ASSAM POLITY PART (1)||অসমৰ ৰাজনীতি PART (1)

অসমৰ ৰাজনীতি ২০২৩ বৰ্ষত আহিবলগীয়া চৰকাৰী চাকৰি বাবে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন ASSAM POLITY  PART (1)||অসমৰ ৰাজনীতি PART (1)
ASSAM POLITY  PART (1)||অসমৰ ৰাজনীতি PART (1)


(১)অসম প্রাদেশিক কংগ্ৰেছ কমিটী কোন চনত গঠন
 হৈছিল ? 



উত্তৰ: ১৯২১ চনৰ ৫ জুনত ।


(২)লোণ আইন ভংগ কৰা গান্ধীৰ 'দাণ্ডী যাত্ৰা'ত অসমৰ পৰা অংশ লোৱা ব্যক্তিজন কোন ?


উত্তৰ: লীলাধৰ বৰুৱা ।


(৩)অসমত প্ৰথমখন অ-কংগ্ৰেছী সম্মিলিত (Coalition) চৰকাৰ কাৰ নেতৃত্বত গঠন হৈছিল ?


উত্তৰ:চৈয়দ মহম্মদ ছাদুল্লা ।


(৪)অসমৰ প্ৰথমখন অ-কংগ্ৰেছী (জনতা দলৰ চৰকাৰ কিমান চনত গঠিত হৈছিল ?


উত্তৰ :১৯৭৮ চনত ।


(৫)অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী গৰাকী কোন আছিল ?  


উত্তৰ:গোলাপ বৰবৰা ।


(৬)সংবিধানৰ ২৪৪(১) আৰু ২৭৫ (২) অনুচ্ছেদ অনুসৰি আৰু ষষ্ঠ অনুসূচীত উল্লেখ থকা স্বায়ত্তশাসিত জিলাৰ প্ৰশাসনৰ বাবে কোনজন প্ৰশাসনীয় মুৰব্বীক বিশেষ ক্ষমতা প্ৰদান কৰা হৈছে?


উত্তৰ:ৰাজ্যপালক ।


(৭)কোচ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন?

 উত্তৰ-বিশ্ব সিংহ।


(৮)গড়গঞা ৰজা বুলি কাক কোৱা হয়?

উত্তৰ:চুক্লেংমুং।


(৯)কোচ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন?


উত্তৰ:নৰনাৰায়ন।


(১০) কিমান চনত মীৰজুমলাই অসম আক্ৰমণ কৰিছিল ?


উত্তৰ:১৬৬২ চনত ।


Read More: অসমৰ ইতিহাসৰ সাধাৰণ জ্ঞান


(১১)আহোম ৰাজ্যৰ ৰাজধানী চৰাইদেউত কিমান চনত প্ৰতিষ্ঠা কৰিছিল ?


উত্তৰ:১২৩৫ 


(১২)ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল ?


উত্তৰ:১৮২৬


(১৩)অসমৰ মাটিৰ জৰীপ কৰা প্ৰথম ৰজাজন কোন ?


উত্তৰ:গদাধৰ সিংহ ।


(১৪)আহোমৰ শেষৰ ৰজাজন কোন ?


উত্তৰ:পুৰন্দৰ সিংহ ।


(১৫)কিমান চনত ইটাখুলিৰ ৰণ হৈছিল ?


উত্তৰ:১৬৮১ চনত ।


(১৬)মুছলমানৰ প্ৰথম অসম আক্ৰমণ কিমান চনত হৈছিল ?


উত্তৰ:১২০৬ চনত।


(১৭)আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটত কিমান চনত প্ৰতিষ্ঠা কৰিছিল ?


উত্তৰ:১৭৯৪ চনত ।


(১৮)কিমান চনত অসম ছাত্ৰ সন্মিলনৰ প্ৰতিষ্ঠা হয় ?


উত্তৰ:১৯১৬চনত।


(১৯)বৰ্মন বংশৰ শেষৰ ৰজাজনৰ নাম কি ?


উত্তৰ:ভাস্কৰ বৰ্মন।


(২০)চুতীয়া ৰাজ্যৰ শেষৰ ৰজাজনৰ নাম কি ? 


উত্তৰ:নীতি পাল।


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.