Assam History General Knowledge 2023

অসমৰ আহিবলগীয়া ৩২ হাজাৰ পদৰ বাবে অসমৰ ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন Assam History General Knowledge 2023

Assam History  General Knowledge 2023


Assam History  General Knowledge 2023

অসমৰ ইতিহাসৰ সাধাৰণ জ্ঞান ২০২৩



প্ৰশ্ন. বর্তমান অসমৰ মাটিকালি কিমান ?

উত্তৰ. ৭৮, ৪৩৮ বর্গ কিমি ।

প্ৰশ্ন. অসমত বৰ্মন বংশৰ শাসনকাল কিমান ?

উত্তৰ. ৩৫৫-৬৫০ খ্রী: ।

প্ৰশ্ন. অসমত শালস্তম্ভ বংশৰ শাসনকাল  কিমান ?

উত্তৰ. ৬৫০-৯৯০ খ্রী: ।

প্ৰশ্ন. ২০১১ চনৰ প্ৰাৰম্ভিক তথ্য অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান ?

উত্তৰ. ৩,১১,৬৯, ২৭২ জন ।

প্ৰশ্ন. কোন গৰাকী মহাপুৰুষে চালিনাচৰ প্ৰথম প্ৰচলন কৰিছিল ?

উত্তৰ. মাধৱদেৱে ।

প্ৰশ্ন. আহোমৰ কোন দুজন ৰজাই থলুৱা গীত-মাতৰ পোষকতা কৰিছিল ?

উত্তৰ. নৰনাৰায়ণ আৰু চিলাৰায়ে।

প্ৰশ্ন. অধিকাংশ পণ্ডিতৰ মতে অসমীয়া ভাষা উদ্ভব হৈছে ?

উত্তৰ. মাগধী প্ৰাকৃতৰ পৰা ।

প্ৰশ্ন. অসম প্ৰদেশৰ মুখ্য কথিত ভাষা কি ?

উত্তৰ. অসমীয়া।

প্ৰশ্ন. শৰাইঘাটৰ যুদ্ধত অসমীয়া সেনাপতি কোন আছিল ?

উত্তৰ. লাচিত বৰফুকন ।

প্ৰশ্ন. বিহু কোন ৰাজ্যৰ উৎসৱ ?

উত্তৰ. অসম ।

প্ৰশ্ন. অচম' শব্দটি পোন প্ৰথমবাৰৰ বাবে কাৰ লিখনিত ব্যৱহৃত হৈছিল ?

উত্তৰ. শংকৰদেৱৰ লিখনিত ।

প্ৰশ্ন. আহোমৰ শেষ স্বাধীন ৰজাৰ নাম কি ?

উত্তৰ. চন্দ্ৰকান্ত ।

প্ৰশ্ন. সর্বপ্রথমে কামৰূপ আক্ৰমণ কৰা মুছলমান ৰজাজনৰ নাম কি ?

উত্তৰ. বখতিয়াৰ খিলিজী ।

প্ৰশ্ন. শুক্লধ্বজক কি নামেৰে জনা যায় ?

উত্তৰ. চিলাৰায় ।

প্ৰশ্ন. আহোমসকলে ৰাজত্ব কৰাৰ সময়ত অসমৰ ভূখণ্ডক তেওঁলোকে অভিহিত কৰিছিল ?

উত্তৰ. মুং-দুন-চুন-খাম' বুলি ।

প্ৰশ্ন. ভাস্কৰ বৰ্মনৰ শাসনকালত প্ৰাগজ্যোতিষলৈ অৰ্থ চীনা পৰিব্ৰাজকৰ নাম লিখা  ?

উত্তৰ. হিউ-য়েন-চাং ।

প্ৰশ্ন. ভীষ্মকে কোন ৰাজ্যত ৰাজত্ব কৰিছিল ?

উত্তৰ. বিদৰ্ভ ।

প্ৰশ্ন. বান ৰজাৰ জীয়েকৰ নাম কি ?

উত্তৰ. ঊষা ।

প্ৰশ্ন. কোন ৰজাই বিহুক জাতীয় উৎসৱ ৰূপে গঢ় দিছিল ?

উত্তৰ. আহোম ৰজাই ।

প্ৰশ্ন. কাৰ্বিসকলে মৃতকৰ সন্মানার্থে পালন কৰা উৎসৱটোৰ নাম কি ?

উত্তৰ. চমাংকান ।

প্ৰশ্ন. কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ?

উত্তৰ. ৰজা সন্ধ্যা ।

প্ৰশ্ন. জয়মতীক ক'ত হত্যা কৰা হৈছিল ?

উত্তৰ. জেৰেঙা পথাৰত ।

প্ৰশ্ন. আদিকাব্য'ৰ ৰচক কোন ?

