India GK Questions And Answers in Assamese Language For All Competitor Exam

India GK Questions And Answers in Assamese Language For All Competitor Exam 

ভা‌ৰতৰ ইতিহাসৰ বিভিন্ন ধৰণৰ জাতি জনজাতিৰ লোক সকল লগত জড়িত সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ সমূহ অসম তথা ভাৰতৰ বিভিন্ন ধৰণৰ নিযুক্ত পৰীক্ষাত অহাৰ উপৰিও আপোনালোকৰ জ্ঞান বৃদ্ধি কৰাত সহায় কৰিব পাৰে ভাৰতৰ ইতিহাসৰ বিভিন্ন ধৰণৰ সাধাৰণ উত্তৰ প্ৰশ্ন সমূহ তলত MCQ ৰূপত আলোচনা কৰা হৈছে ।

India GK Questions And Answers in Assamese Language For All Competitor Exam


India History GK Questions And Answers They Are Mentioned Below


প্ৰশ্নঃ পঞ্জাৱৰ জনপ্ৰিয় নৃতাবিধ কি ?

(ক) মুঞ্জাৰা

(খ) চিৰাও

(গ) দণ্ডিয়াৰাস

(ঘ) ভাংৰা নৃত্য


উত্তৰঃ (ঘ) ভাংৰা নৃত্য ।


প্ৰশ্নঃ মিজোসকলে বাঁহৰ সহায়ত কৰা নৃত্যবিধ কি ?

(ক) মুঞ্জাৰা

(খ) চিৰাও

(গ) দণ্ডিয়াস

(ঘ) ভাংৰা নৃত্য


উত্তৰঃ (খ) চিৰাও ।


প্ৰশ্নঃ হিমাচল প্ৰদেশৰ জনপ্ৰিয় নৃত্যবিধ কি ?

(ক) মুঞ্জাৰা

(খ) চিৰাও

(গ) দণ্ডিয়াৰাস

(ঘ) ভাংৰা নৃত্য


উত্তৰঃ (ক) মুঞ্জাৰা ।


প্ৰশ্নঃ দহিবালা প্ৰধানকৈ কোনখন ৰাজ্যৰ নৃত্য ?

(ক) জম্মু-কাশ্মীৰৰ

(খ) তামিলনাডু 

(গ) মহাৰাষ্ট্ৰৰ

(ঘ) কেৰালাৰ


উত্তৰঃ (গ) মহাৰাষ্ট্ৰৰ ।


প্ৰশ্নঃ কোট্রাম আৰু কথাকলি নৃত্য দুবিধ প্ৰধানকৈ কোনখন ৰাজ্যত প্ৰচলিত ?

(ক) জম্মু-কাশ্মীৰত

(খ) অন্ধ্ৰপ্ৰদেশত

(গ) মহাৰাষ্ট্ৰত

(ঘ) কেৰালাত


উত্তৰঃ (খ) অন্ধ্ৰপ্ৰদেশত ।


প্ৰশ্নঃ কোলাট্রাম নৃত্য কোন ৰাজ্যৰ ?

(ক) জম্মু-কাশ্মীৰ

(খ) তামিলনাডু

(গ) মহাৰাষ্ট্ৰ

(ঘ) কেৰালা


উত্তৰঃ (খ) তামিলনাডু ।


প্ৰশ্নঃ কুড়িয়াট্রাম নৃত্য কোন ৰাজ্যৰ ?

(ক) জম্মু-কাশ্মীৰ

(খ) অন্ধ্ৰপ্ৰদেশ

(গ) মহাৰাষ্ট্ৰ

(ঘ) কেৰালা


উত্তৰঃ (ঘ) কেৰালা ।


প্ৰশ্নঃ হিকত কোনখন ৰাজ্যৰ জনপ্ৰিয় নৃত্য ?

(ক) জম্মু-কাশ্মীৰ

(খ) তামিলনাডু 

(গ) মহাৰাষ্ট্ৰত

(ঘ) কেৰালাত


উত্তৰঃ (ক) জম্মু-কাশ্মীৰ ।


প্ৰশ্নঃ খেয়াল প্ৰধানকৈ কোনখন ৰাজ্যত প্রচলিত ?

