General Knowledge Questions and Answers In Assamese Language for Competitive Exams

HiGeneral Knowledge Questions and Answers In Assamese Language for Competitive Exams

অসমৰ ‌বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত অহাৰ উপৰিও আপোনাক আপোনালোকৰ জ্ঞান বৃদ্ধি কৰাত বহূ সহায় কৰিব পাৰে । অসমৰ বিভিন্ন ধৰণৰ সাধাৰণ জ্ঞান প্ৰশ্ন আৰু উত্তৰ সমূহ তলত MCQ ৰূপত উল্লেখ কৰা হৈছে ।

General Knowledge Questions and Answers In Assamese Language for Competitive Exams


Assam And India General Knowledge question And Answers They are mentioned below


প্ৰশ্নঃ বিহুৰ সময়ত অসমীয়া মানুহে আত্মীয়-স্বজনক দিয়া সামগ্ৰীবিধৰ নাম কি ?

(ক) জিমফু

(খ) ধূতি

(গ) গামোচা

(ঘ) শাৰী


উত্তৰঃ (গ) গামোচা ।


প্ৰশ্নঃ অসমৰ বড়ো জনজাতিয়ে বৈছাগু উৎসৱৰ সময়ত পৰিৱেশন কৰা নৃত্যটোৰ নাম কি ?

(ক) বাগৰুম্বা

(খ) আলি-আই-লৃগাং 

(গ) বিহু

(ঘ) বৈছাগু


উত্তৰঃ (ক) বাগৰুম্বা ।


প্ৰশ্নঃ কোনটো নৃত্যৰ বাবে অসম বিখ্যাত ?

(ক) বৈছাগু নৃত্যৰ বাবে

(খ) তিৱা নৃত্যৰ বাবে

(গ) আলি-আই-লৃগাং নৃত্যৰ বাবে

(ঘ) বিহু নৃত্যৰ বাবে


উত্তৰঃ (ঘ) বিহু নৃত্যৰ বাবে ।


প্ৰশ্নঃ তলৰ কোনবিধ জৰুৰীকালীন অৱস্থা সৰ্বাধিক সময় ঘোষিত হৈছে ? 

(ক) বিত্তীয় জৰুৰীকালীন অৱস্থা 

(খ) ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা

(গ) সাংবিধানিক জৰুৰীকালীন অৱস্থা

(ঘ) ওপৰৰ কোনোটোৱে নহয়


উত্তৰঃ (গ) সাংবিধানিক জৰুৰীকালীন অৱস্থা ।


প্ৰশ্নঃ তলৰ কোনটো ব্ৰহ্মপুত্ৰ সমতলৰ বিমান বন্দৰ নহয় ?

(ক) বৰঝাৰ

(খ) কুম্ভীৰগ্ৰাম

(গ) শালনিবাৰী

(ঘ) লীলাবাৰী


উত্তৰঃ (খ) কুম্ভীৰগ্ৰাম ।


প্ৰশ্নঃ জীৱ বৈচিত্ৰ্যৰ দেশৰ ভিতৰত ভাৰতৰ স্থান—

(ক) ষষ্ঠ

(খ) প্রথম

(গ) তৃতীয়া

(ঘ) অষ্টম


উত্তৰঃ (ক) ষষ্ঠ ।


প্ৰশ্নঃ তলৰ কোনবিধ প্রতিসম ফুল নহয় ?

(ক) নয়নতৰা

(খ) ধতুৰা

(গ) পাৰিজাত

(ঘ) জবা


উত্তৰঃ (গ) পাৰিজাত ।


প্ৰশ্নঃ বাবৰৰ জন্ম হৈছিল ?

(ক) ৰঙিয়াত

(খ) আফগানিস্তানত

(গ) ইৰাকত

(ঘ) ফঘনাত


উত্তৰঃ (ঘ) ফঘনাত ।


প্ৰশ্নঃ কিমান বছৰ বয়সত ৰজা হর্ষবর্ধনে সিংহাসনত আৰোহণ কৰিছিল ?

