Assam And India History General Knowledge Question And Answers For All Competition Exam
অসম আৰু ভাৰতৰ ইতিহাসৰ, ৰাজনৈতিক, বুৰঞ্জী, ভূগোল, সাধাৰণ বিজ্ঞান আদি বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ আহিবলগীয়া নিযুক্ত পৰীক্ষৰ বাবে অতি প্ৰয়োজনীয় সাধাৰণ উত্তৰ প্ৰশ্ন সমূহ তলত আলোচনা কৰা হৈছে ।
Assam And India History MCQ They are mentioned below
প্ৰশ্নঃ মহেঞ্জোদাৰোক আন এক নামেৰেও জনা যায়। সেই নামটো হ'ল—
(ক) পশ্চিম নগৰ
(খ) মৃতকৰ নগৰ
(ঘ) আনন্দ নগৰ
(গ) উষাৰ নগৰ
উত্তৰঃ (খ) মৃতকৰ নগৰ ।
প্ৰশ্নঃ কুশল কোঁৱৰক ফাঁচী দিয়া হৈছিল—
(ক) গুৱাহাটী কাৰাগাৰত
(খ) যোৰহাট কাৰাগাৰত
(গ) ডিব্ৰুগড় কাৰাগাৰত
(ঘ) মঙলদৈ কাৰাগাৰত
উত্তৰঃ (খ) যোৰহাট কাৰাগাৰত ।
প্ৰশ্নঃ ভেটিকান চিটি ক'ত অৱস্থিত ?
(ক) নাইজেৰিয়াত
(খ) কংগোত
(গ) ৰোমত
(ঘ) বেলজিয়ামত
উত্তৰঃ (গ) ৰোমত ।
প্ৰশ্নঃ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় আছে—
(ক) জামুগুৰিত
(খ) কলিয়াবৰত
(গ) নপামত
(ঘ) অগ্নিগড়ত
উত্তৰঃ (গ) নপামত ।
প্ৰশ্নঃ কার্লমার্ক্সে লিখা গ্ৰন্থখন হ'ল—
(ক) দা লজ
(খ) ফাইভ পইণ্ট চাম ওৱান
(গ) ডাছ কেপিটেল
(ঘ) কেপিটেল হাব
উত্তৰঃ (গ) ডাছ কেপিটেল ।
প্ৰশ্নঃ তলৰ কোনবিধ নাৱৰ নাম নহয়—
(ক) জাপ-নাও
(খ) ঢুলুকা
(গ) হিলৈ-চ'ৰা
(ঘ) হাইকালী
উত্তৰঃ (খ) ঢুলুকা ।
প্ৰশ্নঃ পিতলৰ কাম কৰা মুছলমানসকলক কি বুলি কোৱা হয় ?
(ক) গৰীয়া
(খ) মৰীয়া
(গ) ইছলাম
(ঘ) ৰায়ত
উত্তৰঃ (খ) মৰীয়া ।
প্ৰশ্নঃ সাধাৰণতে প্রধানমন্ত্ৰীজন হ'ল—
(ক) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(খ) ৰাজ্যসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা
(গ) সংসদৰ জ্যেষ্ঠ সদস্য
(ঘ) ওপৰৰ কোনোটোৱে নহয়
উত্তৰঃ (ক) লোকসভাৰ সংখ্যাগৰিষ্ঠ দলৰ নেতা ।
প্ৰশ্নঃ মানুহৰ হালধীয়া জ্বৰৰ বাহক হ'ল—
(ক) কিউলেক্স মহ
(খ) এনফিলিছ মহ
(গ) এডিছ মহ
(ঘ) মাখি
উত্তৰঃ (গ) এডিছ মহ ।
প্ৰশ্নঃ ভাৰত বুৰঞ্জীৰ কোনটো যুগক ‘সোণালী যুগ' হিচাপে জনা যায় ?
(ক) মোগল যুগ
(খ) মৌর্য যুগ
(গ) গুপ্ত যুগ
(ঘ) ব্ৰিটিছ যুগ
উত্তৰঃ (গ) মৌর্য যুগ ।
প্ৰশ্নঃ গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি ?
