অসমৰ নিযুক্ত পৰীক্ষা আহি থকা অসমৰ অৰ্থনৈতিক ব্যৱস্থা সাধাৰণ জ্ঞান Assam Economic General Knowledge 2023
অসমৰ অৰ্থনৈতিক সাধাৰণ জ্ঞান আহিবলগীয়া ৩২+ পদৰ বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ২০২৩
Assam Economic General Knowledge 2023
উত্তৰ. ১৯৯৬ চনত ।
প্ৰশ্ন. উত্তৰ-পূব পৰিষদ কোন চনত গঠন কৰা হৈছিল ?
উত্তৰ. ১৯৭২ চনত ।
প্ৰশ্ন. অসমৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ কৃষিৰ ওপৰত নিৰ্ভৰশীল ?
উত্তৰ. ৭০% ।
প্ৰশ্ন. বঙাইগাঁও তেল শোধনাগাৰ কেতিয়া স্থাপিত কৰা হয় ?
উত্তৰ. ১৯৬২ চনত ।
প্ৰশ্ন. বিশ্বৰ মুঠ চাহ উৎপাদনৰ অসমে কিমান অংশ উৎপাদন কৰে ?
উত্তৰ. ছয় ভাগৰ এক অংশ ।
প্ৰশ্ন. অসমৰ মুঠ শ্ৰমিকৰ কিমান ভাগত শ্রমিক চাহ উদ্যোগৰ লগত জড়িত ?
উত্তৰ. ১৭ শতাংশ ।
প্ৰশ্ন. অসম গ্রামীণ বিকাশ বেংক কোন চনত স্থাপন হৈছিল ?
উত্তৰ. ২০০৬ চনত ।
প্ৰশ্ন. কোন জন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল ?
উত্তৰ. চুক্লেংমুং গড়গঞা ৰজা।
প্ৰশ্ন. অসমৰ কোন ঠাইত উচ্চ ন্যায়ালয় আছে ?
উত্তৰ. গুৱাহাটীত ।
প্ৰশ্ন. নুমলীগড় শোধনাগাৰৰ বাৰ্ষিক বহনযোগ্য শোধন ক্ষমতা কিমান ?
উত্তৰ. ৩ নিযুত টন ।
প্ৰশ্ন. নুনমাটি তেল শোধনাগাৰৰ বৰ্তমান 'বাৰ্ষিক শোধন ক্ষমতা' কিমান?
উত্তৰ. ১.৫ নিযুত টন ।
প্ৰশ্ন. বঙাইগাঁও তেল শোধনাগাৰৰ বৰ্তমান বাৰ্ষিক শোধন ক্ষমতা' কিমান ?
উত্তৰ. ২.৫ নিযুত টন ।
প্ৰশ্ন. ডিগবৈ তেল শোধনাগাৰৰ বৰ্তমান বার্ষিক শোধন ক্ষমতা' কিমান ?
উত্তৰ. ৭.৫ লাখ টন ।
প্ৰশ্ন. কোন জন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম ৰূপৰ মুদ্ৰা তৈয়াৰ কৰা হৈছিল ?
উত্তৰ. চুক্লেনমুং 'গড়গঞা ৰজা ।
প্ৰশ্ন. আহোম যুগত অসমীয়া বেপাৰীয়ে মোগল ব্যৱসায়ীৰ পৰা পাটমুগাৰ কাপোৰ সলাই কি সংগ্ৰহ কৰিছিল ?
উত্তৰ. নিমখ ।
প্ৰশ্ন. অসমৰ কোন ঠাইত ৰে'ল গাড়ীৰ ইঞ্জিন মেৰামতিৰ কাৰখানা আছে ?
উত্তৰ. বঙাইগাঁৱৰ ।
প্ৰশ্ন. অসম বিত্ত নিগম স্থাপনৰ প্ৰধান উদ্দেশ্য কি আছিল ?
উত্তৰ. ক্ষুদ্ৰ আৰু মজলীয়া উদ্যওগসম বিত্তীয় সাহায্য প্রদান ।
প্ৰশ্ন. অসমৰ মাজেৰে কিমানটা ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে ?
উত্তৰ. ১২ টা ।
প্ৰশ্ন. অসমৰ মাজেদি যোৱা আটাইতকৈ দীৰ্ঘ দূৰত্বৰ ৰাষ্ট্ৰীয় ঘাই পথটোৰ নাম কি ?
উত্তৰ. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্ন. অসমত সর্বপ্রথম কেতিয়া ৰে'লসেৱা আৰম্ভ হয় ?
উত্তৰ. ১৮৮৪ চনত ।
প্ৰশ্ন.ধোদৰ আলিৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ. প্রায় ১৮৫ কিলোমিটাৰ ।
প্ৰশ্ন. ঐতিহাসিক গোহাঁই কমল আলিৰ দৈৰ্ঘ্য কিমান ?
উত্তৰ. ৫৬০ কিঃমিঃ ।
প্ৰশ্ন. এছিয়াৰ ভিতৰতে সর্ববৃহৎ পখিলা উদ্যানখন অসমৰ কোন ঠাইত আছে ?
উত্তৰ. নুমলীগড়ত ।
প্ৰশ্ন. যোৰহাটৰ টোকলাইস্থিত বিশ্বৰ প্ৰথমটো চাহ গবেষণা কেন্দ্র কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰ. ১৯১১ চনত ।
প্ৰশ্ন. বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰ অসমৰ কোন ঠাইত আছে ?
