EVS Environment Science Gk With Assamese Language

EVS Environment Science Gk With Assamese Language 

অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা মূলক পৰিবেশ বিজ্ঞানৰ কিছুমান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমুহ তলত উল্লেখ কৰা হৈছে ।

EVS Environment Science Gk With Assamese Language


Environment Science Gk:-


প্ৰশ্নঃ তলৰ কোনবিধ জীৱাশ্ম ইন্ধন—

(ক) কয়লা

(খ) খৰি

(গ) পানী

(খ) বায়ু


উত্তৰঃ (খ) খৰি ।


প্ৰশ্নঃ বায়ু মহ'ল—

(ক) অণুজীৱ

(খ) পৰিস্থিতি তত্ত্ব

(গ) এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ

(ঘ) বায়ুৰ এটা প্ৰকাৰ


উত্তৰঃ (গ) এটা নিৰ্ধাৰিত অঞ্চলত থকা আটাইবোৰ প্ৰাণী আৰু উদ্ভিদ ।


প্ৰশ্নঃ সেউজ গৃহ গেছবোৰে ঘাইকৈ শোষণ কৰে—

(ক) পোহৰ

(খ) ৰঞ্জন ৰশ্মি

(গ) অতি বেঙুনীয়া ৰশ্মি 

(ঘ) অৱলোহিত ৰশ্মি


উত্তৰঃ (ঘ) অৱলোহিত ৰশ্মি ।


প্ৰশ্নঃ ষ্ট্রেট স্ফিয়াৰত থকা কোনবিধ গেছে অতিবেঙুনীয়া ৰশ্মি শোষণ কৰে –

(ক) নাইট্ৰ'জেন

(খ) হাইড্ৰ'জেন

(গ) অ'জন

(ঘ) ছালফাৰ


উত্তৰঃ (গ) অ'জন ।


প্ৰশ্নঃ বিশ্ব ধপাত বিৰোধী দিৱস পালন কৰা হয়—

(ক) 31 মে'ত

(খ) 31 জুনত

(গ) 31 জুলাইত

(ঘ) 30 মে'ত


উত্তৰঃ (ক) 31 মে'ত ।


প্ৰশ্নঃ তলৰ কোনবিধ পানীৰ জৰিয়তে বিয়পে—

(ক) জণ্ডিচ

(খ) হুপিংকাহ

(গ) যক্ষ্মা

(ঘ) মেলেৰিয়া


উত্তৰঃ (ক) জণ্ডিচ ।


প্ৰশ্নঃ বেমাৰ তলৰ কোনবিধৰ জৰিয়তে বিয়পিব পাৰে—

(ক) বায়ু

(খ) পানী

(গ) খাদ্য

(ঘ) এই সকলোবোৰ


উত্তৰঃ (ঘ) এই সকলোবোৰ ।


প্ৰশ্নঃ ভাৰতৰ ৰাষ্ট্ৰীয় প্রাণী হ'ল-

(ক) বাঘ

(খ) সিংহ

(গ) ফেঁটী সাপ

(ঘ) গড়


উত্তৰঃ (ক) বাঘ ।


প্ৰশ্নঃ এৰ'ছ'ল তলৰ কোনবিধৰ পৰা ওলায়—

(ক) উদ্যোগ

(খ) এৰোপ্লেন

(গ) গাড়ী-মটৰ ধোঁৱা

(ঘ) সাৰ


উত্তৰঃ (খ) এৰোপ্লেন ।


প্ৰশ্নঃ স্মগ হ'ল :-

(ক) ধূলিৰ ধুমুহা

(খ) ধূলি আৰু ধোঁৱাৰ মিশ্ৰণ মিশ্ৰণ

(গ) ধোঁৱা আৰু কুঁৱলীৰ মিশ্ৰণ

(ঘ) এইবোৰৰ এটাও নহয় 


উত্তৰঃ (গ) ধোঁৱা আৰু কুঁৱলীৰ ।


প্ৰশ্নঃ বৰ্ষাৰণ্যৰ ক্ষেত্ৰত তলৰ কোনটো সত্য নহয় ? 

