Indai History Gk For All Competitor Exam

Indai History Gk For All Competitor Exam

অসম আৰু ভাৰতত হৈ থকা বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত আহিবলগীয়া কেইটা মান সাধাৰণ জ্ঞানৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ সমূহ MCQ ৰূপত তলত প্ৰকাশ কৰা হৈছে ।

Indai History Gk For All Competitor Exam

অসম আৰু ভাৰতৰ সাধাৰণ জ্ঞান প্ৰশ্ন উত্তৰ সমূহ:-


প্ৰশ্নঃ তলৰ কোনটো সিন্ধু নদীৰ মূল উপনদী ?

(ক) তাপস্বী

(খ) ঝিলাম

(গ) যমুনা

(ঘ) উলাৰ


উত্তৰঃ (খ) ঝিলাম


প্ৰশ্নঃ ভাৰতৰ ৰাষ্ট্ৰপতিক নির্বাচিত কৰে ?

(ক) সংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যৰ দ্বাৰা গঠিত নির্বাচক মণ্ডলীয়ে

(খ) ৰাজ্য বিধান সভাৰ সদস্যই

(গ) সংসদৰ সদস্যসকলে

(ঘ) ওপৰৰ কোনোটোৱেই নহয়


উত্তৰঃ (ক) সংসদ আৰু ৰাজ্য বিধানসভাৰ সদস্যৰ দ্বাৰা গঠিত নির্বাচক মণ্ডলীয়ে।


প্ৰশ্নঃ পৃথিৱীৰ আটাইতকৈ দীঘল কবিতাটো হ'ল ?

(ক) ৰামায়ণ

(খ) বিষ্ণু পুৰাণ

(গ) মহাভাৰত

(ঘ) মার্কণ্ডেয় উপনিষদ


উত্তৰঃ (গ) মহাভাৰত ।


প্ৰশ্নঃ শ্ৰীনগৰ কোনখন নৈৰ পাৰত অৱস্থিত ?

(ক) বেঁকী নৈৰ পাৰত

(খ) ঝিলাম নৈৰ পাৰত

(গ) সৰস্বতী নৈৰ পাৰত

(ঘ) হোৱাংহো নৈৰ পাৰত


উত্তৰঃ (খ) ঝিলাম নৈৰ পাৰত ।


প্ৰশ্নঃ ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল ?

(ক) চৰকাৰ মুৰব্বী

(খ) ৰাষ্ট্ৰৰ মুৰব্বী

(গ) ৰাষ্ট্ৰ আৰু চৰকাৰৰা মুৰব্বী

(ঘ) ওপৰৰ কোনোটোৱেই নহয়


উত্তৰঃ (খ) ৰাষ্ট্ৰৰ মুৰব্বী ।


প্ৰশ্নঃ তলৰ কোনবিধ অজীবাশ্ম ইন্ধন নহয় ?

(ক) পেট্ৰ'ল

(খ) ইউৰেনিয়াম

(গ) থ’ৰিয়াম

(ঘ) প্লুটোনিয়াম


উত্তৰঃ (ক) পেট্ৰ'ল ।


প্ৰশ্নঃ সমগ্র দেশক কিমানখন মাণ্ডলিক পৰিষদত ভাগ কৰা হৈছে ?

(ক) চাৰিখন

(খ) ছয়খন

(গ) পাঁচখন

(ঘ) তিনিখন


উত্তৰঃ (গ) পাঁচখন ।


প্ৰশ্নঃ কোন তাৰিখে 'জনসংখ্য দিৱস' পালন কৰা হয় ?

(ক) ১১ জুলাই

(খ) ১ জানুৱাৰী

(গ) ১৭ অক্টোবৰ

(ঘ) ২১ নৱেম্বৰ


উত্তৰঃ (ক) ১১ জুলাই ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত বিবাদ হ'লে কোনে নিষ্পত্তি কৰে ?

