Science Gk Questions And Answers In Assamese Language

Science Gk Questions And Answers In Assamese Language 

অসমৰ আৰু ভাৰতৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া Science   সাধাৰণ জ্ঞান প্ৰশ্নৰ উত্তৰ সমূহ তলত আলোচনা কৰা হৈছে।

Science Gk Questions And Answers In Assamese Language

Science Gk In Assamese Language :-


প্ৰশ্নঃ এজন সুস্থ প্রাপ্তবয়স্ক মানুহৰ হৃদস্পন্দন প্রতি মিনিটত -

(ক) 90-120 স্পন্দন

(খ) 70-80 স্পন্দন

(গ) 40-50 স্পন্দন

(ঘ) 10-20 স্পন্দন


উত্তৰঃ (খ) 70-80 স্পন্দন ।


প্ৰশ্নঃ উদ্ভিদত ফ্লোৱেমে কি পৰিবহনত সহায় কৰে -

(ক) খাদ্য 

(খ) পানী

(গ) খনিজ পদার্থ

(ঘ) কার্বনডাই অক্সাইড


উত্তৰঃ (ক) খাদ্য ।


প্ৰশ্নঃ তলৰ কোনটো প্ৰাণীয়ে ছাল আৰু হাওফাওৰ জৰিয়তে শ্বসন কাৰ্য কৰে ?

(ক) স্তন্যপায়ী

(খ) পইতা চোৰা

(গ) মাছ

(ঘ) ভেকুলী


উত্তৰঃ (ঘ) ভেকুলী ।


প্ৰশ্নঃ শস্যত পানী যোগান ধৰাটোক কোৱা হয় -

(ক) বীজসিঁচা

(খ) সাৰ প্ৰয়োগ কৰা

(গ) চহ কৰা

(ঘ) জলসিঞ্চন 


উত্তৰঃ (ঘ) জলসিঞ্চন ।


প্ৰশ্নঃ অপতৃণবোৰ হ'ল -

(ক) মুখ্য শস্য

(খ) পোক পতংগ

(গ) শস্যৰ লগত হোৱা অলাগতিয়াল উদ্ভিদ

(ঘ) ৰাসায়নিক পদার্থ


উত্তৰঃ (গ) শস্যৰ লগত হোৱা অলাগতিয়াল উদ্ভিদ ।


প্ৰশ্নঃ খাৰিফ শস্যৰ উদাহৰণ হ'ল -

(ক) ঘেই আৰু মাকৈ

(খ) বুট আৰু মাকৈ

(গ) ধান আৰু মাকৈ

(ঘ) এই আটাইবোৰ


উত্তৰঃ (গ) ধান আৰু মাকৈ ।


প্ৰশ্নঃ ঘেঁহু আৰু বুটমাহ তলৰ কোনটোৰ অন্তৰ্ভূক্ত -

(ক) ৰবিশস্য

(খ) খাৰিফ শস্য 

(গ) এই দুয়োটাই

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) ৰবিশস্য ।


প্ৰশ্নঃ সুৰা উৎপাদনৰ বাবে কোনটো অনুজীৱ ব্যৱহাৰ কৰা হয় ?

(ক) ইষ্ট

(খ) প্লাজম ডিয়াম

(গ) লেক্টবেছিলাছ

(ঘ) ৰাইজ'বিয়াম


উত্তৰঃ (ক) ইষ্ট ।


প্ৰশ্নঃ মেলেৰিয়া কোনটো অনুজীৱৰ দ্বাৰা হয় ?

(ক) বেক্টেৰিয়া

(খ) ভেকুৰ

(গ) শেলাই

(ঘ) আদ্যপ্রাণী


উত্তৰঃ (ঘ) আদ্যপ্রাণী ।


প্ৰশ্নঃ তলৰ কোনটো বেমাৰ ভেঁকুৰৰ দ্বাৰা হয ?

