GENERAL SCIENCE GK IN ASSAMESE LANGUAGE
অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা সাধাৰণ জ্ঞানৰ কেইটা মান প্ৰশ্ন উত্তৰ সমুহ MCQ'ৰ ৰূপত তলত উল্লেখ কৰা হৈছে ।
সাধাৰণ বিজ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন :-
বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহি থকা GENERAL SCIENCE GK IN ASSAMESE LANGUAGE'ত প্ৰকাশ কৰা হৈছে।
প্ৰশ্নঃ সকলো এছিড়ত থকা সাধাৰণ মৌলটোৰ নাম
(ক) ছালফাৰ
(খ) ক্ল'ৰিণ
(গ) নাইস্ট্রজেন
(ঘ) হাইড্রজেন
উত্তৰঃ (ঘ) হাইড্রজেন ।
প্ৰশ্নঃ PHP য়ে বুজায় ?
(ক) ক্ষমতা
(খ) প্রটন
(গ) আদিম
(ঘ) প্রক্রিয়া
উত্তৰঃ (ক) ক্ষমতা ।
প্ৰশ্নঃ সাধাৰণতে পৰীক্ষাগাৰত ব্যৱহাৰ কৰা সূচকবিধ হ'ল
(ক) মিঠাইল অবেঞ্জ
(খ) ৰঙা লিটমাছ
(গ) সার্বিক সূচক
(ঘ)ফেনলথেলিন
উত্তৰঃ (গ) সার্বিক সূচক ।
প্ৰশ্নঃ চিল্কৰ আঁহত তলৰ কোনবিধ থাকে ?
(ক) কার্বহাইড্রেট
(খ) লিপিড
(গ) প্ৰ'টিন
(ঘ) চর্বী
উত্তৰঃ (গ) প্ৰ'টিন ।
প্ৰশ্নঃ মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান ?
(ক) প্ৰায় ৪০০০ নিযুত
(খ) প্ৰায় ৬০০০ নিযুত
(গ) প্ৰায় ২০০০ নিযুত
(ঘ) প্ৰায় ৪০০০নিযুত
উত্তৰঃ প্ৰায় ৪০০০ নিযুত ।
প্ৰশ্নঃ মানৱদেহত থকা ক্ৰমোজমৰ সংখ্যা কিমান ?
(ক) ২৩
(খ) ২৬
(গ) ৪২
(ঘ) ২৪
উত্তৰঃ (ঘ) ২৪ যোৰ।
প্ৰশ্নঃ মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে ?
(ক) O
(খ) A
(গ) AB
(ঘ) O+
উত্তৰঃ (গ) AB গ্ৰুপ।
প্ৰশ্নঃ কেচুৰ চকু কেইটা ?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
(ঘ)কেচুৰ চকু নাই
উত্তৰঃ (ঘ) কেঁচুৰ চকু নাই
প্ৰশ্নঃ এটা পৰুৱাই কিমান ওজনৰ বস্তু কঢিয়াব পাৰে ?
(ক) নিজৰ ওজনৰ ২০ গুণ গধুৰ
(খ) নিজৰ ওজনৰ ২৫ গুণ গধুৰ
(গ) নিজৰ ওজনৰ ৪০ গুণ গধুৰ
(ঘ) নিজৰ ওজনৰ ১০ গুণ গধুৰ
উত্তৰঃ (ক) নিজৰ ওজনৰ ২০ গুণ গধুৰ।
প্ৰশ্নঃ হাঁহ-কুকুৰাৰ কণীবিলাক উমনি দিবলৈ কিমান উত্তাপৰ প্রয়ােজন ?
(ক) ১০৫ ডিগ্রী ফাৰেনহাইট
(খ) ১০১ ডিগ্রী ফাৰেনহাইট
(গ) ১২০ ডিগ্রী ফাৰেনহাইট
(ঘ) ১১১ ডিগ্রী ফাৰেনহাইট
উত্তৰঃ (খ) ১০১ ডিগ্রী ফাৰেনহাইট ।
প্ৰশ্নঃ ডেউকা নথকা চৰাইবিধৰ নাম কি ?
