অসমৰ হৈ যোবা DHS পৰীক্ষাৰ প্ৰশ্ন কাকতৰ উত্তৰ সমূহ উল্লেখ কৰা হৈছে
ASSAM DHS PREVIOUS QUESTION PAPER 2023
ASSAM DHS PREVIOUS QUESTION PAPER 2023
১.পৃথিৱীৰ আটাইতকৈ জনবহুল দেশ কোনখন ?
উত্তৰ-চীন ।
২.শ্রীলঙ্কাৰ ৰাজধানী কি ?
উত্তৰ-কলম্বো ।
৩.ভাৰতৰত্ন গ্রহ কৰা প্ৰথম মহিলা কোন ?
উত্তৰ- ইন্দিৰা গান্ধী ।
৪.The Discovery of India কিতাপখনৰ ৰচয়িতা কোন ?
উত্তৰ- জৱাহৰলাল নেহৰু।
৫.মহাকাশত অৱস্থান কৰা প্ৰথমজন মানব কোন আছিল ?
উত্তৰ-নীল আৰ্মষ্ট্ৰং ।
৬.শিখ ধৰ্মৰ প্ৰতিস্থাপক কোন আছিল ?
উত্তৰ- গুৰু নানক দেৱ ।
৭."ভাৰতৰ লৌহ মানব' বুলি কাক জনা যায় ?
উত্তৰ-চৰ্দাৰ বল্লভভাই পেটেল ।
৮.ভাৰতত শিক্ষক দিৱস কেতিয়া উদ্যাপন কৰা হয় ?
উত্তৰ-৫ ছেপ্টেম্বৰ ।
৯.বিশ্ব স্বাস্থ্য সংস্থা (World Health Organization)ৰ মুখ্য কাৰ্যালয় কত অৱস্থিত?
উত্তৰ-জেনেভা ।
Read More 👉অসমৰ GK PART (1)
১০.ডেভিড কাপ কোন খেলৰ সৈতে জড়িত ?
উত্তৰ- লন টেনিচ।
১১.ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্রী কোনে নিয়োগ কৰে ?
উত্তৰ-ৰাজ্যখনৰ ৰাজ্যপাল ।
১২.শিখসকলৰ স্বর্ণমন্দিৰ ক'ত অবস্থিত ?
উত্তৰ- অমূতসৰ ।
১৩.চেন্নাইৰ পুৰণা নাম কি আছিল ?
উত্তৰ-মাদ্ৰাজ ।
১৪. নমদফা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অবস্থিত ?
উত্তৰ-অৰুণাচল প্রদেশ ।
১৫.মৌর্য বংশ কোনে স্থাপন কৰিছিল ?
উত্তৰ -চন্দ্ৰগুপ্ত মৌৰ্য ।
১৬.কাৰ শাসনকালত চীনা পর্যটক হিউয়েন চাং ভাৰতলৈ আহিছিল ?
উত্তৰ-হর্ষবর্ধন ।
১৭.স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী কোন আছি ?
উত্তৰ-জৱাহৰলাল নেহৰু ।
১৮.পানিপথৰ প্ৰথম যুদ্ধত কোনে জয়ী হৈছিল ?
উত্তৰ- বাবৰ ।