(ক) ক'লেৰা

(খ) সাধাৰণ ঠাণ্ডা

(গ) খৰ

(ঘ) ডেংগু


উত্তৰঃ (গ) খৰ ।


প্ৰশ্নঃ তলৰ কোনটোৱে গাখীৰক দৈত পৰিণত কৰাত সহায় কৰে ?

(ক) লেক্টবেছিলাছ

(খ) প্লাজম 'ডিয়াম

(গ) ইষ্ট

(ঘ) চালমনেলা


উত্তৰঃ (ক) লেক্টবেছিলাছ ।


প্ৰশ্নঃ প্রাকৃতিক ৰবৰ তলৰ কোনবিধ যৌগৰ বহুযোগী—

(ক) ইমিন

(খ) মিঅ 'প্রিন

(গ) পিভিটি

(ঘ) আইচ 'প্রিন



উত্তৰঃ (ঘ) আইচ 'প্রিন ।


প্ৰশ্নঃ তলত দিয়াবোৰৰ তাপদৃঢ় প্লাষ্টিক বহুযোগীটো —

(ক) পলিখিন

(খ) ৰেয়ন

(গ) বেকেলাইট

(ঘ) ডেক্ৰন


উত্তৰঃ (গ) বেকেলাইট ।


প্ৰশ্নঃ তলৰ কোনবিধ প্রাকৃতিক আঁহ ?

(ক) পিভিচি

(খ) মৰাপাট

(গ) নাইলন

(ঘ) ৰেয়ন


উত্তৰঃ (খ) মৰাপাট ।


প্ৰশ্নঃ যি পদার্থই অম্ল আৰু ক্ষাৰ উভয়ৰে ধৰ্ম দেখুৱায় তাক কোৱা হয় -

(ক) উভধর্মী

(খ) ক্ষাৰ

(গ) লৱণ

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) উভধর্মী ।


প্ৰশ্নঃ সকলো এছিড়ত থকা মৌলটো হ'ল-

(ক) অক্সিজেন

(খ) ক্ল'ৰিণ

(গ) ছালফাৰ

(ঘ) হাইড্ৰ'জেন


উত্তৰঃ (ঘ) হাইড্ৰ'জেন ।


প্ৰশ্নঃ জ্বালাইৰ বাবে ব্যৱহাৰ কৰা গেছটো হ'ল—

(ক) মিথেন

(খ) ইথাইলিন

(গ) এছিটাইলিন

(ঘ) ইথেন


উত্তৰঃ (গ) এছিটাইলিন ।


প্ৰশ্নঃ তলৰ কোনটো ধাতুকল্প ?

(ক) আছেনিক

(খ) এলুমিনিয়াম

(গ) কেলছিয়াম

(ঘ) তাম


উত্তৰঃ (ক) আছেনিক ।


প্ৰশ্নঃ এছিড়ে নীলা লিটমাছৰ ৰং কৰে —

(ক) ৰঙা

(খ) সেউজীয়া

(গ) নীল

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) ৰঙা ।


প্ৰশ্নঃ নন-ষ্টিকৰ বাচন বনাবলৈ তলৰ কোনবিধ ব্যৱহাৰ কৰা হয় ?

(ক) পলিষ্টেবিন

(খ) পলিপ্রপিলিন

(গ) টেফলন

(ঘ) পলিথিন


উত্তৰঃ (গ) টেফলন ।


প্ৰশ্নঃ তলৰ কোনটো এটা ৰেচন অংগ ?