(ক) পেংগুইন চৰাই
(খ) কিংফিচাৰ চৰাই
(গ) টাকাহে চৰাই
(ঘ) হৰ্ণবিল চৰাই
উত্তৰঃ (গ) টাকাহে চৰাই ।
প্ৰশ্নঃ ঠেংত চকুথকা প্রাণীপ্রাণীবিধৰ নাম কি ?
(ক) ফৰিং
(খ) কেৰ্কেটুৱাটো
(গ) পানী ঞয়া
(ঘ) পখিলা
উত্তৰঃ (ক) ফৰিং ।
প্ৰশ্নঃ কোনটো জন্তুৰ ঊল লাডখ আৰু তিব্বতৰ উমৈহতীয়া ?
(ক) ভেড়াৰ ঊল
(খ) ছাগলীৰ উল
(গ) য়াক উল
(ঘ) উত্ৰ উল
উত্তৰঃ (গ) Yak wool (য়াকৰ উল)
প্ৰশ্নঃসাংশ্লেষিক আই প্রস্তুত কৰোতে ব্যৱহাৰ কৰা সৰু গোটটো হ'ল ?
(ক) অণু
(খ) বহুযোগী
(গ) কোষ
(ঘ) এইবোৰৰ এটাও নহয়
উত্তৰঃ (খ) বহুযোগী ।
প্ৰশ্নঃ শক্তিশালী আইবিধক কোৱা হয় ?
(ক) ৰেয়ন
(খ)নাইলন
(গ)এক্রিলিক
(ঘ) এইবোৰৰ এটাও নহয়
উত্তৰঃ (খ) নাইলন ।
প্ৰশ্নঃ কোনবিধ সাংশ্লেষিক আঁহক কৃত্রিম পাত বুলি কোৱা হয় ?
(ক) এক্রিলিক
(খ) নাইলন
(গ) পলিয়েষ্টাৰ
(ঘ) ৰেয়ন
উত্তৰঃ (ক) এক্রিলিক ।
প্ৰশ্নঃ যিবোৰ প্লাষ্টিক পুনৰ গলাব আৰু সাঁচত দিব নোৱাৰি তাক কোৱা হয় ?
(ক) থার্ম প্লাষ্টিক
(খ) পেট
(গ) থার্ম ছেটিং প্লাষ্টিক
(ঘ) পলিইথাইলিন
উত্তৰঃ (গ) থার্ম ছেটিং প্লাষ্টিক ।
প্ৰশ্নঃ তলৰ কোনবিধ থাম’প্লাষ্টিক নহয় ?
(ক) পলিথিন
(খ) নাইলন
(গ) মেলামাইন
(ঘ) পিভিচি
উত্তৰঃ (ক) পলিথিন ।
প্ৰশ্নঃ সাধাৰণতে প্লাষ্টিক তৈয়াৰ কৰা হয় ?
(ক) কয়লা
(খ) উদ্ভিদৰ পৰা
(গ) কেৰাচিন
(ঘ) পেট্রলিয়াম
উত্তৰঃ (ঘ) পেট্রলিয়াম ।
প্ৰশ্নঃ সকলো এছিড়ত থকা সাধাৰণ মৌলটোৰ নাম ?
(ক) ছালফাৰ
(খ) ক্ল'ৰিণ
(গ) নাইস্ট্রজেন
(ঘ) হাইড্রজেন
উত্তৰঃ (ঘ) হাইড্রজেন ।
প্ৰশ্নঃ চিল্কৰ আঁহত তলৰ কোনবিধ থাকে ?
(ক) কার্বহাইড্রেট
(খ) লিপিড
(গ) প্ৰ'টিন
(ঘ) চর্বী
উত্তৰঃ (গ) প্ৰ'টিন ।
প্ৰশ্নঃ তলৰ কোনটো ধাতুক পাতল পাটৰ আকাৰলৈ পিটিব পাৰি ?