উত্তৰ. বাল্মীকি ।

প্ৰশ্ন. জয়দল, জয়সাগৰ কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ. ৰুদ্ৰ সিংহ ।

প্ৰশ্ন. অসমৰ কোনটো সম্প্রদায় অলংকাৰ নিৰ্মাণৰ লগত জড়িত হৈ আছে ?

উত্তৰ. সোণাৰি সম্প্রদায় ।

প্ৰশ্ন. বসন্ত উৎসৱত কোনগৰাকী দেৱীক আৰাধনা কৰা হয় ? 

উত্তৰ. দুর্গা দেৱীক ।

প্ৰশ্ন. কাৰ্বিসকলৰ মাজত কেইটা ঠাল আছে ?

উত্তৰ. পাঁচটা ।

প্ৰশ্ন. শ্ৰীশংকুক কি বুলি আখ্যা দিয়া হয় ?

উত্তৰ. অনুমিতিবাদক ।

প্ৰশ্ন. মাধৱ কন্দলি কোন শতিকাৰ কবি ?

উত্তৰ. চতুৰ্দশ শতিকাৰ ।

প্ৰশ্ন. কোনখন নদীত সোণ থকাৰ কথা ইতিহাসে দাঙি ধৰে ?

উত্তৰ. সোৱণশিৰি নদীত ।

প্ৰশ্ন. প্ৰাক্‌ শঙ্কৰী যুগৰ সৰ্বশ্ৰেষ্ঠ কবি কোন ?

উত্তৰ. মাধৱ কন্দলি ।




প্ৰশ্ন. অসমৰ তিৱাসকলৰ ডেকাচাঙক কি বুলি জনা যায় ?

উত্তৰ. ছামাদি ।

প্ৰশ্ন. অসমত মহোহো গীত' কেতিয়া গোৱা হয় ?

উত্তৰ. আযোগ মাহৰ পূৰ্ণিমা তিথিত ।

প্ৰশ্ন. অসমত ছট্‌ পূজা কেতিয়া পালন কৰা হয় ?

উত্তৰ. কালি পূজাত ।

প্ৰশ্ন. ভাৰত ত্যাগ আন্দোলনৰ সময়ত গহপুৰ থানাত কোনে পতাকা উত্তোলন কৰিব গৈ মৃত্যুবৰণ কৰিছিল ?

উত্তৰ. কনকলতা বৰুৱা ।

প্ৰশ্ন. ধোদৰ আলি আৰু উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰাইছিল ?

উত্তৰ. গদাধৰ সিংহ ।

প্ৰশ্ন. ফুলগুৰিৰ ধেৱা কেতিয়া হৈছিল ?

উত্তৰ. ১৮৬১ ।

প্ৰশ্ন. শৰাইঘাটৰ ৰণত মোগলৰ সেনাপতি কোন আছিল ?

উত্তৰ. ৰাম সিংহ ।

প্ৰশ্ন. 'কমবীৰ' বুলি কোনে জনাজাত ?

উত্তৰ. নবীনচন্দ্ৰ বৰদলৈ ।

প্ৰশ্ন. পোন প্ৰথমে ৰংপুৰত কোনে বৰ ৰজাৰ পঢ়াশালি স্থাপন কৰিছিল ?

উত্তৰ. ফুলেশ্বৰী ।

প্ৰশ্ন. অসমত প্ৰথম কোনে অসহযোগ আন্দোলনৰ নেতৃত্ব দিছিল ?

উত্তৰ. নবীনচন্দ্ৰ আৰু তৰুণৰাম  ।

প্ৰশ্ন. 'তাৰিখ-ই-আহাম' বা 'ফাতিয়াহ-ই-ইরিয়া' গ্ৰন্থৰ ৰচক কোন ?

উত্তৰ. চিহাবুদ্দিন তালিছ  ।

প্ৰশ্ন. চুকাফা অসমলৈ কোন চনত আহিছিল ?

উত্তৰ. ১২২৮ ।

প্ৰশ্ন. কোনে পোন প্ৰথমে অসমীয়া ভাষাক সাহিত্যৰ ভাষা ৰূপে স্বীকৃতি দিয়ে ?

উত্তৰ. দুর্লভ নৰনাৰায়ণ ।

প্ৰশ্ন. কাৰ ৰাজত্বকালক অসম বুৰঞ্জীত 'সোণালী যুগ' বুলি কোৱা হয় ?

উত্তৰ. নৰনাৰায়ণ ।

প্ৰশ্ন. চুটিয়া ৰজাসকলৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰজাজনৰ নাম কি ?

উত্তৰ. ৰত্নধ্বজ পাল ।

প্ৰশ্ন. চুটিয়াসকলৰ উপাস্য দেৱতা কোন ?

উত্তৰ. কুবেৰ ।

প্ৰশ্ন. প্ৰথম অসমীয়া চাহ খেতিয়কজন কোন ?

উত্তৰ. মণিৰাম দেৱান ।

প্ৰশ্ন. কামাখ্যা মন্দিৰ কোনে সজাইছিল ?

