ উচ্চতম শৃংগ কাঞ্চনজংঘাৰ উচ্চতা কিমান ?

উত্তৰ. ৮৫৯৮ মিটাৰ ।

প্ৰশ্ন. কোনখন অভয়াৰণ্যত বনৰীয়া ঘোঁৰা পোৱা যায় ?

উত্তৰ. ডিব্ৰু-চৈখোৱা (অসম) ।

প্ৰশ্ন. কোনখন অভয়াৰণ্যত সিংহ পোৱা যায় ?

উত্তৰ. গীৰ অভয়াৰণ্য (গুজৰাট) ।

প্ৰশ্ন. কোনডাল ৰেখা ভাৰতবৰ্ষৰ মাজেদি পাৰ হৈ যোৱাৰ ফলত গ্রীষ্মকালত অত্যন্ত গৰম (যেনে-ৰাজস্থান) আৰু শীতকালত ভীষণ শীত (যেনে-কাশ্নীৰ) অনুভৱ হয় ?

উত্তৰ. কর্কট ক্রান্তি ৰেখা ।

প্ৰশ্ন. কোনডাল ৰেখাই ভাৰতবৰ্ষক উত্তৰ আৰু দক্ষিণ দুটা ভাগত বিভক্ত কৰিছে ?

উত্তৰ. কর্কট ক্রান্তি ৰেখা ।

প্ৰশ্ন. কোনখন মহানগৰ কৰ্কট ক্রান্তি ৰেখাৰ নিচেই ওচৰতে অৱস্থিত ?

উত্তৰ. কলকাতা ।

প্ৰশ্ন. সম্বৰ হ্ৰদটো তলৰ কোনখন মহানগৰৰ নিচেই কাষতে আছে ?

উত্তৰ. জয়পুৰ ।

প্ৰশ্ন.ভাৰতৰ ৰাষ্ট্ৰীয় ফুলবিধ কি ?

উত্তৰ. পদুম ।

প্ৰশ্ন. ভাৰতৰ ৰাষ্ট্ৰীয় ফলবিধ কি ?

উত্তৰ. আম ।

প্ৰশ্ন. কোনবিধ জন্তু ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু হিচাপে স্বীকৃত ?

উত্তৰ. বাঘ ।

প্ৰশ্ন. ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম ?

উত্তৰ. গংগা ।

প্ৰশ্ন. ভাৰতত কোনজোপা গছে ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি লাভ কৰিছে ?

উত্তৰ. বটগছ ।

প্ৰশ্ন. ৰাষ্ট্ৰীয় পক্ষী হিচাপে স্বীকৃত চৰাইবিধ ?

উত্তৰ. ময়ূৰ ।

প্ৰশ্ন. পৃথিৱীৰ আটাইতকৈ ডাঙৰ বদ্বীপ —

উত্তৰ. সুন্দৰবন ।

প্ৰশ্ন. ভাৰতৰ কেইখন ৰাজ্যৰ ওপৰেদি কৰ্কট ব্ৰান্তি ৰেখা পাৰ হৈ গৈছে ?

উত্তৰ. আঠখন ।

প্ৰশ্ন. ভাৰতৰ বৃহত্তম অভয়াৰণ্যখনৰ নাম ?

উত্তৰ. গীৰ ৰাষ্ট্ৰীয় উদ্যান ।

প্ৰশ্ন. ভাৰতৰ কোন দুখন ৰাজ্যত হীৰাৰ খনি আছে ?

উত্তৰ. মধ্যপ্রদেশ আৰু উত্তৰ প্ৰদেশ ।

প্ৰশ্ন. ভাৰতৰ মানচেষ্টাৰ' বুলি কোনখন ঠাইক কোৱা হয় ?

উত্তৰ. আহমেদাবাদ ।

প্ৰশ্ন. ভাৰতৰ ভূ-স্বর্গ' বুলিলে কোন ঠাইক বুজা যায় ?

উত্তৰ. জম্মু-কাশ্মীৰ ।

প্ৰশ্ন. সপ্ত দ্বীপৰ চহৰ' বুলি কোন ঠাইক কোৱা হয় ?

উত্তৰ. মুম্বাই ।

প্ৰশ্ন. 'বংগৰ চকুলো'  কোনখন নদীক কোৱা হয় ?

উত্তৰ. দামোদৰ নদী ।

প্ৰশ্ন. উৎসৱৰ চহৰ' বুলি কোনখন ঠাইক অভিহিত কৰা হয় ?

উত্তৰ. মাদুৰাই ।

প্ৰশ্ন. বিহাৰৰ 'চকুলো' কোনখন নদীক আখ্যা দিয়া হয় ?

উত্তৰ. কোশী নদী ।

প্ৰশ্ন. 'সমাবেশৰ চহৰ' বুলি কোনখন ঠাইক অভিহিত কৰা হয় ? 

উত্তৰ. দিল্লী ।

প্ৰশ্ন. ভাৰতৰ কোনখন ৰাজ্য তাম, লীড আৰু জিংক উৎপাদনত আগবঢ়া ?

