No title

GENERAL KNOWLEDGE FOR ALL COMPETITOR EXAM 2024

ভাৰতৰ  বিভিন্ন সাধাৰণ নিযুক্ত পৰীক্ষাত আহিবলগীয়া ইতিহাসৰ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ কিছুমান অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ উত্তৰ তলত উল্লেখ কৰা হৈছে ২০২৪



General Knowledge For all competitors exam 2024 ৰ প্ৰশ্নৰ উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে।

প্ৰঃ প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ খনৰ নাম কি ?

(ক) অবুজ বেদনা

(খ) জীৱন সুৰভি

(গ) পূবেৰুণ

(ঘ) চিকমিক বিজুলী

উত্তৰঃ (ক) অবুজ বেদনা

প্ৰঃ চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি ?

(ক) মিৰি জীয়ৰী

(খ) পিতাপুত্ৰ

(গ) পৃথিৱীৰ হাঁহি

(ঘ) মনোমতি

উত্তৰঃ (ঘ) মনোমতি

প্ৰঃ ভবেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে ?

(ক) শৃংখল

(খ) ৰাতি ফুলা ফুল

(গ) ৰংমিলিৰ হাঁহি

(ঘ) সেন্দুৰ

উত্তৰঃ (ক) শৃংখল

প্ৰঃ নিজৰাৰ কবি বুলিলে কোনগৰাকী কবিক জনা যায় ?

(ক) ৰত্নকান্ত বৰকাকতি

(খ) অমূল্য বৰুৱা

(গ) শৈলধৰ ৰাজখোৱা

(ঘ) বিনন্দ চন্দ্ৰ বৰুৱা

উত্তৰঃ (গ) শৈলধৰ ৰাজখোৱা

প্ৰঃ অসমত চাহ খেতি কেতিয়াৰ পৰা আৰম্ভ হৈছিল ?

(ক) ১৮৫০ চনত

(খ) ১৮৪২ চনত

(গ) ১৮২২ চনত

(ঘ) ১৮৪৫ চনত

উত্তৰঃ (ক) ১৮৫০ চনত

প্ৰঃ অসমৰ ক’ত গৰম পানীৰ উহ আছে ?

(ক) গোলাঘাট

(খ) দুলীয়াজান

(গ) নলবাৰী

(ঘ) নগাওঁ

উত্তৰঃ (ক) গোলাঘাট

প্ৰঃ অসমৰ জাপি শিল্প কোনখন জিলাত আছে ?

(ক) নলবাৰী

(খ) বৰপেটা

(গ) বঙাইগাঁও

(ঘ) শিলচৰ

উত্তৰঃ (ক) নলবাৰী

প্ৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন ক’ত অনুষ্ঠিত হৈছিল ?

(ক) শিৱসাগৰ

(খ) তেজপুৰ

(গ) নগাওঁ

(ঘ) বৰপেটা

উত্তৰঃ (ক) শিৱসাগৰ

প্ৰঃ উপন্যাস সম্ৰাট বুলিলে কাক বুজা যায় ?

(ক) ৰজনীকান্ত বৰদলৈ

(খ) চৈয়দ আব্দুল মালিক

(গ) অতুল চন্দ্ৰ হাজৰিকা

(ঘ) বেণুধৰ শৰ্মা

উত্তৰঃ (ক) ৰজনীকান্ত বৰদলৈ

প্ৰঃ তু’বকৰ লগত হােৱা যুদ্ধত কোন আহােম সেনাপতি ৰণত পৰিছিল?

(ক) ফ্রাচেনমুং বৰগোঁহাই

(খ) আতন বৰগোঁহাই

(গ) লালুকসােলা বৰফুকন

(ঘ) লাচিত বৰফুকন

উত্তৰঃ (ক) ফ্রাচেনমুং বৰগোঁহাই

প্ৰঃ অসমৰ কোনখন চহৰত একমাত্র আই

আই টি খন অৱস্থিত?

(ক) গুৱাহাটী

(খ) শিলচৰ

(গ) তিনিচুকীয়া

(ঘ) তেজপুৰ

উত্তৰঃ (ক) গুৱাহাটী

প্ৰঃ অসম বিশ্ববিদ্যালয় ক'ত অবস্থিত?