(ক) উচ্চতম ন্যায়ালয়ে

(খ) সদনে

(গ) নির্বাচনী আয়োগে

(ঘ) প্রধানমন্ত্রীয়ে


উত্তৰঃ (ক) উচ্চতম ন্যায়ালয়ে ।


প্ৰশ্নঃ মানসকল অসমলৈ প্ৰথম কেতিয়া আহিছিল ?

(ক) ১৮৭১ চনত

(খ) ১৮১৭ চনত

(গ) ১৯৬২ চনত

(ঘ) ১৯৭১ চনত


উত্তৰঃ (খ) ১৮১৭ চনত ।


প্ৰশ্নঃ সংবিধান অৱমাননাৰ অপৰাধত ৰাষ্ট্ৰপতিক ক্ষমতাচ্যুত কৰিব পাৰে ?

(ক) দুয়ো সদনে 

(খ) লোকসভাই

(গ) মন্ত্ৰী পৰিষদে

(ঘ) উচ্চতম ন্যায়ালয়ে


উত্তৰঃ (ক) দুয়ো সদনে ।


প্ৰশ্নঃ পুলিচৰ কোনজন বিষয়াই ২০১৪ বৰ্ষত ৰাষ্ট্ৰপতিৰ মেডেল পাইছিল ?

(ক) নৰনাৰায়ণ গোস্বামীয়ে

(খ) ব্ৰহ্মনাৰায়ণ কোঁচে

(গ) প্রবীণ চন্দ্ৰ শ‍ইকীয়াই

(ঘ) ওমপ্রকাশ দহোটীয়াই


উত্তৰঃ (গ) প্রবীন চন্দ্ৰ শ‍ইকীয়াই ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিয়ে ৫ বছৰ কাল ক্ষমতাত থাকে ?

(ক) কাৰ্যভাৰ গ্ৰহণৰ দিনাৰে পৰা

(খ) সদনে ধাৰ্য কৰি দিয়া তাৰিখৰ পৰা

(গ) নিৰ্বাচিত হোৱাৰ তাৰিখৰ পৰা

(ঘ) নির্বাচনী আয়োগে জাননী জাৰি কৰা তাৰিখৰ পৰা


উত্তৰঃ (খ) সদনে ধাৰ্য কৰি দিয়া তাৰিখৰ পৰা ।


প্ৰশ্নঃ জীৱই প্ৰস্তুত কৰা জৈৱ পদার্থ ?

(ক) ৰাইজম

(খ) গ্লুকজ

(গ) গেলেইজ

(ঘ) ফ্লুক্ট'জউ


উত্তৰঃ (খ) গ্লুক'জ ।


প্ৰশ্নঃ তলৰ কোনজনক ৰাষ্ট্ৰপতিয়ে নিযুক্তি নিদিয়ে ?

(ক) ভাৰতৰ মুখ্য ন্যায়াধীশক

 (খ) এটর্নি জেনেবেলক

(গ) উচ্চ ন্যয়ালয়ৰ ন্যায়াধীশক

(গ) জিলা সত্ৰ ন্যায়াধীশক


উত্তৰঃ (ক) ভাৰতৰ মুখ্য ন্যায়াধীশক ।


প্ৰশ্নঃ ‘নর্মদা বচাও' আন্দোলনৰ মূল নেতাজন কোন আছিল ?

(ক) অখিল গগৈ

(খ) মহাত্মা গান্ধী

(গ) নেতাজী সুভাষ চন্দ্ৰ বসু

(ঘ) মেধা পাটকাৰ


উত্তৰঃ (ঘ) মেধা পাটকৰ ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিয়ে আধ্যাদেশ জাৰি কৰে ?

(ক) সমৱৰ্তী তালিকাৰ বিষয়ত

(খ) কেন্দ্ৰীয় তালিকাৰ বিষয়ত

(গ) সদন নথকা অৱস্থাত 

(ঘ) সদন চলি থকা অৱস্থাত বিশেষ বিষয়ত 


উত্তৰঃ (গ) সদনত নথকা অৱস্থাত ।


প্ৰশ্নঃ গ্রীণহাউচ গেছবোৰে প্ৰধানত কি বিকিৰণ শোষণ কৰে ?