উত্তৰ. নৰকাসুৰ ।

প্ৰশ্ন. বৰপাত্ৰগোহাঁই' পদ কোনে সৃষ্টি কৰিছিল ?

উত্তৰ. চুহুংমুং ।

প্ৰশ্ন. ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ. ১৮২৬ চনত ।

প্ৰশ্ন. কোচ বংশৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰ. বিশ্ব সিংহ ।

প্ৰশ্ন. ডিমাপুৰৰ পুৰণি নাম কি ?

উত্তৰ. হিড়িম্বাপুৰ ।

প্ৰশ্ন. বৰ্মন ৰাজবংশৰ সৰ্বশ্ৰেষ্ঠ ৰজাজন কোন আছিল ?

উত্তৰ. ভাস্কৰ বৰ্মন ।

প্ৰশ্ন. দুর্লভ নাৰায়ণ শিৰোমণি উপাধি কাক দিছিল ?

উত্তৰ. চণ্ডিবৰ ।

প্ৰশ্ন. আৰিমত্তই কোন ঠাইত তেওঁৰ ৰাজধানী স্থাপন কৰিছিল ?

উত্তৰ. বৈদ্যগড় ।

প্ৰশ্ন. ৰজা নীলাম্বৰৰ মন্ত্ৰী কোন আছিল ?

উত্তৰ. শচিপাত্র ।

প্ৰশ্ন. কামৰূপ নগৰৰ পৰা কোনে কমতাপুৰলৈ ৰাজধানী তুলি নিছিল ?

উত্তৰ. সন্ধ্যা ।

প্ৰশ্ন. পিচলাপৰিয়া ৰণ সংঘটিত হৈছিল_____ ৰ মাজত

উত্তৰ. কোচ-আহোম ।

প্ৰশ্ন. গোহাঁই কমল আলি কোনে সজাইছিল ?

উত্তৰ. নৰনাৰায়ণ ।

প্ৰশ্ন. চুকাফাই প্রথমে ক'ত ৰাজধানী পাতিছিল ?

উত্তৰ. চৰাইদেউত ।

প্ৰশ্ন. কুণ্ডিল নদীৰ পাৰত কোনে ৰাজ্য স্থাপন কৰিছিল ?

উত্তৰ. ভীষ্মক ।

প্ৰশ্ন. ধোদৰ আলি আৰু অঁকা আলি কোনজন ৰজাৰ দিনত নিৰ্মাণ কৰিছিল ?

উত্তৰ. গদাধৰ সিংহৰ দিনত ।

প্ৰশ্ন. স্বৰ্গদেউ উপাধি গ্রহণ কৰা প্ৰথম আহোম ৰজা কোন আছিল ?

উত্তৰ. চুহুংমুং।

প্ৰশ্ন. কোনজন আহোম ৰজাই জয়সাগৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰাইছিল ?

উত্তৰ.  ৰুদ্ৰ সিংহই ।

প্ৰশ্ন. আটাইতকৈ কম বয়সৰ আহোম ৰজাজনৰ নাম কি ?

উত্তৰ. চুলিকফা ।

প্ৰশ্ন. অসমৰ বুৰঞ্জীত কাক নকল আহোম (জলমবটা) আখ্যা দিয়া হৈছে ?

উত্তৰ. কীৰ্ত্তিচন্দ্ৰ বৰবৰুৱাক ।

প্ৰশ্ন. নেঘেৰিটিণ্ডৰ শিৱদ'ল কোনজন ৰজাই নিৰ্মাণ কৰাইছিল ? 

উত্তৰ. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ।

প্ৰশ্ন. শিৱসাগৰত কাৰেংঘৰ কোনে সজাইছিল ?

উত্তৰ. স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই ।

প্ৰশ্ন. কাৰ দিনত চীনা পৰিব্রাজক হিউবেন চাং অসমলৈ আহিছিল ?

উত্তৰ. কুমাৰ ভাস্কৰ বৰ্মনৰ দিনত।

প্ৰশ্ন. ঐতিহাসিক লৱাৰীঘাটৰ সন্ধি কৈতিয়া হৈছিল ?

উত্তৰ. ১৬৬৩ চনৰ ২২ জানুৱাৰী ।

প্ৰশ্ন. ইতিহাস প্রসিদ্ধ ৰংপুৰ নগৰৰ পৰিকল্পনা কৰা খনিকৰজনৰ নাম কি ?

উত্তৰ. ঘনশ্যাম খনিকৰ ।

অতিৰিক্ত প্ৰশ্নসমূহ :-


✍️প্ৰাচীন অসমৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰ. সুকাফা ।

✍️পুৰণি অসমৰ প্ৰাচীন নাম কি আছিল ?

উত্তৰ. 'প্ৰাগজ্যোতিষ' আৰু 'কামৰূপ' ।

✍️কামৰূপৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰ. ত্যাগ সিংহ ।


Read More:- GENERAL SCIENCE GK

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.