(ক) আর্যভট্ট
(খ) ব্রহ্মগুপ্ত
(গ) ভাস্কৰাচাৰ্য
(ঘ) বৰাহমিহিৰ
উত্তৰঃ (গ) আর্যভট্ট ।
প্ৰশ্নঃ মীৰাবায়ে তেওঁৰ ভজনবোৰ লিখিছিল—
(ক) হিন্দী ভাষাত
(খ) ৰাজস্থানী ভাষাত
(গ) উর্দু ভাষাত
(ঘ) গুজৰাটি ভাষাত
উত্তৰঃ (খ) ৰাজস্থানী ভাষাত ।
প্ৰশ্নঃ কোষৰ আৱিস্কাৰক হ'ল—
(ক) লিউয়েন হুক
(খ) ৰবাৰ্ট হুক
(গ) জন হুক
(ঘ) গেলিলিঅ
উত্তৰঃ (খ) ৰবাৰ্ট হুক ।
প্ৰশ্নঃ অসমৰ মহান বৈষ্ণৱ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে চিত্ৰপট আঁকিছিল আৰু তাৰ দ্বাৰা তেওঁ প্ৰকাশ কৰিব বিচাৰিছিল—
(ক) নদী
(খ) ৰস
(গ) বৈকুণ্ঠ
(ঘ) সাগৰ
উত্তৰঃ (গ) বৈকুণ্ঠ ।
প্ৰশ্নঃ তলৰ কোনবিধ খাৰিফ শস্য নহয় ?
(ক) সৰিয়হ
(খ) মাকৈ
(গ) ধান
(ঘ) ছয়াবিন
উত্তৰঃ (ক) সঁৰিয়হ ।
প্ৰশ্নঃ ৰামচৰিত মানসখন লিখিছিল—
(ক) নৱদেৱ
(খ) তুলসীদাস
(গ) চৈতন্য
(ঘ) সুদাস
উত্তৰঃ (খ) তুলসীদাস ।
প্ৰশ্নঃ দূৰত্বৰ এছ আই একক হ'ল—
(ক) মিটাৰ
(খ) ফুট
(গ) কিলোমিটাৰ
(ঘ) গজ
উত্তৰঃ (ক) মিটাৰ ।
প্ৰশ্নঃ সিন্ধু উপত্যকাৰ কালত এটা বৃহৎ স্নানাগাৰো সজা হৈছিল—
(ক) হপ্পা
(খ) মহেঞ্জোদাৰো
(গ) লোথাল
(ঘ) কৰাচী
উত্তৰঃ (খ) মহেঞ্জোদাৰো ।
প্ৰশ্নঃ প্রধানমন্ত্রীজনে তেওঁৰ কাৰ্যকাল চলাব—
(ক) কেৱল নির্দিষ্ট ৫ বছৰ
(খ) লোকসভাৰ আস্থা থকালৈকে
(গ) নিদিষ্ট হয় বছৰ
(ঘ) ৰাজ্যসভাৰ আস্থা থকালৈকে
উত্তৰঃ (খ) লোকসভাৰ আস্থা থকালৈকে ।
প্ৰশ্নঃ সৌৰজগতৰ সবাতোকৈ বৃহৎ গ্ৰহটো কি ?
(ক) শনিগ্রহ
(খ) পৃথিৱী
(গ) মঙ্গল গ্রহ
(ঘ) বৃহস্পতি গ্রহ
উত্তৰঃ (ঘ) বৃহস্পতি ।
প্ৰশ্নঃ কেন্দ্রীয় মন্ত্রীসভাত সভাপতিত্ব কৰে—
(ক) ৰাষ্ট্ৰপতিয়ে
(খ) কেবিনেট সচিবে
(গ) প্রধানমন্ত্রীয়ে
(ঘ) উপৰাষ্ট্ৰপতিয়ে
উত্তৰঃ (গ) প্রধানমন্ত্রীয়ে ।
প্ৰশ্নঃ লিংগ সংকেত থাকে—
(ক) ক্ৰম'জ মত
(খ) অণ্ডাশয়ত
(গ) ডিম্বাশয়ত
(ঘ) যৌন সংগমত
উত্তৰঃ (ক) ক্ৰম'জ মত ।
প্ৰশ্নঃ সংসদ সদস্য নোহোৱাকৈ এজন ব্যক্তিয়ে মন্ত্ৰী পৰিষদৰ সদস্য হ'ব পাৰে মাত্ৰ —
(ক) এবছৰলৈ
(খ) ছয়মাহলৈ
(গ) তিনিমাহলৈ
(ঘ) এমাহলৈ
উত্তৰঃ (খ) ছয়মাহলৈ ।
প্ৰশ্নঃ ভূমিকম্পৰ প্ৰাৱল্য জোখা হয়—
(ক) মিটাৰ গজ স্কেলত
(খ) ৰিখটাৰ স্কেলত
(গ) নেন' স্কেলত
(ঘ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) ৰিখটাৰ স্কেলত ।
প্ৰশ্নঃ পৰিষদ কাৰ ওচৰত দায়বদ ?
