INDAI HISTORY GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023

INDAI HISTORY GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023 

2023 বৰ্ষত আহিবলগীয়া অসমৰ নিযুক্ত পৰীক্ষাৰ কিছুমান প্ৰশ্ন সমুহ উল্লেখ কৰা হৈছে। 

INDAI HISTORY GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023


MOST IMPORTANT 60+ 

INDAI HISTORY GENERAL KNOWLEDGE IN ASSAMESE LANGUAGE 2023 

MCQ UPCOMING ALL COMPETITORS EXAM 


প্ৰশ্ন. ভাৰতৰ দাস বংশৰ চুলতানে তেওঁলোকৰ ৰাজধানী ক'ত স্থাপন কৰিছিল ?

উত্তৰ. দিল্লী ।

প্ৰশ্ন. ছাহজাহানে তাজমহল সাজিছিল তেওঁৰ ঘৈণীয়েকৰ স্মৃতি ৰক্ষাৰ বাবে। তেওঁৰ ঘৈণীয়েকৰ নাম আছিল ?

উত্তৰ. মমতাজ মহল ।

প্ৰশ্ন. ৰাজা বীৰবল উপাধি দিয়া হৈছিল ?

উত্তৰ. মহেশ দাসক ।

প্ৰশ্ন. টুজুক-ই-বাবৰী নামৰ বিখ্যাত বাবৰ স্মৃতি লিখিছিল ?

উত্তৰ. বাবৰে ।

প্ৰশ্ন. পশ্চিম ভাৰতত কাগজৰ প্ৰচলন কৰিছিল ?

উত্তৰ. আৰব ।

প্ৰশ্ন. দিল্লীৰ পৰা দৌলতাবাদলৈ ৰাজধানী তুলি নিয়া চুলতানজন আছিল ?

উত্তৰ. মহম্মদ বিন টোগলক ।

প্ৰশ্ন. ভাৰতৰ প্ৰথম এয়াৰ চীফ মার্শাল কোন আছিল ?

উত্তৰ. সুব্রত মুখার্জী ।

প্ৰশ্ন. কাৰ শাসনকালত গুহাবোৰ নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ. গুপ্তসকলৰ ।

প্ৰশ্ন. কলিকতাত ভিক্টোৰিয়া মেম বিয়েল কাৰ সময়ত নিৰ্মাণ কৰা হৈছিল ?

উত্তৰ. লর্ড কার্জনৰ সময়ত ।

প্ৰশ্ন. আদিগ্রন্থত শিকনি আছে ?

উত্তৰ. গুৰু নানকৰ ।

প্ৰশ্ন. গুপ্ত বংশৰ কোনজন ৰজা তেওঁ কৰা জয়লাভ আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছি ?

উত্তৰ. সমুদ্রগুপ্ত ।

প্ৰশ্ন. ভাৰত বুৰঞ্জীৰ কোনটো যুগক 'সোণালী যুগ' হিচাপে জনা যায় ?

উত্তৰ. গুপ্ত যুগ ।

প্ৰশ্ন. ৰামচৰিত মানসখন লিখিছিল ?

উত্তৰ. তুলসীদাস ।

প্ৰশ্ন. শিৱাজীয় কেতিয়া 'ছত্রপতি' খিতাপ গ্ৰহণ কৰে ?

উত্তৰ. ১৬৭২ ।

প্ৰশ্ন. কোনে ভাৰতত প্ৰথমবাৰৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰে ?

উত্তৰ. মহম্মদ বিন টোগলক ।

প্ৰশ্ন. ভাৰতবৰ্ষত চাৰিটা কোণত চাৰিটা ‘মাথা’ কোনে স্থাপন কৰিছিল ?

উত্তৰ. শংকাৰাচাৰ্যই ।

প্ৰশ্ন. মহেঞ্জোদাবোৰ ধ্বংসাবশেষৰ পৰা উদ্ধাৰ কৰা নৃত্যৰতা ছোৱালীগৰাকীৰ মূৰ্তিটো আছিল ?

উত্তৰ. ব্ৰঞ্জৰ ।

প্ৰশ্ন. সিন্ধু উপত্যকাৰ মানুহৰ মূল অর্থনৈতিক ভেটি আছিল ?

উত্তৰ. কৃষি ।

প্ৰশ্ন. ভাৰতত শেষ ইংৰাজ ভাইচৰয়জন কোন আছিল ?

উত্তৰ. লর্ড মাউন্টবেটেন ।

প্ৰশ্ন. আলেকজেণ্ডাৰ ক'ৰ ৰজা আছিল ?

