Assam Economic MCQ'S Whit Assamese Language
অসমৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাৰ বাবে অৰ্থনৈতিক ব্যৱস্থা সাধাৰণ জ্ঞান ।
Assam Economy Question Answer for Competitive Exam In the Assamese Language
প্ৰশ্নঃ অসমৰ কোন কোন ঠাইত পেট্রা কেমিকেল প্রকল্প আছে ?
(ক) নামৰূপ, বঙাইগাঁও
(খ) লিলি, নুনমাটি
(গ) নুমলীগড়, শিলচৰ
(ঘ) জাগীৰোড, যোগীঘোপা
উত্তৰঃ (ক) নামৰূপ, বঙাইগাঁও ।
প্ৰশ্নঃ তলত দিয়া অসমৰ কোন ঠাইত কাগজকল নাই ?
(ক) যোগীঘোপা
(খ) জাগীৰোড
(গ) নুমলীগড়
(ঘ) পাঁচগ্রাম
উত্তৰঃ (গ) নুমলীগড় ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত মৰাপাটৰ কল আছে ?
(ক) যোগীঘোপা
(খ জাগীৰোড
(গ) নুমলীগড়
(ঘ) শিলঘাট
উত্তৰঃ (ঘ) শিলঘাট ।
প্ৰশ্নঃ অসমৰ সুতা কটা কল ক'ত আছে ?
(ক) চন্দ্ৰপুৰ চাৰিদুৱাৰ
(খ) ডিগবৈ, নুনমাটি
(গ) নুমলীগড়, শিলচৰ
(ঘ) জাগীৰোড, যোগীঘোপা
উত্তৰঃ (ক) চন্দ্ৰপুৰ চাৰিদুৱাৰ ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত কৃষি গৱেষণা কেন্দ্র আছে ?
(ক) চন্দ্ৰপুৰ, চাৰিদুৱাৰ
(খ) যোৰহাট, বিশ্বনাথ চাৰিআলি
(গ) নুমলীগড়, শিলচৰ
(ঘ) জাগীৰোড, যোগীঘোপা
উত্তৰঃ (খ) যোৰহাট, বিশ্বনাথ চাৰিআলি ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে ?
(ক) আমিনগাঁৱত
(খ) ডিগবৈ
(গ) শিলচৰ
(ঘ) জাগীৰোড
উত্তৰঃ (ক) আমিনগাঁৱত ।
প্ৰশ্নঃ আয়ুর্বেদ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে ?
(ক) নলবাৰীত
(খ) তেজপুৰত
(গ) যোৰহাটত
(ঘ) গুৱাহাটীত
উত্তৰঃ (ঘ) গুৱাহাটীত ।
প্ৰশ্নঃ নেচনেল ইনষ্টিটিউট অব্ টেকন'লজি অসমৰ কোন ঠাইত আছে ?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) যোৰহাটত
(ঘ) গুৱাহাটীত
উত্তৰঃ (ক) শিলচৰত ।
প্ৰশ্নঃ আৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে ?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) দেৰগাঁৱত
(ঘ) গুৱাহাটীত
উত্তৰঃ (গ) দেৰগাঁৱত ।
প্ৰশ্নঃ আৰৱী ভাষাৰ প্ৰশিক্ষণ মহাবিদ্যালয় ক'ত আছে ?
(ক) শিলচৰত
(খ) তেজপুৰত
(গ) দেৰগাঁৱত
(ঘ) ৰঙিয়াত
উত্তৰঃ (ঘ) ৰঙিয়াত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত বিলাতী মাটি (চিমেন্ট) কাৰখানা আছে ?
(ক) ধুবুৰীত
(খ) কোকৰাঝাৰত
(গ) তেজপুৰত
(খ) বোকাজানত
উত্তৰঃ বোকাজানত ।
প্ৰশ্নঃ অসমৰ প্ৰথমটো অভিলেখাগাৰ ক'ত স্থাপন কৰা হয় ?