(ক) ৰাষ্ট্ৰপতিৰ ওচৰত
(খ) সংসদৰ ওচৰত
(গ) প্রধানমন্ত্ৰীৰ ওচৰত
(ঘ) জনসাধাৰণৰ ওচৰত
উত্তৰঃ (খ) সংসদৰ ওচৰত ।
প্ৰশ্নঃ সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওতে কিমান সময় লাগে ?
(ক) ৮ মিনিট
(খ) ১ মিনিট
(গ) ৯ মিনিট
(ঘ) ৫ মিনিট
উত্তৰঃ (খ) ৮ মিনিট ।
প্ৰশ্নঃ কোনো এজন মন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গৃহীত হ'লে—
(ক) মন্ত্রীজনে পদত্যাগ কৰিব লাগে
(খ) মন্ত্রীসভাখনে পদত্যাগ কৰিব লাগে
(গ) মন্ত্ৰীজনৰ লগত প্রধানমন্ত্রীয়ে পদত্যাগ
(ঘ) লোকসভা ভংগ হয়
উত্তৰঃ (খ) মন্ত্রীসভাখনে পদত্যাগ কৰিব লাগে ।
প্ৰশ্নঃ তলত দিয়া কোনবিধ কণা আধানযুক্ত ?
(ক) বিটা কণা
(খ) নিউট্রিন' কণা
(গ) নিউট্ৰণ কণা
(ঘ) ফ’টন কণা
উত্তৰঃ (ক) বিটা কণা ।
প্ৰশ্নঃ এখন ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ বৈঠকত কোনে সভাপতিত্ব কৰে ?
(ক) বিধানসভাৰ অধ্যক্ষই
(খ) মুখ্যমন্ত্ৰীয়ে
(গ) ৰাজ্যপালে
(ঘ) ইয়াৰে এটাও নহয়
উত্তৰঃ (খ) মুখ্যমন্ত্ৰীয়ে ।
প্ৰশ্নঃ পৰিবৰ্দ্ধক কাঁচ কি ?
(ক) অভিলক্ষ্য আৰু অভিনেত্ৰৰ সমষ্টি
(খ) এখন অভিনেত্র
(গ) এখন উত্তল লেন্স
(ঘ) এখন অৱতল লেন্স
উত্তৰঃ (গ) এখন উত্তল লেন্স ।
প্ৰশ্নঃ ৰাজ্যৰ ৰাজ্যপালজন—
(ক) ৰাজ্যৰ মুৰব্বী
(খ) চৰকাৰৰ মুৰব্বী
(গ) ৰাষ্ট্ৰপতিৰ প্ৰতিনিধি
(ঘ) ৰাজ্য আৰু চৰকাৰৰ মুৰব্বী
উত্তৰঃ (ক) ৰাজ্যৰ মুৰব্বী ।
প্ৰশ্নঃ বৰফৰ গলনাংক কিমান ?
(ক) ১০০ কেলভিন
(খ) - ১০০ কেলভিন
(গ) ২৭৩ কেলভিন
(ঘ) -২৭৩ কেলভিন
উত্তৰঃ (গ) ২৭৩ কেলভিন ।
প্ৰশ্নঃ ৰাজ্যপালে কাৰ্যকালত থাকে—
(ক) ৰাষ্ট্ৰপতিৰ সদিচ্ছা থকালৈকে
(খ) ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদিচ্ছা থকালৈকে
(গ) ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সদিচ্ছা থকালৈকে
(ঘ) দেশৰ প্ৰধানমন্ত্ৰীৰ সদিচ্ছা থকালৈকে
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিৰ সদিচ্ছা থকালৈকে ।
প্ৰশ্নঃ কৃত্ৰিম উপগ্ৰহৰ ভিতৰত থকা মানুহ এজনে গিলাচৰ পৰা মুখত ঢালি পানী খাব পাৰেনে ?
(ক) নোৱাৰে
(খ) কেতিয়াবা পাৰে কেতিয়াবা নোৱাৰে
(গ) পাৰে
(ঘ) এয়া ব্যক্তিজনৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰিব
উত্তৰঃ (ক) নোৱাৰে ।
প্ৰশ্নঃ প্রতি বিত্ত আয়োগৰ কাৰ্যকাল হ'ল—
(ক) ৫ বছৰ
(খ) ১০ বছৰ
(গ) ১১ বছৰ
(ঘ) ১৫ বছৰ
উত্তৰঃ (ক) ৫ বছৰ ।
প্ৰশ্নঃ কয়লা উৎপাদনত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান—
(ক) প্রথম
(খ) দ্বিতীয়
(গ) তৃতীয়
(ঘ) চতুর্থ
উত্তৰঃ (খ) দ্বিতীয় ।
প্ৰশ্নঃ ৰাজ্যপালে তলৰ কাৰ অনুমোদন সাপেক্ষে অধ্যাদেশ জাৰি কৰিব পাৰে ?