উত্তৰ. ডিগবৈত ।
প্ৰশ্ন. ডিগবৈ শোধনাগাৰ কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰ. ১৯০১ চনত ।
প্ৰশ্ন. ভাৰতবৰ্ষৰ মুঠ চাহ উৎপাদনত অসমে কিমান চাহ যোগান ধৰে ?
উত্তৰ. প্রায় ৫২% ।
প্ৰশ্ন. গুৱাহাটীৰ নুনমাটি তেল শোধনাগাৰৰ শুভাৰম্ভ কেতিয়া হৈছিল ?
উত্তৰ. ১৯৬১ চনত ।
প্ৰশ্ন. বিশ্বৰ সৰ্বপ্ৰথম স্থাপিত হোৱা চাহ গবেষণা কেন্দ্ৰটো ক'ত আছে ?
উত্তৰ. যোৰহাটৰ টোকলাইত ।
প্ৰশ্ন. অইল ইণ্ডিয়া লিমিটেড কোম্পানীৰ প্ৰধান কাৰ্যালয়টো ক'ত আছে ?
উত্তৰ. দুলিয়াজানত ।
প্ৰশ্ন. বনস্পতি তেল উৎপাদনৰ কাৰখানা অসমৰ কোন ঠাইত আছে ?
উত্তৰ. আমিনগাঁৱত ।
প্ৰশ্ন. কোন ঠাইত ৰেচম শিল্প কারখানাটো আছে ?
উত্তৰ. জাগীৰোডত ।
প্ৰশ্ন. অসমৰ শিলঘাটত থকা মৰাপাট কলটো কেতিয়া স্থাপন কৰা হৈছিল ?
উত্তৰ. ১৯৭০ চনত ।
প্ৰশ্ন. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰথম অসমীয়া সঞ্চালক গৰাকী কোন ?
উত্তৰ. গণেশ ফুকন ।
প্ৰশ্ন. গুৱাহাটীত কেতিয়া চাই নিলাম কেন্দ্র স্থাপিত হয় ?
উত্তৰ. ১৯৭২ চনত ।
প্ৰশ্ন. অসমত চাহ গছ কেতিয়া আবিষ্কাৰ কৰিছিল ?
উত্তৰ. ১৮২২-২৩ চনত ।
প্ৰশ্ন.অসমত চাহ গছ কোনে আবিষ্কাৰ কৰিছিল ?
উত্তৰ. চি. এ. ব্ৰুচে ।
প্ৰশ্ন. অসমৰ প্ৰথম চাহ খেতিয়কজন কোন ?
উত্তৰ. মনিৰাম দেৱান ।
প্ৰশ্ন. অসমৰ ইতিহাসত সৰ্বপ্ৰথম স্থাপন হোৱা ৰেলপথটো ক'ৰপৰা ক লৈকে স্থাপন কৰা হৈছিল ?
উত্তৰ. ডিব্ৰুগড়-মাকুম- লেখা পানীলৈ ।
প্ৰশ্ন. অসমৰ সৰ্বাধিক ব্যস্ত ৰাষ্ট্ৰীয় ঘাইপথ কোনটো ?
উত্তৰ. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
প্ৰশ্ন. কোনবিধ দ্রব্য উৎপাদনত অসম ভাৰতৰ ভিতৰত একমাত্ৰ ৰাজ্য ?
উত্তৰ. মুগা ।
প্ৰশ্ন. অসমৰ তামৰ আকৰ থকা ঠাইখনৰ নাম কি ?
উত্তৰ. ধুবুৰী জিলাৰ মহামায়া পাহাৰ ।
প্ৰশ্ন. অসমত প্ৰথমটো তেল শোধনাগাৰ কেতিয়া আৰু ক'ত স্থাপন কৰা হয় ?
উত্তৰ. ১৯০১ চনত, ডিগবৈত ।
প্ৰশ্ন. অসমৰ বাঁহ-বেতৰ বস্তু উৎপন্ন হোৱা ঠাইখনৰ নাম কি ?
উত্তৰ. নলবাৰী জিলাৰ মুগকুছি গাঁৱত ।
প্ৰশ্ন. অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি ?
উত্তৰ. মিকিৰ পাহাৰ ।
প্ৰশ্ন. নুমলীগড় শোধনাগাৰৰ ধাৰণ ক্ষমতা (Installed Capacity) কিমান ?
উত্তৰ. ৩ মিটাৰ টন ।
প্ৰশ্ন. কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
উত্তৰ. সৰ্থেবাৰী ।
প্ৰশ্ন.অসমৰ হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি ?
উত্তৰ. বৰপেটা ।
প্ৰশ্ন. এৰি, মুগা, পাট কাপোৰ উৎপাদন হোৱা ঠাইখনৰ নাম কি ?
উত্তৰ. শুৱালকুছি ।
প্ৰশ্ন. অসম চুক্তি অনুযায়ী অসমত প্ৰতিষ্ঠা হোৱা তেল শোধনাগাৰটোৰ নাম কি ?
উত্তৰ. নুমলীগড় ।
READ MORE :-পৰিবেশ বিজ্ঞান
READ MORE:-অসমীয়া ভাষা সাহিত্য
READ MORE:-অসমৰ ইতিহাসৰ সাধাৰণ জ্ঞান
READ MORE:- সাধাৰণ বিজ্ঞানৰ সাধাৰণ জ্ঞান