(ক) বৃক্ক

(খ) হাত

(গ) আঙুলি

(ঘ) মূৰ


উত্তৰঃ (ক) বৃক্ক ।


প্ৰশ্নঃ যিটো ৰঞ্জক পদাৰ্থই স্তন্যপায়ী প্ৰাণীৰ তেজৰ ৰং ৰঙা কৰে তাৰ নাম -

(ক) খুব লিন 

(খ) হিম'গ্লবিন

(গ) প্লাজমা

(ঘ) অনুচক্রিকা


উত্তৰঃ (খ) হিম'গ্লবিন ।


প্ৰশ্নঃ তেজৰ পনীয়া অংশক কোৱা হয় -

(ক) লোহিত ৰক্ত কোষ 

(খ) প্লাজমা

(গ) হিম'গ্লবিন

(ঘ) শ্বেত ৰক্তকোষ


উত্তৰঃ (খ) প্লাজমা ।


প্ৰশ্নঃ বেছিভাগ বিদ্যুত পৰিবাহিত কৰিব পৰা জুলীয়া প্ৰৱাই হ'ল -

(ক) অম্ল 

(খ) এই আটাইবোৰ

(গ) লৱণ

(ঘ) ক্ষাৰ


উত্তৰঃ (গ) এই আটাইবোৰ ।


প্ৰশ্নঃ তলৰ কোনবিধ বস্তু বিদ্যুতৰ সুপৰিবাহী নহয় ?

(ক) তাম

(খ) এলুমিনিয়াম

(গ) পাৰা

(ঘ) ৰবৰ


উত্তৰঃ (ঘ) ৰবৰ ।


প্ৰশ্নঃ তাজমহল ক্ষতিগ্ৰস্থ হৈছে তলৰ কোনটোৰ দ্বাৰা -

(ক) শব্দ প্ৰদূষণ

(খ) বায়ু প্ৰদূষণ

(গ) পানী প্ৰদূষণ

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (খ) বায়ু প্ৰদূষণ ।


প্ৰশ্নঃ নেমুটেঙাত থকা এছিডটোৰ নাম --

(ক) যমুনা 

(খ) গংগা

(গ) কাবেৰী

(ঘ) চেহনাব


উত্তৰঃ (খ) গংগা ।


প্ৰশ্নঃ ক'ৰ' ফ্ল'ৰ' কার্বন ব্যৱহাৰ কৰা হয় -

(ক) বেফ্ৰিজাৰেটৰত

(খ) বাতানুকুল যন্ত্ৰত

(গ) সুগন্ধিত

(ঘ) সকলোতে


উত্তৰঃ (ঘ) সকলোতে ।


প্ৰশ্নঃ পানী প্ৰদূষণৰ বাবে দায়ী -

(ক) তেল শোধানাগাৰ

(খ) কাগজ-কল 

(গ) চেনীৰ কাৰখানা

(ঘ) ওপৰৰ আটাইবোৰ


উত্তৰঃ (ঘ) ওপৰৰ আটাইবোৰ ।


প্ৰশ্নঃ বায়ু প্ৰদূষণৰ কাৰণে হয় -

(ক) গোলকীয় উষ্ণতা

(খ) শ্বাস প্রশ্বাসজনিত সমস্যা

(গ) ভূমিক্ষয়

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (খ) শ্বাস প্রশ্বাসজনিত সমস্যা ।


প্ৰশ্নঃ জীৱক শক্তি প্ৰদান কৰে — 

(ক) প্রটিন

(খ) কার্ব হাইড্রেটে

(গ) লিপিড 

(ঘ) কার্বহাইড্রেট আৰু লিপিডে


উত্তৰঃ (ঘ) কাৰ্বহাইড্রেট আৰু লিপিড ।


প্ৰশ্নঃ বেৰিবেৰি ৰোগ হয় তলৰ কোনবিধ ভিটামিনৰ অভাৱত ?