(ক) নগাঁৱত (২০০৮ চনৰ ১ মাৰ্চত )
(খ) গোলাঘাটত (২০০৯ চনৰ ২ মাৰ্চত )
(গ) গুৱাহাটীত (২০১০ চনৰ ৩ মাৰ্চত )
(ঘ) কোকৰাঝাৰত (২০১১ চনৰ ৪ মাৰ্চত )
উত্তৰঃ (ক) নগাঁৱত (২০০৮ চনৰ ১ মাৰ্চত ) ।
প্ৰশ্নঃ ভাৰতৰ ভিতৰত প্ৰথমটো বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰ অসমৰ কোন ঠাইত স্থাপন কৰা হয় ?
(ক) ২০০১ চনৰ ২২ আগষ্টত মানসত
(খ) ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত
(গ) ২০০৩ চনৰ ২৯ আগষ্টত ওৰাঙত
(ঘ) ২০০৪ চনৰ ৩০ আগষ্টত কাজিৰঙাত
উত্তৰঃ (খ) ২০০২ চনৰ ২৮ আগষ্টত কাজিৰঙাত ।
প্ৰশ্নঃ অসমৰ কোনখন ঠাইত বিশ্ব স্বাস্থ্য কেন্দ্র আছে ?
(ক) তেজপুৰৰ গহপুৰত
(খ) কোকৰাঝাৰৰ গোসাইগাঁৱত
(গ) ডিব্ৰুগড়ৰ চাবুৱাত
(ঘ) কাছাৰৰ শিলচৰত
উত্তৰঃ (গ) ডিব্ৰুগড়ৰ চাবুৱাত ।
প্ৰশ্নঃ পিতলৰ বাচন-বৰ্তন নিৰ্মাণৰ কাৰখানা কোন ঠাইত আছে ?
(ক) সৰ্থেবাৰীত
(খ) কৰঙাত
(গ) শুৱালকুছিত
(ঘ) হাজোত
উত্তৰঃ (ঘ) হাজোত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে ?
(ক) লখিমপুৰ
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰঃ (গ) গুৱাহাটীত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত বুনিয়াদী প্রশিক্ষণ মহাবিদ্যালয় আছে ?
(ক) ওদালগুৰিত
(খ) দেৰগাঁৱত
(গ) ৰঙিয়াত
(ঘ) দুধনৈত
উত্তৰঃ (খ) দেৰগাঁৱত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত আন্তর্জাতিক বিমান বন্দৰ আছে ?
(ক) বৰঝাৰ (গুৱাহাটী)
(খ) মোহনবাৰী (ডিব্ৰুগড়)
(গ) ঘোঁৰামাৰী (তেজপুৰ)
(ঘ) কুম্ভীৰ গ্ৰাম (শিলচৰ)
উত্তৰঃ (ক) বৰঝাৰ (গুৱাহাটী) ।
প্ৰশ্নঃ উত্তৰ-পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়টো ক'ত অবস্থিত ?
(ক) নগাঁৱৰ লামডিঙত
(খ) কামৰূপৰ ৰঙিয়াত
(গ) বঙাইগাঁৱৰ অভয়াপুৰিত
(ঘ) গুৱাহাটীৰ মালিগাঁৱত
উত্তৰঃ (ঘ) গুৱাহাটীৰ মালিগাঁৱত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত জলপ্রপাত আছে ?
(ক) ধুবুৰীৰ বিলাসীপাৰাত আৰু বাগছাৰ মুছলপুৰত
(খ) লখিমপুৰত ঢকুৱাখনাত আৰু শিৱসাগৰৰ সোণাৰীত
(গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত
(ঘ) শোণিতপুৰৰ গহপুৰ আৰু হাইলাকান্দিৰ বদৰপুৰত
উত্তৰঃ (গ) নগাঁৱৰ চাপানলা আৰু গোলাঘাটৰ ফটাশিলত ।
প্ৰশ্নঃ ঔষধ প্রস্তুত কাৰখানা অসমৰ কোন ঠাইত আছে ?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰঃ (গ) গুৱাহাটীত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত হোমিঅ'পেথিক মহাবিদ্যালয় আছে ?
(ক) ধুবুৰী, বঙাইগাঁও আৰু তেজপুৰত
(খ) লখিমপুৰ, শিৱসাগৰ আৰু ডিব্ৰুগড়ত।
(গ) কোকৰাঝাৰ, তেজপুৰ আৰু জাগীৰোড
(ঘ) গুৱাহাটী, যোৰহাট আৰু নগাঁৱত
উত্তৰঃ গুৱাহাটী, যোৰহাট আৰু নগাঁৱত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত দন্ত চিকিৎসা মহাবিদ্যালয় আছে ?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰঃ (গ) গুৱাহাটীত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত জুইশলা কাৰখানা আছে ?
