General Science General Knowledge Assamese language 2023

২০২৩ বৰ্ষত আহিবলগীয়া ৩২ হাজাৰ পদৰ বাবে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ অতি দৰকাৰী প্ৰশ্ন উত্তৰ  উল্লেখ কৰা হৈছে ।

General Science General Knowledge In Assamese language2023 

General Science General Knowledge Assamese language 2023

সাধাৰণ বিজ্ঞানৰ ২০২৩ বৰ্ষৰ নতুন সাধাৰণ জ্ঞান General Science General Knowledge Assame Language 2023


প্ৰশ্ন. জন্মৰ সময়ত এটা স্বাভাবিক শিশুৰ ওজন কিমান হ'ব লাগে ?

উত্তৰ. ২.৬ কিলো গ্রাম ।

প্ৰশ্ন. মানুহৰ কোষত ক্রমজম কিমান থাকে ?

উত্তৰ. ২৩ যোৰ ।

প্ৰশ্ন. ভাৰতৰ প্ৰথম টেস্টটিউব বেবীটোৰ (নাম- দুর্গা) জন্ম কেতিয়া হৈছিল ?

উত্তৰ. ১৯৮৬ চনৰ ৬ আগষ্ঠত।

প্ৰশ্ন. আটাইতকৈ কোমল পদাৰ্থবিধৰ নাম কি ?

উত্তৰ. টেক্ল ।

প্ৰশ্ন. মহাকাশত প্ৰথমবাৰৰ বাবে কেতিয়া মানুহে ভৰি দিয়ে ?

উত্তৰ. ১৯৬১ চনৰ ১২ এপ্রিলত ।

প্ৰশ্ন. বিজুলী চাকিৰ ভিতৰত কি গেছ থাকে ?

উত্তৰ. নাইট্রোজেন গেছ ।

প্ৰশ্ন. বতাহৰ গতিবেগ জোখা যন্ত্ৰবিধৰ নাম কি ?

উত্তৰ. এনিমোমিটাৰ ।

প্ৰশ্ন. সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি বাৰু ?

উত্তৰ. ছডিয়াম ক্ল'ৰাইড।

প্ৰশ্ন.  বৃহস্পতিৰ উপগ্ৰহৰ নাম কি ?

উত্তৰ. ইউৰোপী ।

প্ৰশ্ন. ম'বাইল ফোনত ব্যৱহৃত SIM ৰ সম্পূর্ণ অর্থ কি ?

উত্তৰ. চাবস্ক্ৰাইবাৰ ইনফৰমেছন মডিউল ।

প্ৰশ্ন. ছেলুলাৰ ফোনৰ উদ্ভাৱক কেন ?

উত্তৰ. মার্টিন কুপাৰ ।




প্ৰশ্ন. পেচমেকাৰ কেতিয়া আৱিষ্কাৰ হৈছিল ?

উত্তৰ. ১৯৫৬ চনত ।

প্ৰশ্ন. ফিংগাৰপ্ৰিন্ট পদ্ধতি কোনে আৰিষ্কাৰ কৰিছিল ?

উত্তৰ. ফ্রান্সিছ গেলটন।

প্ৰশ্ন. টাটা ইন্সষ্টিটিউট অব্ ফাণ্ডামেন্টেল ৰিচাৰ্ছ কোন ঠাইত আছে ?

উত্তৰ. মুম্বাইত ।

প্ৰশ্ন. ইণ্ডিয়ান ছাইন্টিফিক ছেটেলাইট প্রজেক্ট' আৰু 'ইণ্ডিয়ান স্পেছ ৰিচাৰ্ছ অৰ্থেনাইজেছন কোন ঠাইত আছে ?

উত্তৰ. বাংগালুৰুত

প্ৰশ্ন. ভাৰতৰ বন গবেষণা কেন্দ্ৰ তলৰ কোন ঠাইত আছে ?

উত্তৰ. ডেৰাডুন ।

প্ৰশ্ন. বৃহত্তম কোষৰ নাম কি ?

উত্তৰ. অষ্টিক পক্ষীৰ কণী।

প্ৰশ্ন. অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্রতম অনুজীৱৰ নাম কি ?