(ক) ৰাজস্থান

(খ) তামিলনাডু 

(গ) মহাৰাষ্ট্ৰ

(ঘ) কেৰালা


উত্তৰঃ (ক) ৰাজস্থান ।


প্ৰশ্নঃ সঙ্গীতৰ 'ৰাগ' শব্দৰ অৰ্থ কি ?

(ক) খং কৰা

(খ) আনন্দিত কৰা

(গ) ভগৱানক প্রার্থনা কৰা

(ঘ) কল্পনা কৰা


উত্তৰঃ (খ) আনন্দিত কৰা  ।


প্ৰশ্নঃ সঙ্গীতৰ "খেয়াল" শব্দটোৰ অর্থ কি ?

(ক) যি মন যায় সেই কৰা 

(খ) আনন্দিত কৰা

(গ) ভগৱানক প্ৰাৰ্থনা কৰা

(ঘ) কল্পনা কৰা


উত্তৰঃ (ঘ) কল্পনা কৰা ।


প্ৰশ্নঃ 'গজল' শব্দটো মূলতঃ ক'ৰ পৰা আহিছে ?

(ক) ফাৰ্চী লোকসঙ্গীতৰ পৰা

(খ) আৰবী লোকসঙ্গীতৰ পৰা

(গ) পশ্চিমীয়া লোকসঙ্গীতৰ পৰা

(ঘ) এটাও নহয়


উত্তৰঃ (ক) ফাৰ্চী লোকসঙ্গীতৰ পৰা ।


প্ৰশ্নঃ ভাৰতীয় সংগীতৰ আটাইতকৈ পুৰণি ঘাৰাণাটো কি ?

(ক) ৰাজস্থানী ঘাৰাণা

(খ) গোৱালি ঘৰ ঘাৰাণা

(গ) হিমাচলী ঘাৰাণা

(ঘ) এটাও নহয়


উত্তৰঃ (খ) গোৱালি ঘৰ ঘাৰাণা ।


প্ৰশ্নঃ কেৰালাৰ ঐতিহ্যপূৰ্ণ ধ্রুপদী নৃত্যবিধৰ নাম কি ?

(ক) কুছিপড়ী

(খ) ভাৰতনাট্যম

(গ) কথাকলি

(ঘ) এটাও নহয়


উত্তৰঃ (গ) কথাকলি ।


প্ৰশ্নঃ অন্ধ্ৰপ্ৰদেশৰ ঐতিহ্যপূৰ্ণ নৃত্যবিধৰ নাম কি ?

(ক) কুছিপুড়ী

(খ) ভাৰতনাট্যম

(গ) কথাকলি

(ঘ) এটাও নহয়


উত্তৰঃ (ক) কুছিপুড়ী ।


প্ৰশ্নঃ 'হাচা-কেকান' অসমৰ কোনটো জনগোষ্ঠীৰ কৃষি উৎসৱ ?

(ক) বড়োসকলৰ

(খ) কাৰ্বি সকলৰ

(গ) ৰাভাসকলৰ

(ঘ) মিছিংসকলৰ


উত্তৰঃ (ক) কাৰ্বি সকলৰ ।


প্ৰশ্নঃ 'খেৰাই নৃত্য' কোনটো জনগোষ্ঠীৰ ধৰ্মীয় নৃত্য ?

(ক) বড়োসকলৰ

(খ) কাৰ্বি সকলৰ

(গ) ৰাভাসকলৰ

(ঘ) মিছিং সকলৰ


উত্তৰঃ (ক) বড়োসকলৰ ।


প্ৰশ্নঃ 'বায়ুখ' কোনটো জনগোষ্ঠীৰ উল্লেখযোগ্য কৃষি উৎসৱ ?

(ক) ৰাভাসকলৰ

(খ) মিছিংসকলৰ

(গ) কাৰ্বিসকলৰ

(ঘ) বড়োসকলৰ


উত্তৰঃ (ক) ৰাভাসকলৰ ।


প্ৰশ্নঃ দক্ষিণ আফ্ৰিকাত মহাত্মা গান্ধীয়ে প্ৰকাশ কৰা সাপ্তাহিক কাকতখনৰ নাম কি আছিল ?

(ক) মাই নেটিভ লেণ্ড

(খ) ইণ্ডিয়ান অপিনিয়ন

(গ) বন্দে মাতৰম

(ঘ) স্বদেশ


উত্তৰঃ (খ) ইণ্ডিয়ান অপিনিয়ন ।


প্ৰশ্নঃ জন মালিআছিল ?