(ক) ওখ ওখ গছ

(খ) প্ৰাণীবোৰ সৰু বা মধ্যমীয়া আকাৰৰ

(গ) তলৰ স্তৰৰ গছৰ

(ঘ) বৰষুণ একেবাৰে কম হয়


উত্তৰঃ (ঘ) বৰষুণ একেবাৰে কম হয় ।


প্ৰশ্নঃ চাপৰিবোৰ হ'ল—

(ক) নদীৰ বুকুত থকা বিশাল বালিচৰ

(খ) মানুহ থকা ঘৰ

(গ) পাহাৰীয়া ঠাই

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) নদীৰ বুকুত থকা বিশাল বালিচৰ ।


প্ৰশ্নঃ হাতী বা গঁড় অহা যোৱা কৰা পথটোক কোৱা হয় -

(ক) দণ্ডি 

(খ) অৰণ্যৰ ৰাস্তা

(গ) ঠেক ৰাস্তা

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) দণ্ডি ।


প্ৰশ্নঃ বায়ুমণ্ডলৰ উষ্ণতা আটাইতকৈ বেছি হোৱা স্তৰটো হ'ল—

(ক) ষ্ট্রেট স্ফিয়াৰ

(খ) বায়'স্ফিয়াৰ

(গ) টপ'স্ফিয়াৰ

(ঘ) থাম'স্ফিয়াৰ


উত্তৰঃ (ঘ) থাম'স্ফিয়াৰ ।


প্ৰশ্নঃ তাপ প্রয়োগৰ ফলত গোটা বস্তু জুলীয়ালৈ ৰূপান্তৰ ঘটা প্ৰক্ৰিয়াটোক কোৱা হয়—

(ক) বাষ্পীভৱন

(খ) গলন

(গ) গলন

(ঘ) আর্দ্রতা


উত্তৰঃ (খ) গলন ।


প্ৰশ্নঃ তলৰ কোনবিধ নৱীকৰণযোগ্য শক্তি নহয় ?

(ক) কাঠ কয়লা 

(খ) সৌৰ শক্তি

(গ) বায়ুশক্তি

(ঘ) জোৱাৰ ভাটাৰ শক্তি


উত্তৰঃ (ক) কাঠ কয়লা ।


প্ৰশ্নঃ নবীকৰণ অযোগ্য শক্তিৰ উৎসসমূহৰ আন এটা নাম—

(ক) পৰম্পৰাগত শক্তিৰ উৎস

(খ) অপৰম্পৰাগত শক্তিৰ উৎস

(গ) সাধাৰণ শক্তিৰ উৎস

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) পৰম্পৰাগত শক্তিৰ উৎস ।


প্ৰশ্নঃ তলৰ কোনবিধ স্বপোষী—

(ক) সূর্য

(খ) বায়ু

(গ) জন্তু

(ঘ) সেউজীয়া উদ্ভিদ


উত্তৰঃ (ঘ) সেউজীয়া উদ্ভিদ ।


প্ৰশ্নঃ তলৰ কোনবিধ সম্পদ নবীকৰণযোগ্য -

(ক) পেট্রল

(খ) ডিজেল

(গ) এল পি জি

(ঘ) বায়ুত থকা অক্সিজেন


উত্তৰঃ (ঘ) বায়ুত থকা অক্সিজেন ।


প্ৰশ্নঃ চাইলেণ্ট ভেলী অৱস্থিত—

(ক) অৰুণাচলত

(খ) ছিকিমত

(গ) কেবেলাত

(ঘ) অসমত


উত্তৰঃ (গ) কেৰেলাত ।


প্ৰশ্নঃ জধে-মধে গছ কটাৰ বিৰুদ্ধে ভাৰতত প্ৰথম আন্দোলন কৰিছিল—

(ক) বিষ্ণৌ সম্প্রদায়ৰ লোকে

(খ) সুন্দৰলাল বহুগুণাই

(গ) মেধা পাটেকাৰ

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) বিষ্ণৌ সম্প্রদায়ৰ লোকে ।


প্ৰশ্নঃ এছিড বৰষুণ তলৰ কোনবিধ প্ৰদূষণৰ বাবে হয় ?