(ক) ১৮ বছৰ

(খ) ১৫ বছৰ

(গ) ১৭ বছৰ

(ঘ) ১৬ বছৰ


উত্তৰঃ (ঘ) ১৬ বছৰ ।


প্ৰশ্নঃ সংসদে কিমান দিনৰ ভিতৰত অনুমোদন নজনালে ঘোষিত ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাতিল হ'ব পাৰে ?

(ক) দুমাহ

(খ) তিনিমাহ

(গ) ছমাহ

(ঘ) এমাহ


উত্তৰঃ (ঘ) এমাহ ।


প্ৰশ্নঃ ভিটামিন B-ৰ অভাৱত কোনবিধ ৰোগ হয় ?

(ক) জ্বৰ

(খ) এইচ

(গ) বেৰি বেৰি

(ঘ) স্কার্ভি


উত্তৰঃ (গ) বেৰি বেৰি ।


প্ৰশ্নঃ সংসদৰ অনুমোদন ক্ৰমে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা বাহাল থাকিব পাৰে ?

(ক) সৰ্বাধিক এবছৰ 

(খ) সর্বাধিক ৬ মাহ

(গ) অনির্দিষ্ট কাললৈ

(ঘ) সৰ্বাধিক দুবছৰ


উত্তৰঃ (গ) অনিৰ্দিষ্ট কাললৈ ।


প্ৰশ্নঃ ভিটামিন A-ৰ অভাৱত কোনবিধ ৰোগ হয় ?

(ক) পঁয়ালগা

(খ) হাপানী

(গ) টাইফয়ড

(ঘ) কুকুৰিকণা


উত্তৰঃ (ঘ) কুকুৰিকণা ।


প্ৰশ্নঃ ‘অৰ্থনীতিৰ পিতৃ' বুলি কাক কোৱা হয় ?

(ক) ডক্টৰ মনমোহন সিঙক

(ঘ) স্কার্ভি

(খ) আডাম স্মিথক

(গ) কালইল বাস্কিলক

(ঘ) আলফ্ৰে মাৰ্চালক


উত্তৰঃ (খ) আডাম স্মিথক ।


প্ৰশ্নঃ সালোক-সংশ্লেষণৰ প্ৰধান ৰঞ্জক হ'ল-

(ক) প্ৰ'টন

(খ) জাইলেম

(গ) ফুৱেম

(ঘ) নিউট্রন


উত্তৰঃ (ক) প্ৰ'টন ।


প্ৰশ্নঃ ভাৰতৰ উপৰাষ্ট্ৰপতিক নিৰ্বাচিত কৰে—

(ক) লোকসভাই

(খ) জনসাধাৰণে

(গ) সংসদৰ সদস্যসকলে

(ঘ) বিধানসভাৰ সদস্যসকলে


উত্তৰঃ (গ) সংসদৰ সদস্যসকলে ।


প্ৰশ্নঃ সর্বাধিক কেলৰি আহে—

(ক) মেদৰ পৰা

(খ) প্ৰ'টিনৰ পৰা

(গ) কাৰ্ব 'হাইড্ৰেটৰ পৰা

(ঘ) গ্লুক 'জৰ পৰা


উত্তৰঃ (ক) মেদৰ পৰা ।


প্ৰশ্নঃ হৰপ্পা সংস্কৃতি কিহৰ বাবে বিখ্যাত ?

(ক) নগৰ পৰিকল্পনাৰ বাবে 

(খ) কৃষি কাৰ্যৰ বাবে

(গ) নলা-নৰ্দমাৰ বাবে

(ঘ) বাণিজ্যৰ বাবে


উত্তৰঃ (ক) নগৰ পৰিকল্পনাৰ বাবে ।


প্ৰশ্নঃ মহাত্মা গান্ধী অসমলৈ পোন প্ৰথমে কিমান চনত আহিছিল ?

