ASSAM GEOGRAPHY MCQ'S
অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া অসমৰ ভূগোলৰ কিছুমান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্ন সমূহ উল্লেখ কৰা হৈছে।
ASSAM GEOGRAPHY MULTIPLE CHOICE QUESTIONS FOR ALL COMPETITIVE EXAM
অসম ভূগোলৰ সাধাৰণ জ্ঞানৰ কিছুমান অধিকাৰী প্ৰশ্নসমূহ উত্তৰ MCQ ৰূপত তলত উল্লেখ কৰা হৈছে।
প্ৰশ্নঃ তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ উপনদী নহয় ?
(ক) ধলেশ্বৰী
(খ) সোৱণশিৰি
(গ) কপিলী
(ঘ) সোণকোষ
উত্তৰঃ (ক) ধলেশ্বৰী ।
প্ৰশ্নঃ আয়তনৰ ফালৰপৰা অসম ৰাজ্যখন ভাৰতবৰ্ষৰ কিমান ভাগ ?
(ক) ২.৩৯ শতাংশ
(খ) ৩.৩৯ শতাংশ
(গ) ৪.৫৭ শতাংশ
(ঘ) ৫.৭২ শতাংশ
উত্তৰঃ (ক) ২.৩৯ শতাংশ ।
প্ৰশ্নঃ ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ কিমান অংশ অসমত বাস কৰে ?
(ক) প্রায় ২.৫৮ শতাংশ
(খ) প্রায় ৩.৫৮ শতাংশ
(গ) প্রায় ৪.৫৮ শতাংশ
(ঘ) প্রায় ৫.৫৮ শতাংশ
উত্তৰঃ (ক) প্ৰায় ২.৫৮ শতাংশ ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত গৰমপানীৰ উঁহ আছে ?
(ক) গোলাঘাটৰ নামবৰ হাবিত
(খ) নগাঁৱৰ চাপানলাত
(গ) কাৰ্বি আংলঙৰ হামৰেনত
(ঘ) ওদালগুৰিৰ ভেৰগাঁৱত
উত্তৰঃ (ক) গোলাঘাটৰ নামবৰ হাবিত ।
প্ৰশ্নঃ অসমত বৰ্তমান কিমান খন ৰাষ্ট্ৰীয় উদ্যান আছে ?
(ক) চাৰিখন
(খ) পাঁচখন
(গ) ছয়খন
(ঘ) সাতখন
উত্তৰঃ (ঘ) সাতখন ।
প্ৰশ্নঃ অসমৰ বৰ্তমান মুঠ জিলা কেইখন ?
(ক) ২৫ খন
(খ) ২৬ খন
(গ) ৩৫ খন
(ঘ) ৩১ খন
উত্তৰঃ (গ) ৩৫ খন ।
প্ৰশ্নঃ অসমৰ মুঠ মহকুমা কেইটা ?
(ক) ৫৬ টা
(খ) ৫৭ টা
(গ) ৮০ টা
(ঘ) ৪০ টা
উত্তৰঃ (ক) ৮০ টা ।
প্ৰশ্নঃ অসমৰ আটাইতকৈ জনবহুল ঠাইখনৰ নাম কি ?
(ক) গুৱাহাটী
(খ) নগাঁও
(গ) ডিব্ৰুগড়
(ঘ) শিলচৰ
উত্তৰঃ (ক) গুৱাহাটী ।
প্ৰশ্নঃ বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা কিমান ?
(ক) ২৫,১২১ খন
(খ) ২৬,১২২ খন
(গ) ২৬,৩১২ খন
(ঘ) ২৭,৪১৩ খন
উত্তৰঃ (গ) ২৬,৩১২ খন ।
প্ৰশ্নঃ অসমৰ আটাইতকৈ ওখ থকা ৰে'ল ষ্টেচনটো কি ?
(ক) লামডিং
(খ) ডিমাপুৰ
(গ) হাইলাকান্দি
(ঘ) জাতিংগা
উত্তৰঃ (ঘ) জাতিংগা ।
প্ৰশ্নঃ অসমৰ চূণ শিল থকা ঠাই খনৰ নাম কি ?
