ASSAM POLICE GK QUESTIONS AND ANSWERS 2023
অসম আৰক্ষী কনিষ্ঠবলৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া কিছুমান সাধাৰণ জ্ঞান সম্ভাৱনা প্ৰশ্নসমূহ তলত উল্লেখ কৰা হৈছে।
(ক) ১৮৬২ চনত
(খ) ১৮৫২ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৮৫১ চনত
উত্তৰঃ (ক) ১৮৬২ চনত ।
প্ৰশ্নঃ চৈধ্য নম্বৰ APBN-ৰ মুখ্য কাৰ্যালয় কোন ঠাইত অৱস্থিত ?
(ক) ডিব্ৰুগড়ত অৱস্থিত
(গ) নলবাৰীত অৱস্থিত
(ঘ) গুৱাহাটীত অৱস্থিত
(খ) শিলচৰত অৱস্থিত
উত্তৰঃ (গ) নলবাৰীত অৱস্থিত ।
প্ৰশ্নঃ ২০২০ চনত তলৰ কোনগৰাকী আৰক্ষী বিষয়াই ৰাষ্ট্ৰপতিৰ মেডেল লাভ কৰিছিল ?
(ক) নিতুল গগৈ ।
(খ) জয়ন্ত মাধৱ বৰা ।
(গ) প্ৰশান্ত বসুমতাৰী ।
(ঘ) নিখিল ৰঞ্জন কলিতা ।
উত্তৰঃ (ক) নিতুল গগৈ ।
প্ৰশ্নঃ তলৰ কোনখন গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ জিলা নহয় ?
(ক) উত্তৰ আৰক্ষী জিলা ।
(খ) পশ্চিম আৰক্ষী জিলা ।
(গ) পূব আৰক্ষী জিলা ।
(ঘ) ওপৰৰ এটাও নহয় ।
উত্তৰঃ (ক) উত্তৰ আৰক্ষী জিলা ।
প্ৰশ্নঃ প্রথম APBNৰ মুখ্য কাৰ্যালয় আছে—
(ক) খানাপাৰত ।
(খ) নগাঁৱত ।
(গ) মির্জাত ।
(ঘ) শিৱসাগৰত ।
উত্তৰঃ(ঘ) শিৱসাগৰত ।
প্ৰশ্নঃ তলৰ কোনটো সংস্থা অসম আৰক্ষীৰ অধীনস্থ নহয় ?
(ক) অসম নদী পুলিচ সংস্থা
(খ) ৰাজ্যিক অগ্নি নির্বাপক বাহিনী
(গ) অসম ৰাজ্যিক পৰিবহন নিগম লিমিটেড
(ঘ) ওপৰৰ আটাইকেইটা
উত্তৰঃ (গ) অসম ৰাজ্যিক পৰিবহন নিগম লিমিটেড ।
প্ৰশ্নঃ সৰ্বপ্ৰথম Police Act of 1861-ৰ অন্তৰ্গত আৰক্ষী জিলা হ'ল—
(ক) ১১ খন
(খ) ১২ খন
(গ) ১৩ খন
(ঘ) ১৪ খন
উত্তৰঃ (ক) ১১ খন ।
প্ৰশ্নঃ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ প্ৰথমজন আয়ুক্ত:-
(ক) এম. এন. খাৰঘৰীয়া
(খ) অৰুণাভ বৰকটকী
(গ) জ্যোতিময় চক্ৰৱৰ্তী
(ঘ) গায়ত্ৰী নাৰ্জাৰী
উত্তৰঃ (গ) জ্যোতিৰ্ময় চক্ৰৱৰ্তী ।
প্ৰশ্নঃ ভৰলু থানাখন পৰিছে—
(ক) পশ্চিম আৰক্ষী জিলাত
(খ) দক্ষিণ আৰক্ষী জিলাত
(গ) উত্তৰ আৰক্ষী জিলাত
(ঘ) পূৱ আৰক্ষী জিলাত
উত্তৰঃ (ক) পশ্চিম আৰক্ষী জিলাত ।
প্ৰশ্নঃ অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেলৰ মুখ্য কাৰ্যালয় কত?
(ক) বামুণীমৈদামত
(খ) উলুবাৰীত
(ঘ) আজাৰাত
(গ) ৰঙিয়াত
উত্তৰঃ (খ) উলুবাৰীত ।
প্ৰশ্নঃ দিছপুৰ থানাখন পৰিছে –
(ক) উত্তৰ আৰক্ষী জিলাত
(গ) দক্ষিণ আৰক্ষী জিলাত
(খ) পশ্চিম আৰক্ষী জিলাত
(ঘ) পূৱ আৰক্ষী জিলাত
উত্তৰঃ (ঘ) পূৱ আৰক্ষী জিলাত ।
প্ৰশ্নঃ গুৱাহাটী মহানগৰৰ শেষ আৰক্ষী অধীক্ষকজন কোন আছিল?