(ক) গুৱাহাটী

(খ) শিলচৰ

(গ) তিনিচুকীয়া

(ঘ) তেজপুৰ

উত্তৰঃ (খ) শিলচৰ

প্ৰঃ অম্বুবাচীৰ অর্থ কি?

(ক) বৰুণ দেৱৰতাৰ আশীর্বাদ

(খ) মা কামাখ্যাৰ নিবৃত্তি

(গ) বৃষ্টিপাত

(ঘ) শিৱ-কামাখ্যাৰ বিবাহ

উত্তৰঃ (গ) বৃষ্টিপাত

প্ৰঃ অসমৰ প্রথম মহিলা এ চি এছ বিষয়া হল

(ক) পাৰুল দাস।

(খ) শুচিব্রতা ৰায়চৌধুৰী

(গ) মীৰা শৰ্মা

(ঘ) লক্ষ্মী দেৱী

উত্তৰঃ (খ) শুচিব্রতা ৰায়চৌধুৰী

প্ৰঃ শুৱালকুছি কিয় বিখ্যাত?

(ক) তীখা উদ্যোগত।

(খ) পাট-মুগা উদ্যোগত

(গ) কপাহ উদ্যোগত

(ঘ) চামৰা উদ্যোগত।

উত্তৰঃ (খ) পাট-মুগা উদ্যোগত

প্ৰঃ অসমৰ প্রথম কমিনিউটি ৰেডিঅ'আৰম্ভ

কৰিছিল ?

(ক) গুৱাহাটী বিশ্ববিদ্যালয়ে

(খ) অসম বিশ্ববিদ্যালয়ে

(গ) ডিব্রুগড় বিশ্ববিদ্যালয়ে

(ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে

উত্তৰঃ (ঘ) কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে

প্ৰঃ হস্তী বিদ্যার্ণৱৰ লেখক কোন আছিল?

(ক) সুকুমাৰ বৰকাইথ

(খ) হৰিদেৱ

(গ) মাধৱদেৱ

(ঘ) ভাস্কৰবার্মা

উত্তৰঃ (ক) সুকুমাৰ বৰকাইথ

প্ৰঃ ছৈয়দ শ্বাহ মিলানৰ অসমত জনপ্রিয় নাম কি আছিল?

(ক) মাধৱদেৱ

(খ) নাছিরুদ্দিন।

(গ) আজানফকিৰ

(ঘ) জোনাব

উত্তৰঃ (গ) আজানফকিৰ

প্ৰঃ প্রাচীন অসমৰ প্ৰথম ৰজাজন আছিল-

(ক) ঘটকাসুৰ

(খ) মহীৰঙ্গ দানৱ

(গ) নৰনাৰায়ন

(ঘ)নৰকাসুৰ

উত্তৰঃ (খ) মহীৰঙ্গ দানৱ

প্ৰঃ ছাৰ ছাদুল্লাৰ মন্ত্রীসভা কেতিয়া গঠন হৈছিল?

(ক) ১৯৫১ চনত

(খ) ১৯৫০ চনত

(গ) ১৯৩৭ চনত

(ঘ) ১৯৪৭ চনত

উত্তৰঃ (গ) ১৯৩৭ চনত

প্ৰঃ ডিমাপুৰ ক'ৰ ৰাজধানী আছিল?

(ক) কছাৰীৰজাৰ

(খ) আহােম স্বৰ্গদেউৰ

(গ) চুতীয়া ৰজাৰ

(ঘ) ভূঞাসকলৰ

উত্তৰঃ (ক) কছাৰীৰজাৰ

প্ৰঃ চুহুংমুঙে কি পদৱীৰ সৃষ্টিকৰিছিল?

(ক)বৰগােহাঁই।

(খ) বৰফুকন

(গ) বুঢ়াগােহাঁই

(ঘ) আত্ন গােহাঁই

উত্তৰঃ (ক)বৰগােহাঁই

প্ৰঃ পৌৰাণিক অসমত প্রধান শস্য কি আছিল?

(ক) ঘেঁহু

(খ) বালি

(গ) ধান

(ঘ) কম

উত্তৰঃ (গ) ধান


Read More: General Knowledge GK

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.