(ক) বোকাজান
(খ) নামৰূপ
(গ) ডিলাই পাহাৰ
(ঘ) ধুবুৰী
উত্তৰঃ (গ) ডিলাই পাহাৰ ।
প্ৰশ্নঃ বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি অসমৰ বৃষ্টি বলয়ক কেইটা ভাগত ভগাব পাৰি ?
(ক) ৩টা
(খ) ৪ টা
(গ) ৬ টা
(ঘ) ৮ টা
উত্তৰঃ (খ) ৪ টা ।
প্ৰশ্নঃ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অববাহিকা দুটাৰ বিচ্ছেদক পাহাৰটোৰ নাম কি ?
(ক) সিংহাসন পাহাৰ
(খ) ডামবাকচু পাহাৰ
(গ) বৰাইল পাহাৰ
(ঘ) হামৰেণ পাহাৰ
উত্তৰঃ (গ) বৰাইল পাহাৰ ।
প্ৰশ্নঃ অসমৰ প্ৰধান নদীখনৰ নাম কি ?
(ক) ব্ৰহ্মপুত্ৰ
(খ) বৰাক
(গ) মানাহ
(ঘ) গাইনদী
উত্তৰঃ (ক) ব্ৰহ্মপুত্র ।
প্ৰশ্নঃ অসমৰ সৰ্বোচ্চ পাহাৰ শ্ৰেণীৰ নাম কি ?
(ক) মিকিৰ পাহাৰ
(খ) বুঢ়া পাহাৰ
(গ) বৰাইল পাহাৰ
(ঘ) নীলাচল পাহাৰ
উত্তৰঃ (গ) বৰাইল পাহাৰ ।
প্ৰশ্নঃ কাৰ্বি মালভূমিৰ সৰ্বাধিক উচ্চতা কিমান ?
(ক) ১১০৪ মিটাৰ
(খ) ১২৬৪ মিটাৰ
(গ) ১৩৬০ মিটাৰ
(ঘ) ১৩৬৩ মিটাৰ
উত্তৰঃ (ঘ) ১৩৬৩ মিটাৰ ।
প্ৰশ্নঃ অসমৰ সোঁমাজেদি বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈর্ঘ্য কিমান ?
(ক) ২৫০০ কিলোমিটাৰ
(খ) ২৯০০ কিলোমিটাৰ
(গ) ৩২০০ কিলোমিটাৰ
(ঘ) ৩৫০০ কিলোমিটাৰ
উত্তৰঃ (খ) ২৯০০ কিলোমিটাৰ ।
প্ৰশ্নঃ ব্ৰহ্মপুত্ৰ নদীয়ে অসমৰ ভৌগোলিক পৰিসীমাৰ মাজেৰে কিমানদূৰ অতিক্ৰম কৰিছে ?
(ক) প্রায় ৬৫০ কিলোমিটাৰ
(খ) প্রায় ৭০০ কিলোমিটাৰ
(গ) প্রায় ৭৫০ কিলোমিটাৰ
(ঘ) প্রায় ৮০০ কিলোমিটাৰ
উত্তৰঃ (ক) প্রায় ৬৫০ কিলোমিটাৰ ।
প্ৰশ্নঃ অসমৰ আন এখন বৃহৎ নদী বৰাকৰ মুঠ দৈর্ঘ্য কিমান ?
(ক) প্রায় ৭০০ কিলোমিটাৰ
(খ) প্রায় ৯০০ কিলোমিটাৰ
(গ) প্রায় ১০০০ কিলোমিটাৰ
(ঘ) প্রায় ১২০০ কিলোমিটাৰ
উত্তৰঃ (খ) প্ৰায় ১০০ কিলোমিটাৰ ।
প্ৰশ্নঃ অসমৰ ভৌগোলিক সীমাৰ ভিতৰত বৰাক নদীয়ে কিমান দূৰত্ব অতিক্ৰম কৰিছে ?
(ক) প্রায় ২০০ কিলোমিটাৰ
(খ) প্রায় ২১৫ কিলোমিটাৰ
(গ) প্রায় ২২৫ কিলোমিটাৰ
(ঘ) প্রায় ২৫০ কিলোমিটাৰ
উত্তৰঃ (গ) প্রায় ২২৫ কিলোমিটাৰ ।
প্ৰশ্নঃ অসমৰ ভৌগোলিক সীমা অতিক্ৰম কৰাৰ পাছত ব্ৰহ্মপুত্ৰই নামনি অংশত তিনিটা নামেৰে নামাংকিত হৈছে। তলৰ কোনটো নাম এই তিনিটাৰ ভিতৰত নহয় ?