(ক) B

(খ) D

(গ) C

(ঘ) K


উত্তৰঃ (ক) B 


প্ৰশ্নঃ গাখীৰত পোৱা এক শৰ্কৰাবিধৰ নাম হ'ল —

(ক) গ্লুকজ

(খ) ফ্লুক্ট'জ

(গ) মাল্টজ

(ঘ) গেলেক্ট'জ


উত্তৰঃ (ঘ) গেলেক্ট'জ ।


প্ৰশ্নঃ পাৰাৰ চিহ্ন হ'ল —

(ক) P

(খ) Hg

(গ) H₂

(ঘ) Mg


উত্তৰঃ (খ) Hg


প্ৰশ্নঃ মামৰে ধৰাটো এটা — 

(ক) ৰাসায়নিক পৰিৱৰ্তন 

(খ) ভৌতিক পৰিবৰ্তন

(গ) উভমুখী বিক্রিয়া

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) ৰাসায়নিক পৰিৱৰ্তন ।


প্ৰশ্নঃ এছিডৰ সোৱাদ - 

(ক) টেঙা

(খ) তিতা

(গ) নিমণীয়া

(ঘ) মিঠা


উত্তৰঃ (ক) টেঙা ।


প্ৰশ্নঃ পনীয়া HC1 ৰ দ্ৰৱত নীলা লিটমাছ যোগ কৰিলে দ্ৰৱটোৰ বৰণ —

(ক) নীলা হৈয়ে থাকে

(খ) বৰণহীন হয়

(গ) ৰঙা হয়

(ঘ) সেউজীয়া হয়


উত্তৰঃ (খ) বৰণহীন হয় ।


প্ৰশ্নঃ তলৰ কোনবিধ প্ৰাকৃতিক সূচক ?

(ক) লিটমাছ

(খ) ফেনলথেলিন

(গ) মিথাইল অ'ৰেঞ্জ

(ঘ) এইবোৰৰ এটাও নহয় 


উত্তৰঃ (ক) লিটমাছ ।


প্ৰশ্নঃ নেমুটেঙাত থকা এছিডটোৰ নাম -

(ক) লেকটিক এছিড

(খ) ইথানয়িক এছিড

(গ) অক্সি এছিড

(ঘ) ছাইট্রিক এছিড


উত্তৰঃ (ঘ) ছাইট্রিক এছিড ।


প্ৰশ্নঃ তলৰ কোনটো মৃদু এছিড ?

(ক) HCI

(খ) HBr

(গ) H2SO4

(ঘ) HCOOH


উত্তৰঃ (ঘ) HCOOH


প্ৰশ্নঃ তলৰ কোনবিধ প্ৰাকৃতিক বহুযোগী —

(ক) কপাহ

(খ) পলিখিন

(গ) টেৰিলিন

(ঘ) নাইলন


উত্তৰঃ (ক) কপাহ ।


প্ৰশ্নঃ তলৰ কোনটো ৰাসায়নিক পৰিবৰ্তন —

(ক) বৰফ গলি পানী হোৱা

(খ) চেনি আৰু পানীৰ প্ৰব

(গ) ৰবৰ টুকুৰা এটা টানিলে দীঘল হয়

(ঘ) মামৰে ধৰা


উত্তৰঃ (ঘ) মামৰে ধৰা ।


প্ৰশ্নঃ তলৰ কোনবিধ সাংশ্লেষিক আঁহ নহয় ?

(ক) বেয়ন

(খ) নাইলন

(গ) পলিয়েষ্টাৰ

(ঘ) ঊণ 


উত্তৰঃ  (ঘ) ঊণ ।


প্ৰশ্নঃ ডেক্রন এবিধ —

(ক) সাংশ্লেষিক পলিয়েষ্টাৰ আঁহ

(খ) প্লাষ্টিক

(গ) ৰবৰ

(ঘ) এইবোৰৰ এটাও নহয়


উত্তৰঃ (ক) সাংশ্লেষিক পলিয়েষ্টাৰ আঁহ ।


প্ৰশ্নঃ ৰঙা পৰুৱা আৰু চোৰাত পাতত থকা এছিডৰ নাম —

(ক) কার্বনিক এছিড

(খ) ইথানয়িক এছিড

(গ) মিথানয়িক এছিড

(ঘ) টাৰ্টাৰিক এছিড


উত্তৰঃ (গ) মিথান য়িক এছিড ।


READ MORE:-Assam Geography Gk


READ MORE:-Assam History Gk


READ MORE:-Economic Gk



Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.