ASSAM HISTORY GK QUESTIONS AND ANSWERS//HISTORY OF ASSAM AHOM KINGDOM

 অসম বুৰঞ্জীৰ আহিবলগীয়া ৩২ হাজাৰ+ নতুন পদৰ বাবে ASSAM HISTORY GK QUESTIONS AND ANSWERS অসম বুৰঞ্জীৰ প্ৰশ্ন উত্তৰ সমুহ তলত উল্লেখ কৰা হৈছে ।

ASSAM HISTORY GK QUESTIONS AND ANSWERS//HISTORY OF ASSAM AHOM KINGDOM


Assam History Gk Questions And Answers Are Give Below 


প্ৰঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? 
উঃ নজনা কথাৰ ভঁৰাল।

প্ৰঃ কুৰুক্ষেত্ৰ যুদ্ধত অংশ গ্ৰহণ কৰা প্ৰাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? 
উঃ ভগদত্ত ।

প্ৰঃ কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্ৰতিষ্ঠাতা কোন ?
উঃ পুষ্য বর্মণ।

প্ৰঃ বৰ্মণ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল ? 
উঃ ভাস্কৰ বৰ্মণ।

প্রঃ যোগিনীতন্ত্র মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ?
উঃ ৪ ভাগত।

প্ৰঃ কিমান চনত ভাস্কৰ বৰ্মণ প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে ?
উঃ ৫৯৪ খ্ৰীষ্টাব্দত ।

প্ৰঃ ‘নাগশংকৰ দেৱালয়' কোনে সজাইছিল ?
উঃ কামৰূপৰ ৰজা নৰশঙ্কৰে।

প্ৰঃ ‘শালস্তম্ভ বংশ’ৰ প্ৰথম ৰজাজন কোন আছিল ?
উঃ শালস্তম্ভ ।

প্ৰঃ শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান খ্ৰীষ্টাব্দত ? উঃ ৬৫০ খ্রীষ্টাব্দত ।

প্ৰঃ আহোম ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ ?
উঃ ১৩৭৬ চনৰ পৰা ১৩৮০ চনলৈ।

প্ৰঃ কোনজন আহোম ৰজাক ‘বামুণী কোঁৱৰ’ বুলি কোৱা
হয় ?
উঃ চুডাংফা

প্ৰঃ অসমৰ কোনজন ৰজাই ‘চাৰগুৱা’লৈ অসমৰ ৰাজধানী
তুলি নিয়ে ?

উঃ চুডাংফা।

প্ৰঃ কোনজন আহোম ৰজাই ‘স্বৰ্গনাৰায়ণ' নাম লৈছিল ? 
উঃ চুকামফা।

প্ৰঃ ‘দিহিঙিয়া ৰজা' বুলি কাক কোৱা হয় ? 
উঃ চুহুংমুং।

প্ৰঃ কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল
কৰে ?

উঃ চুহুংমুং।

প্ৰঃ কোনজন আহোম ৰজাক ‘গড়গয়া ৰজা' বুলি কোৱা হয় ?
উঃ চুক্লেংমুং।

প্ৰঃ অসমৰ ‘মৰিয়া’ সকল কি ব্যৱসায়ৰ লগত জড়িত ?
উঃ কাঁহৰ বাচন।

প্ৰঃ ‘শালস্তম্ভ বংশ’ৰ অন্তিম ৰজাজনৰ নাম কি আছিল ?
 উঃ ত্যাগ সিংহ।

প্ৰঃ শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতিক কোন দেশৰ ৰজালৈ বিয়া
দিছিল ?
উঃ নেপালৰ ।

প্ৰঃ পালবংশৰ অন্ত পৰে কিমান চনত ?
উঃ ১১১২ চনত।

প্ৰঃ পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল ? 
উঃ ব্ৰহ্মপাল।

প্ৰঃ পাল বংশৰ আৰম্ভণি হয় কিমান চনত ? 
উঃ ৯৯০ চনত।

প্রঃ মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ?
উঃ ১২৫৭ চনত ।

প্ৰঃ অসমত আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন ? 
উঃ চুকাফা

প্ৰঃ চুকাফা ব্রহ্মদেশৰ কোনখন প্ৰদেশৰ পৰা অসমলৈ
আহিছিল ? 
উঃ মাওলুং

প্রঃ ‘মুনডুং চুনখাম' মানে কি ? 
উঃ সোণৰ বাগিছাৰে ভৰা দেশ।

ASSAM DHS PREVIOUS YEAR QUESTION LINK 🔗
👇👇👇👇

ASSAM GK PART (1) LINK 🔗
👇👇👇


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.