অসমৰ বিভিন্ন তথ্য সমূহৰ সাধাৰণ জ্ঞান||General Knowledge Of Various Facts Of Assam
অসমৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া ইতিহাসৰ বিভিন্ন তথ্য সমূহৰ সাধাৰণ জ্ঞান সমূহ তলত প্ৰকাশ কৰা হৈছে।
বৰ্তমান অসমত আহিবলগীয়া নিযুক্ত পৰীক্ষা DHS,DME,ASSAM POLICE,AB/UB অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ তলত উল্লেখ কৰা হৈছে ।
উত্তৰঃ ৭৮,৪৩৮ বর্গ কিঃমিঃ ।
প্ৰশ্নঃ বৰ্তমান অসমৰ বনাঞ্চলৰ মাটিকালি কিমান ?
উত্তৰঃ ২৫,৯৭৭ বর্গ কিঃ মিঃ।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰঃ ৩,১২,০৫,৫৭৬ জন (২০১১ ৰ লোকপিয়লমতে) ।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ পুৰুষৰ জনসংখ্যা কিমান ?
উত্তৰঃ ১,৫৯,৩৯,৪৪৩ ।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ মহিলাৰ জনসংখ্যা কিমান ?
উত্তৰঃ ১,৫২,৬৬, ১৩৩ ।
প্ৰশ্নঃ অসম ৰাজ্যৰ কেতিয়া গঠন কৰা হৈছে ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী ।
প্ৰশ্নঃ বৰ্তমান অসমৰ বিধানসভাৰ সদস্য সংখ্যা কিমান ?
উত্তৰঃ ১২৬ জন।
প্ৰশ্নঃ বৰ্তমান অসমৰ লোকসভা সদস্য সংখ্যা কিমান ?
উত্তৰঃ ১৪ জন।
প্ৰশ্নঃ বৰ্তমান অসমৰ ৰাজ্যসভাৰ সদস্য সংখ্যা কিমান ?
উত্তৰঃ ৭ জন ।
প্ৰশ্নঃ বৰ্তমান অসমৰ গ্ৰামাঞ্চলৰ জনসংখ্যাৰ হাৰ কিমান ?
উত্তৰঃ ৮৬%
প্ৰশ্নঃ বৰ্তমান অসমৰ চহৰ জনসংখ্যাৰ হাৰ কিমান ?
উত্তৰঃ ১৪%
প্ৰশ্নঃ বৰ্তমান অসমৰ জনবসতিৰ ঘনত্ব কিমান ?
উত্তৰঃ ৩৯৮ (প্রতি বর্গ কিঃ মিঃ)
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ জিলা কেইখন ?
উত্তৰঃ ৩১ খন ।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ পৌৰসভা কেইখন ?
উত্তৰঃ ৮৪ খন।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ পৌৰ নিগম কেইখন ?
উত্তৰঃ এখন (গুৱাহাটী) ।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ গাওঁ সংখ্যা কিমান ?
উত্তৰঃ ২৬,৩৯৫ খন।
প্ৰশ্নঃ বৰ্তমান অসমৰ মুঠ আৰক্ষী আয়ুক্ত সংখ্যা কিমান ?
উত্তৰঃ এটা (গুৱাহাটী) ।
প্ৰশ্নঃ বৰ্তমান অসমৰ সৰ্বাধিক জনবসতিৰ ঘনত্ব জিলাৰ নাম কি ?
উত্তৰঃ কামৰূপ (ম)।
প্ৰশ্নঃ বৰ্তমান অসমৰ সর্বনিম্ন জনবসতিৰ ঘনত্ব জিলাৰ নাম কি ?
উত্তৰঃ ডিমা হাছাও ।
প্ৰশ্নঃ বৰ্তমান অসমৰ বৃহত্তম জিলাৰ নাম কি ?
উত্তৰঃ কাৰ্বি আংলং।
প্ৰশ্নঃ বৰ্তমান অসমৰ সৰু জিলাৰ নাম কি ?
উত্তৰঃ দক্ষিণ শালমাৰা-মানকাচৰ ।
প্ৰশ্নঃ বৰ্তমান অসমৰ জনবহুল নগৰ নাম কি ?
উত্তৰঃ গুৱাহাটী।
প্ৰশ্নঃ বৰ্তমান অসমৰ জনবহুল গাঁওৰ নাম কি ?
উত্তৰঃ শুৱালকুছি।
প্ৰশ্নঃ বৰ্তমান অসমৰ বৃহত্তম ৰেল জংচনটো কোন ?
উত্তৰঃ লামডিং।
প্ৰশ্নঃ বৰ্তমান অসমৰ বৃহত্তম নদীদ্বীপ (পৃথিৱীৰ) নাম কি ?