(ক) ধুবুৰী
(খ) কোকৰাঝাৰত
(গ) তেজপুৰত
(ঘ) শিলচৰত
উত্তৰঃ (ক) ধুবুৰী ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত মীন মহাবিদ্যালয় আছে ?
(ক) নগাঁৱৰ ৰহাত
(খ) কামৰূপৰ ৰঙিয়াত
(গ) গোলাঘাটৰ দেৰগাঁৱত
(ঘ) নলবাৰীৰ বিদ্যাপুৰত
উত্তৰঃ (ক) নগাঁৱৰ ৰহাত ।
প্ৰশ্নঃ গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে ?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) নলবাৰীত
উত্তৰঃ (গ) যোৰহাটত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত গেছবিদ্যুৎ প্রকল্প আছে ?
(ক) আমগুৰিত
(খ) জামুগুৰিত
(গ) দুলিয়াজানত
(ঘ) কঠালগুৰিত
উত্তৰঃ (ঘ) কঠালগুৰিত ।
প্ৰশ্নঃ চেন্ট্ৰেল ইনষ্টিটিউট অব্ টেকন'লজি অসমৰ কোন ঠাইত আছে ?
(ক) লখিমপুৰত
(খ) কোকৰাঝাৰত
(গ) গুৱাহাটীত
(ঘ) শিলচৰত
উত্তৰঃ (খ) কোকৰাঝাৰত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত বন গৱেষণা কেন্দ্ৰ অৱস্থিত ?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) নলবাৰীত
উত্তৰঃ (গ) যোৰহাটত ।
প্ৰশ্নঃ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ক'ত অৱস্থিত ?
(ক) নগাঁৱৰ কলিয়াবৰত
(খ) গুৱাহাটীৰ পাঞ্জাবাৰীত
(গ) যোৰহাটৰ মাজুলীত
(ঘ) নলবাৰীৰ ধর্মধমাত
উত্তৰঃ (খ) গুৱাহাটীৰ পাঞ্জাবাৰীত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত অভিযান্ত্ৰিক মহাবিদ্যালয় আছে ?
(ক) গুৱাহাটী আৰু যোৰহাটত
(খ) ডিব্ৰুগড় আৰু শিলচৰত
(গ) তেজপুৰ আৰু নগাঁৱত
(ঘ) শিৱসাগৰ আৰু বঙাইগাঁৱত
উত্তৰঃ (ক) গুৱাহাটী আৰু যোৰহাটত ।
প্ৰশ্নঃ অসম ৰাজ্যিক চলচ্চিত্র ষ্টুডিঅ' কোন ঠাইত আছে ?
(ক) গুৱাহাটীৰ মালিগাঁৱত
(খ) গুৱাহাটীৰ কাহিলীপাৰাত
(গ) গুৱাহাটীৰ পাঞ্জাবাৰীত
(ঘ) গুৱাহাটীৰ বেলতলাত
উত্তৰঃ (খ) গুৱাহাটীৰ কাহিলীপাৰাত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত সৈনিক স্কুল আছে ?
(ক) গুৱাহাটীৰ জালুকবাৰীত
(খ) গোলাঘাটৰ দেৰগাঁৱত
(গ) গোৱালপাৰাৰ মৰনৈত
(ঘ) কৰিমগঞ্জৰ পাথৰকান্দিত
উত্তৰঃ (গ) গোৱালপাৰাৰ মৰনৈত ।
প্ৰশ্নঃ অসমৰ কোন ঠাইত কেন্দ্রীয় বিশ্ববিদ্যালয় আছে ?
(ক) নগাঁৱত
(খ) গুৱাহাটীত
(গ) যোৰহাটত
(ঘ) তেজপুৰত
উত্তৰঃ (ঘ) তেজপুৰত ।
Read More:- INDAI HISTORY GK
Read More:- ASSAM IMPORTANT DAY'S CELEBRATE