(ক) ১৯৮৬ চনত

(খ) ১৯২৬ চনত

(গ) ১৯২১ চনত

(ঘ) ১৯৭৬ চনত


উত্তৰঃ (গ) ১৯২১ চনত ।


প্ৰশ্নঃ তলৰ কোনখন ঠাই কামৰূপ জিলাত নপৰে ?

(ক) হাজো

(খ) নলবাৰী

(গ) আমিনগাঁও

(ঘ) পলাশবাৰী


উত্তৰঃ (খ) নলবাৰী ।


প্ৰশ্নঃ উপ-ৰাষ্ট্ৰপতিৰ কাৰ্যকাল হ'ল—

(ক) ৫ বছৰ

(খ) ৬ বছৰ

(গ) ৭ বছৰ

(ঘ) ৪ বছৰ


উত্তৰঃ (ক) ৫ বছৰ ।


প্ৰশ্নঃ সবাতোকৈ বেছি ব্যৱহাৰ হোৱা প্লাষ্টিকবিধ হ'ল ?

(ক) পলিথিন

(খ) চেলুলইড

(গ) বেকেলাইট

(ঘ) নাইলন


উত্তৰঃ (ক) পলিথিন ।


প্ৰশ্নঃ কিমান বছৰৰ বাবে ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰে ?

(ক) প্রত্যেক তিনি বছৰৰ বাবে

(খ) যেতিয়াই তেওঁ উপযুক্ততা বিবেচনা কৰে

(গ) প্রত্যেক পাঁচ বছৰৰ বাবে

(ঘ) প্রত্যেক দুই বছৰৰ বাবে


উত্তৰঃ (ঘ) প্রত্যেক দুই বছৰৰ বাবে ।


প্ৰশ্নঃ সবাতোকৈ ক্ষুদ্র অনুজীৱ হ'ল—

(ক) ভেঁকুৰ

(খ) এমিবা

(গ) ভাইৰাছ

(ঘ) বেক্টেৰিয়া


উত্তৰঃ (গ) ভাইৰাছ ।


প্ৰশ্নঃ উপ-ৰাষ্ট্ৰপতি তলৰ কোনটো অনুষ্ঠানৰ পদেন সদস্য ?

(ক) ৰাজ্যসভাৰ

(খ) লোকসভাৰ

(গ) পৰিকল্পনা আয়োগ

(ঘ) ৰাষ্ট্ৰীয় সংহতি পৰিষদ


উত্তৰঃ (ক) ৰাজ্যসভাৰ ।


 প্ৰশ্নঃ এমিবাৰ কোষ বিভাজন—

(ক) এমাইট’'ছিছ

(খ) মিঅ'ছিছ

(গ) মাইট 'ছিছ

(ঘ) বহু বিভাজন


উত্তৰঃ (ক) এমাইট'ছিছ ।


প্ৰশ্নঃ অনুসূচিত জাতি/অনুসূচিত জনজাতিৰ সদস্যাৰ সংৰক্ষণ চনলৈ সম্প্ৰসাৰণ কৰা হয় ?

(ক) ২০১৭

(খ) ২০১৬

(গ) ২০১৪

(ঘ) ২০১০


উত্তৰঃ (ঘ) ২০১০ ।


প্ৰশ্নঃ তলৰ কোনটো প্ৰজনন প্ৰক্ৰিয়া অযৌন নহয় ?

(ক) খণ্ডন

(খ) কোষ মুকুলোদ্‌গম

(খ) নিষেচন

(ঘ) ৰেণু গঠন


উত্তৰঃ (খ) নিষেচন ।


প্ৰশ্নঃ উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচন বিতৰ্ক নিষ্পত্তি কৰে—

(ক) উচ্চতম ন্যায়লয়ে

(খ) নির্বাচনী আয়োগে

(গ) সংসদে

(ঘ) ৰাজ্যসভাই


উত্তৰঃ (ক) উচ্চতম ন্যায়লয়ে ।


প্ৰশ্নঃ হৰ্ষবৰ্ধনৰ শাসনকালত কোনজন বিখ্যাত পর্যটক ভাৰত ভ্ৰমণলৈ আহিছিল ?