উত্তৰ. ৰাজস্থান ।

প্ৰশ্ন. চোটানাগপুৰ মালভূমি বিখ্যাত ____ৰ বাবে 

উত্তৰ. খনিজ পদার্থৰ ভাণ্ডাৰ ।

প্ৰশ্ন. সর্বাধিক পৰিমাণৰ জিপচা উৎপাদনকাৰী ৰাজ্য -

উত্তৰ. ৰাজস্থান ।

প্ৰশ্ন. ভাৰতৰ সৰ্বাধিক পৰিমাণৰ (প্ৰায় ৮০ শতাংশ) কয়লা মজুত থকা ঠাইখন  ?

উত্তৰ. দামোদৰ উপত্যকা ।

প্ৰশ্ন. অৰবা আৰু পাংকি থাৰ্মেল পাৱাৰ ষ্টেচন অৱস্থিত__ নদীত ।

উত্তৰঃ উত্তৰপ্ৰদেশ ।


প্ৰশ্ন. ভাৰতৰ প্ৰথমটো 'হাইড্রো ইলেকট্রিক প্রজেক্ট' নির্মিত হৈছিল  ?

উত্তৰ. কাবেৰী ।

প্ৰশ্ন. ভাৰতৰ প্ৰথমটো 'হাইড্রো-ইলেকট্ৰিক পাৱাৰ প্ৰজেক্ট' অবস্থিত  হৈছিল ?

উত্তৰ. ছিভাষামুরমত ।

প্ৰশ্ন. সর্বাধিক জোৱাৰ উৎপাদনকাৰী ৰাজ্য  নাম কি ?

উত্তৰ. মধ্যপ্রদেশ ।

প্ৰশ্ন. সর্বাধিক পৰিমাণে জালুক উৎপাদনকাৰী  ৰাজ্য ?

উত্তৰ. তামিলনাড়ু ।

প্ৰশ্ন. নাৰিকলৰ তেল উৎপাদকাৰী ৰাজ্য খনৰ নাম ?

উত্তৰ. কেৰালা ।

প্ৰশ্ন. দক্ষিণ ভাৰতৰ শস্যৰ ভঁৰাল' বুলি কোন ঠাইক কোৱা হয় ?

উত্তৰ. পাঞ্জাভুৰ ।

প্ৰশ্ন. ভাৰতৰ সৰ্ববৃহৎ জাহাজ নিৰ্মাণ কৰা কাৰখানাটো আছে –

উত্তৰ. কোচি ।

প্ৰশ্ন. ব্ৰিটিছৰ আমোলত স্থাপন হোৱা লো-তীখা কাৰখানাটো কোন ঠাইত আছে ?

উত্তৰ. দুর্গাপুৰ ।

প্ৰশ্ন. বর্তমানেও তেল উৎপাদন কৰি থকা ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো নাম হল ?

উত্তৰ. ডিগবৈ শোধনাগাৰ ।

প্ৰশ্ন. মধ্যপ্ৰদেশৰ চাৰিসীমাত কিমানখন ৰাজ্য আছে ?

উত্তৰ. পাঁচখন ।

প্ৰশ্ন. কোনখন বিদেশী ৰাষ্ট্ৰই ভাৰতবৰ্ষৰ চাৰিসীমা-দৈৰ্ঘ্যৰ সৰ্বাধিক অংশ স্পৰ্শ কৰি আছে ?

উত্তৰ. বাংলাদেশ ।

প্ৰশ্ন. কোনখন ৰাজ্যৰ উপকূল ৰেখাৰ দৈৰ্ঘ্য সৰ্বাধিক ?

উত্তৰ. অন্ধ্রপ্রদেশ ।

প্ৰশ্ন. কোনটো পর্বতমালাই ভাৰতৰ এখন ৰাজ্যতেই বিস্তৃতি ঘটাইছে ? 

উত্তৰ. আৰাবলী ।

প্ৰশ্ন. কোনটো হ্ৰদ অশ্বখুৰাকৃতিৰ হ্ৰদ নহয় ?

প্ৰশ্ন. পেৰিয়াৰ হ্ৰদ ।

প্ৰশ্ন. মণিপুৰ আৰু নাগালেণ্ডক বিভক্ত কৰা পাহাৰটোৰ নাম কি ?

উত্তৰ. বৰাইল পাহাৰ ।

প্ৰশ্ন. পানীত সর্বাধিক পৰিমাণে লোন থকা (অতিকে লণীয়া) হুদটোৰ নাম কি ?

উত্তৰ. সম্বৰ ।

প্ৰশ্ন. দেশৰ মুঠ কয়লা উৎপাদনৰ সৰহভাগ (60 শতাংশৰো অধিক) তলৰ কোন দুখন ৰাজ্যত উৎপাদন হয় ?

উত্তৰ. বিহাৰ আৰু পশ্চিমবংগ 

READ MORE:-INDIA POLITY GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.