(ক) বায়ু

(খ) শব্দ

(গ) পানী

(ঘ) মাটি


উত্তৰঃ (ক) বায়ু ।


প্ৰশ্নঃ ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে -

(ক) বানপানী

(খ) খাং

(গ) ভূমিকম্প

(ঘ) চুনামি


উত্তৰঃ (ক) বানপানী ।


প্ৰশ্নঃ তলৰ কোনবিধ কীটনাশক আমেৰিকাত 1973 চনৰ পৰা নিষিদ্ধ কৰা হৈছে—

(ক) ডিডিটি

(খ) ফিনল

(গ) মালাথিয়ান

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) ডিডিটি ।


প্ৰশ্নঃ কেমবিয়াম বিলাক -

(ক) প্রাথমিক ভাজক কলা

(খ) গৌণ ভাজক কলা

(গ) সৰল কলা

(ঘ) এটাও নহয়


উত্তৰঃ (খ) গৌণ ভাজক কলা ।


প্ৰশ্নঃ বনাঞ্চল ধ্বংসৰ মূল কাৰণ —

(ক) খেতি

(খ) খনি

(গ) জলসিঞ্চন

(ঘ) উদ্যোগ


উত্তৰঃ (ক) খেতি ।


প্ৰশ্নঃ তলৰ কোন অঞ্চলৰ ভূগর্ভস্থ পানী দূষিত হোৱা এটা সাধাৰণ সমস্যা—

(ক) গাঁৱৰ

(খ) মৰুভূমিৰ

(গ) চহৰৰ

(ঘ) পাহাৰৰ


উত্তৰঃ (গ) চহৰৰ ।


প্ৰশ্নঃ নিউক্লীয় আবর্জনাবোৰ পেলোৱা হয়-

(ক) বায়ুত

(খ) মাটিৰ তলত

(গ) পানীত

(ঘ) মৰুভূমিত


উত্তৰঃ (খ) মাটিৰ তলত ।


প্ৰশ্নঃ সূৰ্যৰ তাপে পানীক পৰিবৰ্তন কৰে —

(ক) বাষ্পলৈ

(খ) বৰফলৈ

(গ) বৰষুণলৈ

(ঘ) এইবোৰৰ এটাও নহয় 


উত্তৰঃ (ক) বাষ্পলৈ ।


প্ৰশ্নঃ তলৰ কোনবিধ গছৰ পৰা মম প্রস্তুত হয় —

(ক) বেবেৰী

(খ) চিনকোনা

(গ) পাইন

(ঘ) কঁঠাল


উত্তৰঃ (ক) বেবেৰী ।


প্ৰশ্নঃ পেনেল উদ্যোগ তলৰ কোনবিধৰ লগত জড়িত -

(ক) গছ কটা

(খ) প্লাইউড

(গ) কাঠমিল

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (গ) কাঠমিল ।


প্ৰশ্নঃ তলৰ কোনটো প্ৰাকৃতিক দুর্যোগ নহয়—

(ক) বানপানী

(খ) ভূমিস্খলন

(গ) ধুমুহা

(ঘ) বৰষুণ 


উত্তৰঃ (ঘ) বৰষুণ ।


প্ৰশ্নঃ যিবোৰ উদ্ভিদে বছৰত এবাৰকৈ পাত সলায় তাক বোলা হয়—

(ক) বৃক্ষ

(খ) পর্ণপাতী উদ্ভিদ

(গ) চিৰসেউজীয়া উদ্ভিদ

(ঘ) সৰল উদ্ভিদ


উত্তৰঃ (খ) পর্ণপাতী উদ্ভিদ ।


প্ৰশ্নঃ পৃথিৱীৰ তাপমাত্রা বৃদ্ধিত তলৰ কোনবিধ গেছৰ ভূমিকা সৰ্বাধিক ?

(ক) CO²

(খ) CH²

(গ) CFC

(ঘ) N²O


উত্তৰঃ (ক) CO²


প্ৰশ্নঃ PH হ'ল—

(ক) জনস্বাস্থ্য

(খ) পানীৰ আত্মিকতা বা ক্ষাৰকতা নির্ণয়ৰ স্কেল

(গ) পানীত হাইড্ৰ'জেন আয়নৰ গাঢ়তা

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (খ) পানীৰ আত্মিকতা বা ক্ষাৰকতা নিৰ্ণয়ৰ স্কেল ।


প্ৰশ্নঃ কোনবিধ ৰঞ্জকৰ বাবে গছৰ পাতৰ ৰং সেউজীয়া—

(ক) পত্ৰহৰিৎ

(খ) অক্সিহিম'গ্লাবিন

(গ) গ্লুকজ

(ঘ) হাইড্ৰ'জেন


উত্তৰঃ (ক) পত্ৰহৰিৎ ।


প্ৰশ্নঃ পৃথিৱীৰ বননিৰ অংশ—

(ক) ⅔ অংশ

(খ) ½ অংশ

(গ) ¾ অংশ

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (খ) ½ অংশ ।


প্ৰশ্নঃ জহকালি পৃথিবী—

(ক) সূৰ্যৰ ওচৰত থাকে

(খ) সূৰ্যৰ পৰা আঁতৰত থাকে

(গ) এইবোৰৰ এটাও নহয়

(ঘ) চন্দ্ৰৰ পৰা আঁতৰত থাকে


উত্তৰঃ (ক) সূৰ্যৰ ওচৰত থাকে ।


প্ৰশ্নঃ মানুহৰ দেহত কৰ্কট ৰোগ সৃষ্টি কৰা ৰাসায়নিক দ্রব্যসমূহৰ গোটক কোৱা হয়—

(ক) ডি.এন.এ

(খ) আৰ.এন.এ

(গ) কার্টিন জেন

(ঘ) এৰচিচিক এছিড


উত্তৰঃ (গ) কাৰ্চিন'জেন ।


Read More:Assam Polity Gk


Read More:Environment Science Gk


Read More:India History Gk

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.