(ক) ব্ৰিটিছৰ প্ৰধানমন্ত্ৰী

(খ) ব্ৰিটিছ ভাইচৰয়

(গ) মহাৰাণীৰ ব্যক্তিগত সচিব

(ঘ) ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী


উত্তৰঃ (ঘ) ভাৰত পৰিক্ৰমাৰ মন্ত্ৰী ।


প্ৰশ্নঃ সবৰমতী আশ্রম_____অৱস্থিত ।

(ক) অসমত

(খ) বিহাৰত

(গ) ৰাজস্থানত

(ঘ) গুজৰাটত


উত্তৰঃ (ঘ) গুজৰাটত ।


প্ৰশ্নঃ ৰাওলাট আইন বলৱৎ কৰা হৈছিল -

(ক) ১৯১৪ চনৰ ২ এপ্ৰিলৰ পৰা 

(খ) ১৯৪২ চনৰ ২৬ জানুৱাৰীৰ পৰা

(গ) ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা

(ঘ) ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা


উত্তৰঃ (গ) ১৯১৯ চনৰ ১৮ মাৰ্চৰ পৰা ।


প্ৰশ্নঃ জালিৱানবালাবাগ হত্যাকাণ্ডত থিতাতে নিহত হোৱা ব্যক্তিৰ সংখ্যা –

(ক) ৫২১ জন

(খ) ৪৫০ জন

(গ) ৪০০ জন

(ঘ) ৩৭৯ জন


উত্তৰঃ (ঘ) ৩৭৯ জন ।


প্ৰশ্নঃ নজৰুল ইছলামে সম্পাদনা কৰা অৰ্দ্ধ সাপ্তাহিক কাকতখনৰ নাম কি আছিল ?

(ক) ভাৰত ভূমি

(খ) ধূমকেতু

(গ) স্বদেশ

(ঘ) জাগৰণ


উত্তৰঃ (খ) ধূমকেতু ।


প্ৰশ্নঃ সীমান্ত গান্ধীৰূপে খ্যাত ব্যক্তিজন আছিল –

(ক) আগাখান

(খ) খাঁ আব্দুল গফুৰ খাঁ 

(গ) বাল গংগাধৰ তিলক 

(ঘ) গোপীনাথ বৰদলৈ


উত্তৰঃ (খ) খাঁ আব্দুল গফুৰ খাঁ ।


প্ৰশ্নঃ প্রথম ঘূৰণীয়া মেজমেলত সভাপতিত্ব কৰিছিল –

(ক) লর্ড ৰিপণ

(খ) লর্ড ডেলহাউচি

(গ) লর্ড কার্জন

(ঘ) ৰামজে মেকডোনাল্ড


উত্তৰঃ (ঘ) ৰামজে মেকডোনাল্ড ।


প্ৰশ্নঃ ইয়ং ইণ্ডিয়া কাকতত ব্ৰিটিছ বিৰোধী প্রবন্ধ লিখাৰ বাবে গান্ধীজীক কোন চনত গ্ৰেপ্তাৰ কৰা হয় ?

(ক) ১৯২২ চনত

(খ) ১৯২৫ চনত

(গ) ১৯৩০ চনত

(ঘ) ১৯৪০ চনত


উত্তৰঃ (ক) ১৯২২ চনত ।


প্ৰশ্নঃ কোনে অসমৰ প্ৰথমগৰাকী ব্ৰিটিছ-বিৰোধী ব্যক্তি গমধৰ কোৱৰক মৃত্যুদণ্ডৰ পৰা ৰেহাই দিছিল ?

(ক) কেপ্তেইন হলৰয়ড 

(খ) কোপ্তেইন নিউৱিল

(গ) জন মার্লি 

(ঘ) লেফটেনেন্ট জি.বি. ছিংগাৰ


উত্তৰঃ (খ) কোপ্তেইন নিউৱিল ।


প্ৰশ্নঃ সংস্কৃতিৰ প্ৰত্যক্ষ বাহক বুলিলে তলৰ কোনটোক বুজা যায় ?

(ক) খাদ্য

(খ) ভাষা

(গ) সাহিত্য

(ঘ) উৎসৱ


উত্তৰঃ (খ) ভাষা ।


READ MORE:INDIA HISTORY GK


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.