উত্তৰ. মেচিড 'নিয়াৰ ।

প্ৰশ্ন. ১৮৫৭ চনৰ বিদ্ৰোহৰ প্ৰথম শ্বহীদ আছিল ?

উত্তৰ. মংগল পাণ্ডে ।

প্ৰশ্ন. কোনজন শাসকে 'বিক্রমাদিত্য' উপাধি লৈছিল ?

উত্তৰ. চন্দ্রগুপ্ত দ্বিতীয়ই ।

প্ৰশ্ন. বুদ্ধই জ্ঞানপ্রাপ্তি লাভ কৰিছিল ?

উত্তৰ. বুদ্ধগয়াত ।

প্ৰশ্ন.পানীপথৰ প্ৰথম যুদ্ধ হৈছিল ?

উত্তৰ. ১৫২৬ চনত ।

প্ৰশ্ন. ফুলগুৰি ধেৱা সংঘটিত হৈছিল ?

উত্তৰ. ১৮৬১ চনত ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ?

উত্তৰ. বার্মিজ আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধি যিখন গাঁৱত সম্পন্ন হৈছিল সেই গাঁওখনৰ নাম আছিল ?

উত্তৰ. ইয়াণ্ডাবু ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অবসান ঘটোৱা হৈছিল ?

উত্তৰ. এংলো-বার্মিজ যুদ্ধৰ ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধিৰ___অধ্যায় মতে ছশ বছৰীয়া আহোম ৰাজত্বৰ অৱসান ঘটাই অসম কোম্পানীৰ অধীনলৈ গৈছিল ?

উত্তৰ. দ্বিতীয় ।

প্ৰশ্ন. ব্ৰিটিছে কোনজন শাসকক বহতীয়া শাসক হিচাপে নিয়োগ কৰিছিল ?

উত্তৰ. পুৰন্দৰ সিংহক ।

প্ৰশ্ন. ভাৰতীয় জাতীয় কংগ্ৰেছ গঠিত হৈছিল ?

উত্তৰ. ১৮৮৫ চনত ।

প্ৰশ্ন. চিপাহী বিদ্রোহ কোন চনত হৈছিল ?

উত্তৰ. ১৮৫৭ চনত ।

প্ৰশ্ন. অর্থশাস্ত্ৰ কাৰ শাসনকালত ৰচনা কৰা হৈছিল ?

উত্তৰ. মৌৰ্য ।

প্ৰশ্ন. লর্ড কর্ণৱালিছে প্ৰৱৰ্তন কৰিছিল ?

উত্তৰ. জমিদাৰী প্ৰথা ।

প্ৰশ্ন. নিজা বিধান পৰিষদৰে সৈতে অসম মুখ্য আয়ুক্তৰ ৰাজ্য হিচাপে কোন চনৰ কিমান তাৰিখৰ পৰা পৰিগণিত হৈছিল ?

উত্তৰ. ১৯১২ চনৰ ১ এপ্ৰিলৰ পৰা ।

প্ৰশ্ন. ব্ৰিটিছসকল অসমলৈ অহাৰ আগতে অসমৰ অৰ্থনীতিত কি প্ৰথা প্ৰচলিত আছিল ?

উত্তৰ. বিনিময় প্রথা ।

প্ৰশ্ন. বংগক কোন দুখন প্ৰদেশত ভাগ কৰা হৈছিল ?

উত্তৰ. পূব বংগ আৰু অসম, পশ্চিম বংগ ।

প্ৰশ্ন. অসম এচ ছিয়েচন কোন চনত গঠিত হৈছিল ?

উত্তৰ. ১৯০৩ চনত ।

প্ৰশ্ন. কোন চনত বংগক দুখন প্ৰদেশত ভাগ কৰা হৈছিল ?

উত্তৰ. ১৯০৫ চনত ।

প্ৰশ্ন. কোনে বংগক দুখন প্ৰদেশত ভাগ কৰিছিল ?

উত্তৰ. ৰাণী এলিজাবেথে ।

প্ৰশ্ন. বর্তমান ভাৰতবৰ্ষৰ মাটিকালি কিমান ?

উত্তৰ. ৩,২৮৬,৯২৭ বর্গ কিল'মিটাৰ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধি কোন চনৰ কিমান তাৰিখে সম্পন্ন হৈছিল ?

উত্তৰ. ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

প্ৰশ্ন. ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতে কোন চনৰ কিমান তাৰিখে স্বাধীনতা লাভ কৰিছিল ?

উত্তৰ. ১৯৪৭ চনৰ ১৫ আগষ্টত ।

প্ৰশ্ন. ভাৰতত ব্ৰিটিছৰ শাসন কোন চনৰ পৰা আৰম্ভ হৈছিল ?