উত্তৰঃ মাজুলী ।
প্ৰশ্নঃ বৰ্তমান অসমৰ ক্ষুদ্রতম নদীদ্বীপ (পৃথিৱীৰ) নাম কি ?
উত্তৰঃ উমানন্দ ৷
প্ৰশ্নঃ বিশ্বৰ দ্বিতীয় ঘোলা নৈৰ নাম কি ?
উত্তৰঃ ব্ৰহ্মপুত্র ।
প্ৰশ্নঃ অসমৰ প্রধান নদীৰ নাম কি ?
উত্তৰঃ ব্ৰহ্মপুত্ৰ আৰু বৰাক ।
প্ৰশ্নঃ বিশ্বৰ বেগী চৰাইৰ নাম কি ?
উত্তৰঃ ইণ্ডিয়ান ছুইফট বার্ড।
প্ৰশ্নঃ বৰ্তমান অসমত নতুনকৈ গঠন হোৱা জিলাৰ নাম কি ?
উত্তৰঃ বজালী ।
প্ৰশ্নঃ কিহৰ বাবে অসম ৰাজ্য বিশ্ববিখ্যাত ?
উত্তৰঃ এশিঙীয়া গঁড়ৰ বাবে অসম বিশ্ববিখ্যাত।
প্ৰশ্নঃ অসমৰ ৰাজ্যিক সংগীত কি ?
উত্তৰঃ অ' মোৰ আপোনাৰ দেশ ।
প্ৰশ্নঃ অসমৰ ৰাজ্যিক সংগীতৰ ৰচক কোন ?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা ।
প্ৰশ্নঃ অসমৰ জাতীয় শ্লোগান কি ?
উত্তৰঃ জয় আই অসম ।
প্ৰশ্নঃ অসমৰ ৰাজ্যিক মোহৰ কি ?
উত্তৰঃ অসম চৰকাৰ।
প্ৰশ্নঃ অসমৰ ৰাজ্যিক ভাষা কি ?
উত্তৰঃ অসমীয়া ।
প্ৰশ্নঃ অসমৰ ৰাজ্যিক সাহিত্যসভা কি ?
উত্তৰঃ অসম সাহিত্য সভা।
প্ৰশ্নঃ অসমৰ জাতীয় উৎসৱ কি ?
উত্তৰঃ বিহু ।
প্ৰশ্নঃ অসমৰ জাতীয় নৃত্য কি ?
উত্তৰঃ বিহু নৃত্য।
প্ৰশ্নঃ অসমৰ জাতীয় ফুল কি ?
উত্তৰঃ কপৌ ফুল ।
প্ৰশ্নঃ জাতীয় গছ কি ?
উত্তৰঃ হোলোং।
প্ৰশ্নঃ অসমৰ জাতীয় জন্তু কি ?
উত্তৰঃ এশিঙীয়া গঁড়।
প্ৰশ্নঃ অসমৰ জাতীয় পক্ষীৰ নাম কি ?
উত্তৰঃ দেও হাঁহ।
প্ৰশ্নঃ অসমৰ জাতীয় জলচৰ প্ৰাণী কি ?
উত্তৰঃ শিহু।
প্ৰশ্নঃ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম কি ?
উত্তৰঃ মাহুত বন্ধুৰে।
প্ৰশ্নঃ ‘দীনবন্ধু' কথাছবিখন কোনে পৰিচালনা কৰিছিল ?
উত্তৰঃ মুনিন বৰুৱাই।
প্ৰশ্নঃ প্রমথেশ বৰুৱাই সৰ্বমুঠ কেইখন ছবি পৰিচালনা কৰিছিল ?
উত্তৰঃ ২১ খন ।
প্ৰশ্নঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ?
উত্তৰঃ জ্যোতি প্ৰসাদ আগৰৱালা ।
প্ৰশ্নঃ প্ৰথম অসমীয়া চলচিত্র স্টুডিঅ' ৰ নাম কি ?
উত্তৰঃ তেজপুৰত ১৯৩৪ চনত প্ৰতিষ্ঠিত ‘চিত্ৰবন'।
প্ৰশ্নঃ প্ৰথম অসমীয়া উৎকণ্ঠাধর্মী চলচিত্র কোনখন ?
উত্তৰঃ ড০ বেজবৰুৱা ।
প্ৰশ্নঃ প্ৰথম অসমীয়া শিশু চলচিত্ৰৰ নাম কি ?
উত্তৰঃ অবুজ বেদনা ।
প্ৰশ্নঃ জ্যোতি প্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা ২য় চলচিত্র কোনখন ?
উত্তৰঃ ইন্দ্ৰ মালতি (১৯৩৯)।
READ MORE:-ASSAM POLITY GK
READ MORE:-ASSAM HISTORY GK

