State And Union Territories Of India Capital

State And Union Territories Of India Capital

আপোনি জানেনে ভাৰতত ২৮ খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী  হ'ল নতুন দিল্লী ।

State And Union Territories Of India Capital

State And Union Territories Of India Capital Name Are Given Below 

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজধানী সমূহ নাম তলত উল্লেখ কৰা হৈছে।


১.অসমৰ ৰাজধানী নাম কি ?

উত্তৰ. দিছপুৰ ।

২.অৰুণাচল প্ৰদেশৰ ৰাজধানী নাম কি ? 

উত্তৰ. ইটানগৰ ।

৩.মেঘালয়ৰ ৰাজধানী নাম কি ? 

উত্তৰ. শ্বিলং ।

৪.মণিপুৰ ৰাজধানী নাম কি ? 

উত্তৰ. ইম্ফল ।

৫.মিজোৰামৰ ৰাজধানী নাম কি ? 

উত্তৰ. আইজল ।

৬.নাগালেণ্ডৰ ৰাজধানী নাম কি ? 

উত্তৰ. ক'হিমা ।

৭.ছিকিমৰ ৰাজধানী নাম কি ? 

উত্তৰ. গেংটক ।

৮.পশ্চিমবংগৰ ৰাজধানী নাম কি ? 
 
উত্তৰ. কলকাতা ।

৯.বিহাৰৰ ৰাজধানী নাম কি ? 

উত্তৰ. পাটনা ।

১০.ঝাড়খণ্ডৰ ৰাজধানী নাম কি ?

উত্তৰ. ৰাঁচী ।

১১.উৰিষ্যাৰ ৰাজধানী নাম কি ? 

উত্তৰ. ভুৱনেশ্বৰ ।

১২.ছত্তিশগড়ৰ ৰাজধানী নাম কি ? 

উত্তৰ. ৰায়পুৰ ।

১৩.অন্ধ্রপ্রদেশৰ ৰাজধানী নাম কি ?

উত্তৰ. অমৰাৱতী ।

১৪.ৰাজস্থানৰ ৰাজধানী নাম কি ? 

উত্তৰ. জয়পুৰ ।

১৫.ত্ৰিপুৰাৰ ৰাজধানী নাম কি ? 

উত্তৰ. আগৰতলা ।

১৬.কোৰেলা ৰাজধানী নাম কি ? 

উত্তৰ. থিৰুৱনন্তপুৰম ।

১৭.কর্ণাটকৰ ৰাজধানী নাম কি ?

উত্তৰ. বাংগালুৰু ।

১৮.গোৱাৰ ৰাজধানী নাম কি ?

 উত্তৰ.পানাজী ।

১৯.গুজৰাটৰ ৰাজধানী নাম কি ?

উত্তৰ. গান্ধীনগৰ ।

২৯.মহাৰাষ্ট্ৰৰ ৰাজধানী নাম কি ? 

উত্তৰ. মুম্বাই ।

২১.মধ্যপ্রদেশৰ ৰাজধানী নাম কি ? 

উত্তৰ. ভূপাল ।

২২. উত্তৰাখণ্ডৰ ৰাজধানী নাম কি ?

উত্তৰ. ডেৰাডুন ।

১৩. পঞ্জাবৰ ৰাজধানী নাম কি ?

উত্তৰ. চণ্ডীগড় ।

২৪.হিমাচল প্রদেশৰ ৰাজধানী নাম কি ?

উত্তৰ. চিমলা ।

২৫.হাৰিয়ানাৰ ৰাজধানী নাম কি ? 

উত্তৰ. চণ্ডীগড় ।

২৬.তেলেংগানাৰ ৰাজধানী নাম কি 

উত্তৰ. হায়দৰাবাদ ।

২৭.তামিলনাডুৰ ৰাজধানী নাম কি ?

উত্তৰ. চেন্নাই ।

২৮ উত্তৰ প্ৰদেশৰ ৰাজধানী নাম কি ?

উত্তৰ. লক্ষ্ণৌ ।

ভাৰতৰ ৮ খন কেন্দ্রীয় শাসিত অঞ্চলসমূহৰ নাম আৰু ৰাজধানী নাম সমূহ তলত উল্লেখ কৰা হৈছে।

The Names And Capitals Of The 8 Union Territories Of India Are Given Below.


১.আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী নাম কি ? 

উত্তৰ. পৰ্টব্লেয়াৰ ।

২.দাদ্ আৰু নগৰ হাভেলী আৰু দমন আৰু ডিউৰ ৰাজধানী নাম কি ?

উত্তৰ. দমন ।

৩.দিল্লীৰ ৰাজধানী নাম কি ?

উত্তৰ. নতুন দিল্লী ।

৪.জম্মু আৰু কাশ্মীৰ ৰাজধানী নাম কি ?

উত্তৰ. শ্রীনগৰ (গ্ৰীষ্ম), জন্ম (শীত) ।

৫.লাক্ষাদ্বীপৰ ৰাজধানী নাম কি ?

উত্তৰ. কভাটী ।

৬.পুডুচেৰীৰ ৰাজধানীৰ নাম কি ?

উত্তৰ. পণ্ডীচেৰী ।

৭.চণ্ডীগড়ৰ ৰাজধানী নাম কি ?

উত্তৰ. চণ্ডীগড় ।

৮.লাডাখৰ ৰাজধানী নাম কি ?

উত্তৰ. লেহ ।


অতিৰিক্ত প্ৰশ্নসমূহ তলত উল্লেখ কৰা হৈছে



প্ৰশ্ন. ভাৰতৰ মুঠ ৰাজ্য কেইখন ২০২৩

উত্তৰ. ২৮ খন ।

প্ৰশ্ন. ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন কোন ?

উত্তৰ. ৰাজস্থানৰ।

প্ৰশ্ন. ভাৰতৰ সৰ্ববৃহৎ নগৰ খনৰ নাম কি

উত্তৰ. দিল্লী।



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.