উত্তৰ. ১৭৫৭ চনৰ পৰা ।

প্ৰশ্ন. বঙ্গৰ নবাব চিৰাজ-উদ-দুল্লাহ ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতত পৰাজিত হোৱা বিখ্যাত যুদ্ধখনৰ নাম কি আছিল ?

উত্তৰ. পলাচী ।

প্ৰশ্ন. কোন শতিকাত ভাৰত এখন আদৰ্শ উপনিৱেশলৈ পৰিণত হৈছিল ?

উত্তৰ. ১৯ শতিকাৰ শেষৰ ফালে ।

প্ৰশ্ন. কোনখন ৰাজ্য মহাভাৰত আৰু ৰামায়ণত উল্লেখ নাই ?

উত্তৰ. কৌশাম্বী ৰাজ্যত ।

প্ৰশ্ন. বিখ্যাত মহাভাৰতৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ. খ্রীঃপূঃ ৯৯৮ ত ।

প্ৰশ্ন. আৰ্য্যসকল ভাৰতলৈ ক'ৰপৰা আহিছিল ?

উত্তৰ. মধ্য এছিয়াৰ পৰা আহিছিল ।

প্ৰশ্ন. আৰ্যসকলে ভাৰতৰ প্ৰথম ক'ত বসতি স্থাপন কৰিছিল ?

উত্তৰ. পঞ্জাবত ।

প্ৰশ্ন. সিন্ধু উপত্যকা সভ্যতা আবিষ্কাৰ কৰা হয়  ?

উত্তৰ. ১৯২১ চনত ।

প্ৰশ্ন. সিন্ধু উপত্যকাৰ মানুহে কোনবিধ ধাতুৰ ব্যৱহাৰ নাজানিছিল ?

উত্তৰ. লোহা ।

প্ৰশ্ন. সিন্ধু উপত্যকাৰ মানুহে ঘৰবিলাক কিহেৰে সাজিছিল ?

উত্তৰ. ইটা ।

প্ৰশ্ন. সিন্ধু উপত্যকা সভ্যতাৰ সময়ত জোখ-মাপৰ ক্ষেত্ৰত সততে ব্যৱহাৰ কৰা সংখ্যাটো কি ?

উত্তৰ. ১৬ ।

প্ৰশ্ন. বৈদিক সমাজত পৰিয়ালৰ সমষ্টিক কি বোলা হৈছিল ?

উত্তৰ. গ্রাম ।

প্ৰশ্ন. যোগদৰ্শনৰ প্ৰতিষ্ঠাপক কোন ? 

উত্তৰ. পতঞ্জলি ।

প্ৰশ্ন. চতুৰ্থ বৌদ্ধ পৰিষদ (সন্মিলন) কোনে অনুষ্ঠিত কৰিছিল ?

উত্তৰ. কণিষ্ক ।

প্ৰশ্ন. বুদ্ধ আৰু মহাবীৰ কোনজন ৰজাৰ ৰাজত্বৰ সময়ত মৃত্যু হৈছিল ?

উত্তৰ. অজাতশত্রু ।

প্ৰশ্ন. সর্বপ্রথম কোনজন ৰজাই বুদ্ধদেৱৰ প্ৰতিমূৰ্ত্তি মুদ্ৰাত খোদিত বা অংকিত কৰাইছিল ?

উত্তৰ. কণিষ্ক ।

প্ৰশ্ন. প্রথম বৌদ্ধ পৰিষদত (সন্মিলনত) কোনে সভাপতিত্ব কৰিছিল ?

উত্তৰ. মহা কাছপা ।

প্ৰশ্ন. মহাবীৰ আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল ?

উত্তৰ. খ্রীঃ পূঃ ৩২৭ত ।

প্ৰশ্ন. মহাবীৰ আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল_____ত

উত্তৰ. বেবিলন ।

প্ৰশ্ন. পেৰিছ কোনখন নদীৰ পাৰত অৱস্থিত ?

উত্তৰ. চিন ।

প্ৰশ্ন. ভাৰতৰ প্ৰথম বেংকৰ নাম কি ?

উত্তৰ. BANK OF HINDUSTAN .

প্ৰশ্ন. ভূগোল শব্দটো কোনটো ভাষাৰ পৰা আহিছে ?

উত্তৰ. গ্ৰীক ।

প্ৰশ্ন. কোন খন গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয় ?

উত্তৰ. মংগল ।

প্ৰশ্ন. ডায়মণ্ড চি.টি বুলি কোন খন দেশেক কোবা হয় ?

উত্তৰ. ছুৰাট ।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.