50+ IMPORTANT DAY'S CELEBRATE IN ASSAM || অসমৰ গুৰুত্বপূৰ্ণ দিৱস সমূহ

 50+ IMPORTANT DAY'S CELEBRATE IN ASSAM || অসমৰ গুৰুত্বপূৰ্ণ দিৱস সমূহ 

অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষা যেনে DHS,DME, ASSAM POLICE,APSC, INDAIN ARMY'ত আহি থকা কিছুমান গুৰুত্বপূৰ্ণ দিৱস সমূহ তলত দিয়া হৈছে।

50+ IMPORTANT DAY'S  CELEBRATE IN ASSAM || অসমৰ গুৰুত্বপূৰ্ণ দিৱস সমূহ


IMPORTANT DAY'S CELEBRATE IN ASSAM||অসমৰ গুৰুত্বপূৰ্ণ দিৱস 

অসমৰ ৰাজ্যত কোন দিনাখন কি দিৱস পালন কৰা হয় সকলোবোৰ দিৱস সমূহ এটা এটা কৈ উল্লেখ কৰা হৈছে।


প্ৰশ্নঃ প্রবাসী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৯ জানুৱাৰী ।


প্ৰশ্নঃ হাস্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১০ জানুৱাৰী ।


প্ৰশ্নঃ ভাৰতীয় গ্ৰন্থ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১১ জানুৱাৰী  ।


প্ৰশ্নঃ শিল্পী দিবস  কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ  ১৭ জানুৱাৰী ।



প্ৰশ্নঃ ৰাষ্ট্ৰীয় পৰ্যটন দিৱস কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ ২৫ জানুৱাৰী ।


প্ৰশ্নঃ ভাৰতৰ গণৰাজ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৬ জানুৱাৰী ।


প্ৰশ্নঃ ছহিদ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৩০ জানুৱাৰী ।


প্ৰশ্নঃ বিদ্যার্থী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৮ ফেব্ৰুৱাৰী ।


প্ৰশ্নঃ ভেলেন্টাইন ডে (প্ৰেমৰ দিৱস ) কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৪ ফেব্ৰুৱাৰী ।


প্ৰশ্নঃ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৮ ফেব্ৰুৱাৰী ।


প্ৰশ্নঃ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৩ মার্চ ।


প্ৰশ্নঃ ৰাষ্ট্ৰীয় নিৰাপত্তা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৪ মার্চ ।


প্ৰশ্নঃ আন্তর্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৮ মার্চ ।


প্ৰশ্নঃ বিশ্ব বৃদ্ধ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১২ মাৰ্চ ।


প্ৰশ্নঃ বিশ্ব প্রতিবন্ধী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৫ মার্চ ।


প্ৰশ্নঃ বিশ্ব বন দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২১ মাৰ্চ ।


প্ৰশ্নঃ বিশ্ব জল দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২২ মার্চ ।


প্ৰশ্নঃ বিশ্ব স্বাস্থ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৭ এপ্রিল ।


প্ৰশ্নঃ জালিবানৱালাবাগ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৩  এপ্রিল ।


প্ৰশ্নঃ আন্তর্জাতিক গ্রন্থাগাৰিক দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৫ এপ্রিল ।


প্ৰশ্নঃ বিশ্ব ঐতিহ্য দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৮ এপ্রিল ।


প্ৰশ্নঃ ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২২ এপ্রিল ।


প্ৰশ্নঃ মানব একতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৪ এপ্রিল ।


প্ৰশ্নঃ আন্তর্জাতিক নৃত্য দিবস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৯ এপ্রিল ।


প্ৰশ্নঃ আন্তর্জাতিক শ্রমিক দিবস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১ মে' ।


প্ৰশ্নঃ ডেক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৮ মে' ।


প্ৰশ্নঃ বিশ্ব নাৰ্ছ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১২ মে' ।


প্ৰশ্নঃ ৰাষ্ট্ৰীয় সংহাত দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৩ মে' ।


প্ৰশ্নঃ বিশ্ব ধূমপান বিৰোধী দিৱস কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ ৩১ মে' ।


প্ৰশ্নঃ বিশ্ব পৰিবেশ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৫ জুন ।


প্ৰশ্নঃ বিশ্ব ৰক্তদান দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৪ জুন ।


প্ৰশ্নঃ বিশ্ব বনভোজ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৮ জুন ।


প্ৰশ্নঃ বিশ্ব শৰণাৰ্থী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২০ জুন ।


প্ৰশ্নঃ বিশ্ব যোগ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২১ জুন ।


প্ৰশ্নঃ বিশ্ব ড্ৰাগছ বিৰোধী দিবস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৬ জুন ।


প্ৰশ্নঃ বিশ্ব জনসংখ্যা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১১  জুলাই ।


প্ৰশ্নঃ ভাৰতৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৫ আগষ্ট ।


প্ৰশ্নঃ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৯ আগষ্ট ।


প্ৰশ্নঃ অভিৰুচি ক্ৰীড়া দিৱস  কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ ৩ ছেপ্টেম্বৰ ।


 প্ৰশ্নঃ শিক্ষক দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৫ ছেপ্তেম্বৰ ।


প্ৰশ্নঃ আন্তর্জাতিক সাক্ষৰতা দিৱস কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ ৮ ছেপ্তেম্বৰ ।


প্ৰশ্নঃ হিন্দী দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৪  ছেপ্তেম্বৰ ।


প্ৰশ্নঃ বিশ্ব গড় দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

 উত্তৰঃ ২২ ছেপ্টেম্বৰ ।


প্ৰশ্নঃ বিশ্ব অহিংস দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২ অক্টোবৰ ।


প্ৰশ্নঃ বিশ্ব ডাকঘৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৯ অক্টোবৰ ।


প্ৰশ্নঃ ৰাষ্ট্ৰসংঘ প্ৰতিতা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৪ অক্টোবৰ ।


প্ৰশ্নঃ বিশ্ব শান্তি দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৫ অক্টোবৰ ।


প্ৰশ্নঃ সুধাকণ্ঠ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ৫ নভেম্বৰ ।


প্ৰশ্নঃ শিশু দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৪  নভেম্বৰ ।


প্ৰশ্নঃ আইন দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৬ নভেম্বৰ ।


প্ৰশ্নঃ পতাকা দিবস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১৪ ডিচেম্বৰ ।


প্ৰশ্নঃ অসম দিৱস বা চুকাফা দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২  ডিচেম্বৰ ।


প্ৰশ্নঃ অসম ছহীদ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ১০ ডিচেম্বৰ ।


প্ৰশ্নঃ কৃষক দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৩  ডিচেম্বৰ ।


প্ৰশ্নঃ কবিতাৰ দিনৰ দিৱস কিমান তাৰিখে পালন কৰা হয় ? 

উত্তৰঃ ২৯ ডিচেম্বৰ ।


প্ৰশ্নঃ বৰদিন কিমান তাৰিখে পালন কৰা হয় ?

উত্তৰঃ ৩১ ডিচেম্বৰ ।


READ MORE:- GENERAL SCIENCE GK


READ MORE:- GEOGRAPHY GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.