উত্তৰ. ভাইৰাচ ।

প্ৰশ্ন. যোজন কোষত থকা ক্ৰম 'জ'মৰ সংখ্যা দেহকোষৰ -

উত্তৰ. সমান থাকে ।

প্ৰশ্ন. মানুহৰ শৰীৰত থকা লিপিডৰ নাম কি ?

উত্তৰ. কলেষ্টেৰল ।

প্ৰশ্ন. শুক্রাণু বা ডিম্বাণুত ক্ৰম 'জমৰ সংখ্যা—

উত্তৰ. আধা ।

প্ৰশ্ন. ভেজত ৰক্তকণিকাৰ পৰিমাণ —

উত্তৰ. ৪৫% ।

প্ৰশ্ন. কোষৰেৰ গঠিত—

উত্তৰ. চেলুল ' আৰু প্ৰ'টিন।

প্ৰশ্ন. উদ্ভিদ কোষত থকা বৃহৎ ঠাইক কোৱা হয়--

উত্তৰ. ভেকুওল ।

প্ৰশ্ন. উদ্ভিদৰ থকা সেউজীয়া প্লাষ্টিডক কোৱা হয়-

উত্তৰ. ক্ল'ৰ'প্লাষ্ট ।

প্ৰশ্ন. উষ্ণতা জোখা যন্ত্ৰটোৰ নাম কি ?

উত্তৰ. থাম মিটাৰ ।

প্ৰশ্ন. কোনখন দাপোনৰ বাবে প্ৰতিবিম্ব আৰু বস্তুৰ আকাৰ সদায় সমান ?

উত্তৰ. সমতল দাপোনৰ বাবে ।

প্ৰশ্ন. গাড়ীৰ পিছফালে চাবলৈ ব্যৱহাৰ কৰা দাপোনখনৰ নাম কি ?

উত্তৰ. উত্তল দাপোন ।

প্ৰশ্ন. শব্দ তৰংগৰ বেগ সর্বোচ্চ-

উত্তৰ. তীখাত ।

প্ৰশ্ন. মিথেনৰ C-H বান্ধনিবোৰ নিশাভিমুখী হৈ থাকে -

উত্তৰ. এটা চতুর্ফলক ।

প্ৰশ্ন. আইৰনৰ প্ৰধান আকাৰটোৰ নাম হৈছে--

উত্তৰ. হেমেটাইট ।

প্ৰশ্ন. শব্দ পাৰ হৈ নাযায়----

উত্তৰ. শূন্যত বায়ুত ।

প্ৰশ্ন. সৌৰ কুকাৰত ব্যৱহাৰ কৰা দাপোনখন হ'ল—

উত্তৰ. সমতল দাপোন ।

প্ৰশ্ন. 'ডাইনেম' কোনে আবিষ্কাৰ কৰিছিল ?

উত্তৰ. মাইকেল ফেৰাডে ।

প্ৰশ্ন. ভিটামিন D অভাৱ কি ৰোগ হয় ?

উত্তৰ. ৰিকেটছ ।

প্ৰশ্ন. গাখীৰ দৈ হোৱা প্ৰধান কাৰণ কি ?

উত্তৰ. বেক্টেৰিয়া ।

প্ৰশ্ন. সূৰ্যৰ পোহৰত কেইটা ৰং থাকে ?

উত্তৰ. ৭ টা ।

প্ৰশ্ন. গাজৰত কি ভিটামিন থাকে ?

উত্তৰ. A ভিটামিন ।

 
অতিৰিক্ত প্ৰশ্নসমূহ তলত উল্লেখ কৰা হৈছে।


✏️A ভিটামিনৰ অভাৱত কি বেমাৰৰ হয় ?

উত্তৰ. কুকুৰিকনা ।

✏️ লোহিত ৰক্ত কণিকাত থকা হিম' গ্লবিনত কি থাকে ?

উত্তৰ. লো ।

✏️ সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি ?

উত্তৰ. বুধ ।

✏️সৌৰজগত কেইটা গ্ৰহ থাকে ?

উত্তৰ. ৮টা ।




Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.