(ক) জিংক
(খ) ফছফৰাছ
(গ) ছালফাৰ
(ঘ)পাৰা
উত্তৰঃ (ক) জিংক ।
প্ৰশ্নঃ তলৰ কোনটো আঘাতত এণ্টিচেপ্টিক হিচাপে প্ৰয়োগ কৰা হয় ?
(ক) ধাতু
(খ) অধাতু
(গ) ধাতুকল্প
(ঘ)এই আটাইবোৰ
উত্তৰঃ (খ) অধাতু ।
প্ৰশ্নঃ তলৰ কোনটো অধাতু ?
(ক) Zn
(খ) Al
(গ) Fe
(ঘ) N
উত্তৰঃ (ঘ) N
প্ৰশ্নঃ কোঠালীৰ উষ্ণতাত কোনটো ধাতু তৰল অৱস্থাত পোৱা যায় ?
(ক) Fe
(খ) Zn
(গ) Hg
(ঘ)Al
উত্তৰঃ (গ) Hg
প্ৰশ্নঃ অধাতু ব্যৱহাৰ কৰা হয় ?
(ক) উৰাজাহাজত
(খ) যন্ত্ৰৰ নিৰ্মানত
(গ) পানী বয়লাৰত
(ঘ)সাৰত
উত্তৰঃ (ঘ) সাৰত ।
প্ৰশ্নঃ ইলেকট্ৰিচিটি' শব্দটো প্ৰথম ব্যৱহাৰ কৰিছিল--
(ক) ওম
(খ) খেলচ্
(গ) চাৰ উইলিয়াম গিলবার্ট
(ঘ)আইজাক নিউটন
উত্তৰঃ (ঘ) চাৰ উইলিয়াম গিলবার্ট ।
প্ৰশ্নঃ ভাৰতৰ কিমান প্ৰজাতিৰ উদ্ভিদ আছে ?
(ক) ১৫ হাজাৰৰো অধিক
(খ) ১০ হাজাৰৰো অধিক
(গ) ২০ হাজাৰৰো অধিক
(ঘ) ৫০ হাজাৰৰো অধিক
উত্তৰঃ (ক) ১৫ হাজাৰৰো অধিক ।
প্ৰশ্নঃ মানুহৰ শৰীৰত কেইবিধ খনিজ পদার্থ আছে ?
(ক) ১৩ বিধ
(খ) ১৫ বিধ
(গ) ২০ বিধ
(ঘ) ২২ বিধ
উত্তৰঃ (ক)১৩ বিধ
প্ৰশ্নঃ সকলোতকৈ দহনশিল গেছ কি ?
(ক) নাইট্ৰজেন
(খ) হাইড্ৰ'জেন
(গ) অক্সিজেন
(ঘ) লীথিয়াম
উত্তৰঃ (খ) হাইড্ৰ'জেন।
প্ৰশ্নঃ কি ধাতু তৰল অৱস্থাত থাকে ?
(ক) তাম
(খ) কপাৰ
(গ)পাৰা
(ঘ) জিং
উত্তৰঃ (গ) পাৰা।
প্ৰশ্নঃ অজন স্তৰটো ভূ-পৃষ্ঠৰ পৰা কিমান উচ্চতাত অৱস্থিত ?
(ক)প্রায় ৪০ কিঃ মিঃ
(খ)প্রায় ৬৫ কিঃ মিঃ
(গ)প্রায় ২৫ কিঃ মিঃ
(ঘ)প্রায় ৩০ কিঃ মিঃ
উত্তৰঃ (গ)প্রায় ২৫ কিঃ মিঃ ।
প্ৰশ্নঃ ধান খেতিৰ পৰা উদ্ভৱ হোৱা বিষাক্ত গেছবিধৰ নাম কি ?
(ক) হাইড্ৰজেন ছালফাইড
(খ) কাৰ্বন ডাই অক্সাইড
(গ) নাইট্ৰজেন অক্সাইড
(ঘ) মিথেন
উত্তৰঃ (ঘ) মিথেন।
READ MORE:- BEST SCIENCE GK
READ MORE:- TOP 50+ SCIENCE GK
READ MORE:- ENVIRONMENT SCIENCE GK