(ক) ৰাজ্যৰ বিধানসভাৰ
(খ) ৰাজ্যিক মন্ত্ৰী পৰিষদৰ
(গ) ৰাষ্ট্ৰপতিৰ
(ঘ) মুখ্যমন্ত্ৰীৰ
উত্তৰঃ (ক) ৰাজ্যৰ বিধানসভাৰ ।
প্ৰশ্নঃ অৱমূল্যায়ন হ'ল—
(ক) সুদৰ হাৰৰ হ্ৰাস
(খ) মুদ্ৰাৰ আভ্যন্তৰীণ মূল্য হ্রাস
(গ) মুদ্ৰাৰ বাহ্যিক মূল্য হ্রাস
(ঘ) ওপৰৰ কোনোটোৱেই নহয়
উত্তৰঃ (গ) মুদ্ৰাৰ বাহ্যিক মূল্য হ্রাস ।
প্ৰশ্নঃ তলৰ কোনটো পৰোক্ষ কৰ ?
(ক) সম্পত্তি কৰ
(খ) আয় কৰ
(গ) বিক্ৰী কৰ
(ঘ) দান কৰ
উত্তৰঃ (গ) বিক্ৰী কৰ ।
প্ৰশ্নঃ ভাৰতৰ ৰিজাৰ্ভ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰা হয় —
(ক) ১৯১৭ চনত
(খ) ১৯৩৬ চনত
(গ) ১৯৪৫ চনত
(ঘ) ১৯৪৯ চনত
উত্তৰঃ (ঘ) ১৯৪৯ চনত ।
প্ৰশ্নঃ সাধাৰণতে নিজৰ ৰাজ্যৰ লোকক সেই ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিয়োগ নকৰে। কিন্তু পশ্চিমবংগৰ এজন লোকক সেই ৰাজ্যতেই ৰাজ্যপাল হিচাপে নিয়োগ কৰিছিল। তেওঁ হ'ল—
(ক) হৰেন্দ্ৰনাথ মুখার্জী
(খ) জ্যোতি বসু
(গ) বাসুদেৱ মুখার্জী
(ঘ) শান্তি ঘোষ
উত্তৰঃ (ক) হৰেন্দ্ৰনাথ মুখার্জী ।
প্ৰশ্নঃ ৰাজ্যপালক দৰমহা আৰু ভাট্টা দিয়ে—
(ক) সংশ্লিষ্ট ৰাজ্য চৰকাৰে
(খ) কেন্দ্ৰীয় চৰকাৰে
(গ) উচ্চতম ন্যায়ালয়ে
(ঘ) ওপৰৰ কোনোটোৱে নহয়
উত্তৰঃ (ক) সংশ্লিষ্ট ৰাজ্য চৰকাৰে ।
প্ৰশ্নঃ তলৰ কোনটো উৎসই ভাৰতৰ কৰ ৰাজহত সৰ্বনিম্ন বৰঙণি প্ৰদান কৰে ?
(ক) সম্পত্তি কৰ
(খ) আমদানি-ৰপ্তানি কৰ
(গ) কেন্দ্ৰীয় আবকাৰী শুল্ক
(ঘ) আয় কৰ
উত্তৰঃ (ক) সম্পত্তি কৰ ।
প্ৰশ্নঃ ৰাজ্যপাল কাৰ ওচৰত জৱাবদিহি হ'ব লাগে ?
(ক) ৰাষ্ট্ৰপতিৰ ওচৰত
(খ) প্রধানমন্ত্ৰীৰ ওচৰত
(গ) মুখ্যমন্ত্ৰীৰ ওচৰত
(ঘ) বিধানসভাৰ ওচৰত
উত্তৰঃ (ক) ৰাষ্ট্ৰপতিৰ ওচৰত ।
প্ৰশ্নঃ ছদ্মৱেশী নিবনুৱা বুলিলে তলৰ কোনসকলক বুজায় ?
(ক) মহিলা নিবনুৱা
(খ) যাৰ কোনো ধৰণৰ কাম নাই
(গ) শিক্ষিত নিবনুৱা
(ঘ) প্ৰয়োজনতকৈ অধিক লোক কৃষিক্ষেত্ৰত নিয়োজিত হোৱা
উত্তৰঃ (ঘ) প্ৰয়োজনতকৈ অধিক লোক কৃষিক্ষেত্ৰত নিয়োজিত হোৱা ।
Read More: Assam History Gk