(ক) ভাস্কো-ডা-গাম

(খ) আলেকজেণ্ডাৰ

(গ) হিউয়েনচাং

(ঘ) ফাহিয়ান


উত্তৰঃ (গ)হিউয়েনচাং ।


প্ৰশ্নঃ বৈদ্যুতিক ক্ষমতাৰ একক—

(ক) ভল্ট

(খ) এম্পিয়াৰ

(গ) ৱাট

(ঘ) নিউটন


উত্তৰঃ (গ) ৱাট ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতি অসুস্থ হৈ থাকিলে উপৰাষ্ট্ৰপতিয়ে ৰাষ্ট্ৰৰ দায়িত্বত থাকিব পাৰে—

(ক) তিনিমাহ

(খ) ছয়মাহ

(গ) অনির্দিষ্টকাল

(ঘ) এবছৰ


উত্তৰঃ (গ) অনিৰ্দিষ্টকাল ।


প্ৰশ্নঃ কোনবিধ ধাতুৰ গলনাংক আটাইতকৈ বেছি ?

(ক) কপাৰ

(খ) লো

(গ) টাংষ্টেন

(ঘ) ব্ৰ'মিন


উত্তৰঃ (গ) টাংষ্টেন ।


প্ৰশ্নঃ ৰাষ্ট্ৰপতিৰ পদ খালী হ'লে কিমান দিনৰ ভিতৰত পূৰাব লাগে—

(ক) ছয়মাহ

(খ) তিনিমাহ

(গ) এবছৰ

(ঘ) দুবছৰ


উত্তৰঃ (ক) ছয়মাহ ।


প্ৰশ্নঃ এলুমিনিয়ামৰ আকৰিক হ'ল—

(ক) বক্সাইট

(খ) মেংগানিজ

(গ) মেগনেটাইট

(ঘ) গেলেনা


উত্তৰঃ (ক) বক্সাইট ।


প্ৰশ্নঃ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে উপৰাষ্ট্ৰপতিক অপসাৰণ কৰিব পাৰে ?

(ক) সংসদৰ উভয় সদনে

(খ) ৰাজ্যসভাই

(গ) ৰাষ্ট্ৰপতিয়ে

(ঘ) লোকসভাই


উত্তৰঃ (ক) সংসদৰ উভয় সদনে ।


প্ৰশ্নঃ সেউজীয়া উদ্ভিদৰ সালোক সংশ্লেষণকাৰী অংগাণু হ'ল—

(ক) ক্ল'ৰ'প্লাষ্ট

(খ) গ্লুক'জ

(গ) শৰ্কৰা

(ঘ) ৰেটিনা


উত্তৰঃ (ক) ক্ল'ৰ’প্লাষ্ট ।


প্ৰশ্নঃ প্রধানমন্ত্রী হ'ল—

(ক) ৰাষ্ট্ৰ আৰু চৰকাৰৰ মুৰব্বী

(খ) চৰকাৰৰ মুৰব্বী

(গ) ৰাষ্ট্ৰৰ মুৰব্বী

(ঘ) কেৱল মন্ত্ৰী পৰিষদৰ মুৰব্বী


উত্তৰঃ (খ) চৰকাৰৰ মুৰব্বী ।


প্ৰশ্নঃ মানৱ কলিজাক কিমান ভাগত ভাগ কৰা হৈছে ?

(ক) ১০ টা

(গ) ৫ টা

(খ) ৪ টা

(ঘ) ১৫ টা


উত্তৰঃ (খ) ৪টা ।


READ MORE:SCIENCE GK


READ MORE : ASSAM HISTORY GK

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.