(ক) সূৰ্যৰ ৰশ্মি

(খ) অৱলোহিত ৰশ্মি

(গ) বিচ্ছুৰিত ৰশ্মি

(ঘ) কৃষ্ণ ৰশ্মি


উত্তৰঃ (খ) অৱলোহিত বিকিৰণ ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ মনোনীত কৰিব পৰা সদস্য সংখ্যা হ'ল ?

(ক) ১ জন

(খ) ২ জন

(গ) ১২ জন

(ঘ) ১০ জন


উত্তৰঃ (গ) ১২ জন ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায় ?

(ক) উপৰাষ্ট্ৰপতিয়ে

(খ) লোকসভাৰ অধ্যক্ষই

(গ) ভাৰতৰ মুখ্য ন্যায়াধীশে

(ঘ) প্রধানমন্ত্রীয়ে


উত্তৰঃ (গ) ভাৰতৰ মুখ্য ন্যায়াধীশে  ।


প্ৰশ্নঃ পৰিবেশৰ শক্তিৰ মূল উৎস হ'ল ?

(ক) সূর্য

(খ) সেউজীয়া উদ্ভিদ

(গ) বায়ু

(ঘ) খনিজ পদার্থ


উত্তৰঃ (ক) সূর্য ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিয়ে তলৰ কোনজনৰ ওচৰত পদত্যাগ কৰিব লাগে ?

(ক) উপৰাষ্ট্ৰপতিৰ ওচৰত

(খ) ভাৰতৰ মুখ্য ন্যায়াধীশৰ ওচৰত

(গ) প্রধানমন্ত্ৰীৰ ওচৰত

(ঘ) সদনৰ ওচৰত


উত্তৰঃ (ক) উপৰাষ্ট্ৰপতিৰ ওচৰত ।


প্ৰশ্নঃ উপনিষদ কি ?

(ক) হিন্দু ধৰ্মৰ এখন পবিত্র ধর্মীয় গ্রন্থ

(খ) ইছলাম ধৰ্মৰ এখন পবিত্র গ্রন্থ

(গ) খ্ৰীষ্টানসকলৰ ধৰ্মীয় পুথি

(ঘ) বৌদ্ধসকলৰ ধৰ্মীয় পুথি


উত্তৰঃ (ক) হিন্দু ধৰ্মৰ এখন পবিত্র ধর্মীয় গ্রন্থ ।


প্ৰশ্নঃ যিবোৰ জীৱই নিজৰ আহাৰ নিজেই প্ৰস্তুত কৰিব পাৰে সেইবোৰ জীৱক ?

(ক) উপভোক্তা বোলে

(খ) উৎপাদক বোলে

(গ) বিয়োজক বোলে

(ঘ) স্ব-পোষী বোলে


উত্তৰঃ (খ) উৎপাদক বোলে ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতি পদত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ন্যুনতম বয়স হ'ল ?

(খ) ৩০ বছৰ

(ক) ৩৫ বছৰ

(ঘ) ৪৫ বছৰ

(গ) ৪০ বছৰ


উত্তৰঃ (ক) ৩৫ বছৰ ।


প্ৰশ্নঃ বিধানসভা হ'বলৈ প্ৰয়োজনীয় সদস্য সংখ্যা হ'ল ?

(ক) মুঠ সদস্যৰ দহ ভাগৰ এক অংশ বা সকলো সদস্য

(খ) মুঠ সদস্যৰ এক-চতুর্থাংশ

(গ) মাত্র ২৫

(ঘ) মুঠ সদস্যৰ এক তৃতীয়াংশ


উত্তৰঃ (ক) মুঠ সদস্যৰ দহ ভাগৰ এক অংশ বা সকলো সদস্য ।


Read More:- India History Gk


Read More:- Important Day Celebrate Gk


Read More:- Assam History Gk

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.