(ক) শৰৎ চন্দ্ৰ বৰকটকী
(খ) আনন্দ প্রকাশ তিৱাৰী
(গ) গোবিন্দ ৰায় মেধি
(ঘ) নৰহৰি ব্ৰহ্ম
উত্তৰঃ (খ) আনন্দ প্রকাশ তিৱাৰী ।
প্ৰশ্নঃ আছাম ৰাইফল্ছ গঠন হৈছিল—
(ক) ১৯৮১ চনত
(খ) ১৯২১ চনত
(গ) ১৯২০ চনত
(ঘ) ১৯৩২ চনত
উত্তৰঃ (গ) ১৯২০ চনত ।
প্ৰশ্নঃ গুৱাহাটী আৰক্ষী আয়ুক্তালয় উদ্বোধন কৰা হৈছিল—
(ক) ২০১১ চনৰ ৰ জানুৱাৰীত
(খ) ২০১২ চনৰ ৰ জানুৱাৰীত
(গ) ২০১৬ চনৰ ৰ জানুৱাৰীত
(ঘ) ২০১৫ চনৰ ৰ জানুৱাৰীত
উত্তৰঃ (ঘ) ২০১৫ চনৰ ৰ জানুৱাৰীত ।
প্ৰশ্নঃ পাণবজাৰ থানাখন পৰিছে—
(ক) উত্তৰ আৰক্ষী জিলাত
(খ) পশ্চিম আৰক্ষী জিলাত
(গ) মধ্য আৰক্ষী জিলাত
(ঘ) পূৱ আৰক্ষী জিলাত
উত্তৰঃ (গ) মধ্য আৰক্ষী জিলাত ।
প্ৰশ্নঃ গুৱাহাটী আৰক্ষী আয়ুক্তালয় উদ্বোধন কৰিছিল—
(ক) খগেন শর্মাই
(খ) মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই
(গ) মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে
(ঘ) ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামে
উত্তৰঃ (গ) মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ।
প্ৰশ্নঃ অসমত ২০০০-২০০১ বৰ্ষৰ সমীক্ষা অনুসৰি আৰক্ষী চকীৰ সংখ্যা হ'ল—
(ক) ২৬৫
(খ) ২৬১
(গ) ২৫১
(ঘ) ২৬০
উত্তৰ: (ঘ) ২৬০ ।
প্ৰশ্নঃ Criminal Investigation Department (CID) অসমত কোন চনত গঠিত হৈছিল?
(ক) ১৮৮৯ চনত
(খ) ১৮৯০ চনত
(গ) ১৯৯১ চনত
(ঘ) ১৯১৩ চনত
উত্তৰঃ (ঘ) ১৯১৩ চনত ।
প্ৰশ্নঃ অসম মেলিটাৰী পুলিচ গঠন হৈছিল-
(ক) ১৮৮৯ চনত
(খ) ১৮৯০ চনত
(গ) ১৮৯১ চনত
(ঘ) ১৮৯২ চনত
উত্তৰঃ (গ) ১৮৯১ চনত ।
প্ৰশ্নঃ গুৱাহাটী আৰক্ষী আয়ুক্তালয়ত থকা আৰক্ষী জিলাৰ সংখ্য্য হ'ল—
(ক) ৩ খন
(খ) ৮ খন
(গ) ১৫ খন
(ঘ) ২১ খন
উত্তৰঃ (ক) ৩ খন ।
প্ৰশ্নঃ এটা বাহিনীৰ পূৰ্বৰ নাম আছিল 'ফ্ৰণ্টিয়াৰ পুলিচ’; তাৰপিছত বাহিনীটোৰ নাম ৰখা হৈছিল ‘আছাম মিলিটাৰী পুলিচ’। ১৯২০ চনত বাহিনীটোৰ নাম পুনৰ সলনি কৰা হৈছিল। এই বাহিনীটোৰ নাম হ'ল—
(ক) শান মিলিছিয়া
(খ) অসম টাস্ক ফৰ্চ
(গ) আছাম ৰাইফল্চ
(ঘ) কাছাৰলেভী
উত্তৰঃ (গ) আছাম ৰাইফল্চ ।
প্ৰশ্নঃ বৰ্তমান অসম আৰক্ষীৰ আয়ুক্তগৰাকী কোন?
(ক) প্রফুল্ল চন্দ্ৰ বসুমতাৰী
(খ) খনীন্দ্র কলিতা
(গ) ভাস্কৰ জ্যোতি মহন্ত
(ঘ) প্রমোদ চন্দ্ৰ মেধি
উত্তৰঃ (গ) ভাস্কৰ জ্যোতি মহন্ত ।
প্ৰশ্নঃ তলৰ কোনখন ঠাইত আৰক্ষী মহাবিদ্যালয় আছে?
(ক) তেজপুৰত
(খ) হাজোত
(গ) নলবাৰীত
(ঘ) দেৰগাঁৱত
উত্তৰঃ (ঘ) দেৰগাঁৱত ।
প্ৰশ্নঃ ১৯২৯ চনত কোনজন ব্যক্তিৰ নেতৃত্বত অসম অসামৰিক পুলিচ কমিটি Assam Civil Police Committee) গঠিত হৈছিল ?
(ক) গোপীনাথ বৰদলৈৰ নেতৃত্বত
(খ) মাধৱ চন্দ্ৰৰ নেতৃত্বত
(গ) বিষ্ণুৰাম মেধিৰ নেতৃত্বত
(ঘ) ছাৰ চৈয়দ আব্দুল্লাৰ নেতৃত্বত
উত্তৰঃ (ঘ) ছাৰ চৈয়দ আব্দুল্লাৰ নেতৃত্বত ।
প্ৰশ্নঃ অসমৰত কিমান খন 'পুলিচ জিলা' আছে ?
(ক) ৩৫
(খ) ৫২
(গ) ৪২
(ঘ) ৩৪
উত্তৰঃ (ক) ৩৫
READ MORE:-ভাৰতৰ ভূগোল
READ MORE:-ভাৰতৰ ইতিহাস