(ক) যমুনা
(খ) পদ্মা
(গ) মেঘনা
(ঘ) চাংপো
উত্তৰঃ (ঘ) চাংপো ।
প্ৰশ্নঃ ব্ৰহ্মপুত্ৰ সমতলত কেইখন জিলা আছে ?
(ক) ৩২
(খ) ১০
(গ) ১৫
(ঘ) ২০
উত্তৰঃ (ক) ৩২
প্ৰশ্নঃ ব্ৰহ্মপুত্ৰ সমতলত ব্ৰহ্মপুত্ৰৰ কিমানখন ডাঙৰ উপনৈ আছে ?
(ক) ৩০
(খ) ৩৩
(গ) ৩৮
(ঘ) ৩৪
উত্তৰঃ (ক) ৩০
প্ৰশ্নঃ কাছাৰ জিলাৰ মহকুমা ?
(ক) হাফলং
(খ) শিলচৰ
(গ) কৰিমগঞ্জ
(ঘ) ডিফু
উত্তৰঃ (খ) শিলচৰ ।
প্ৰশ্নঃ মানস ৰাষ্ট্ৰীয় উদ্যান – জিলাত অৱস্থিত ?
(ক) বৰপেটা
(খ) বাক্সা
(গ) বঙাইগাঁও
(ঘ) ছিৰাং
উত্তৰঃ (খ) বাক্সা ।
প্ৰশ্নঃ হাৰমতি এখন কি হয় ?
(ক) কমলা বাগিচা
(খ) চাহ বাগিচা
(গ) কফি বাগিচা
(ঘ) ৰবৰ বাগিচা
উত্তৰঃ (গ) কফি বাগিচা ।
প্ৰশ্নঃ 'বড়োলেণ্ড টেৰিটৰিয়েল এৰিয়া ডিষ্টিক্ট'ৰ অধীনস্থ জিলা কোনখন নহয় ?
(ক) ছিৰাং
(খ) বাগছা
(গ) নলবাৰী
(ঘ) কোকৰাঝাৰ
উত্তৰঃ (গ) নলবাৰী ।
প্ৰশ্নঃ মাজুলী জিলাৰ সদৰ ঠাই কি ?
(ক) লখিমপুৰ
(গ) গোলাঘাট
(ঘ) শিৱসাগৰ
উত্তৰঃ (খ) গড়মূৰ ।
প্ৰশ্নঃ প্লাইউড প্রস্তুতিত ব্যবহৃত নোহোৱা গছবিধৰ নাম কি ?
(ক) শিমলু
(খ) হলক
(গ) পদ্মা
(ঘ) শাল
উত্তৰঃ (ঘ) শাল ।
প্ৰশ্নঃ বৰপেটা জিলাৰ সৰ্থেবাৰী কোনবিধ কুটীৰ শিল্পৰ বাবে বিখ্যাত ?
(ক) হাতী দাঁতৰ অলংকাৰ নিৰ্মাণৰ বাবে
(খ) পাটমুগা শিল্পৰ বাবে
(গ) কাঁহৰ বাচন-বৰ্তন নিৰ্মাণৰ বাবে
(ঘ) দা, কুঠাৰ আদি নিৰ্মাণৰ বাবে
উত্তৰঃ (গ) কাঁহৰ বাচন-বৰ্তন নিৰ্মাণৰ ।
প্ৰশ্নঃ অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে ?
(ক) কামৰূপত
(খ) নামৰূপত
(গ) জাগীৰোডত
(ঘ) তেজপুৰত
উত্তৰঃ (খ) নামৰূপত ।
প্ৰশ্নঃ বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন ?
(ক) হাইলাকান্দি
(খ) উদাৰবন্দ
(গ) কৰিমগঞ্জ
(ঘ) শিলচৰ
উত্তৰঃ (ঘ) শিলচৰ ।
READ MORE:- INDIA GEOGRAPHY GK
READ MORE:- TOP 50+ GEOGRAPHY GK

